Daily Time Axom
Browsing Category

Education

ছেবাৰ ভূলৰ বাবেই মেট্ৰিকত স্থান পোৱা নাছিল মেধাৱী ছাত্ৰী প্ৰাৰ্থনা দত্ত

নিউজ ডেস্ক, ১৬ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থনা দত্ত। ষষ্ঠস্থান প্ৰাপ্ত প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী । একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত
Read More...

কাৰাবন্দী বৰ্ষাশ্ৰীক কিছু সকাহ, পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে

নিউজ ডেস্ক, ১৪ জুলাইঃবৃহস্পতি বাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে কিছু সকাহ দিলে সামাজিক মাধ্যমত কবিতা লিখি বন্দী হৈ থকা বৰ্ষাশ্ৰীক । পৰীক্ষা দিব পাৰিব কাৰাবন্দী বৰ্ষাশ্ৰীয়ে । কিন্তু কটকটীয়া নিৰাপত্তাৰ মাজেৰে দিব লাগিব পৰীক্ষা ।
Read More...

মৰাণত শিক্ষাজ্যোতিৰ উদ্যোগত শিক্ষাবিদ ৰোহিনী কুমাৰ গগৈ সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান

নিউজ ডেস্ক, ১২ জুলাইঃ চৰাইদেউ জিলাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক অনুষ্ঠান শিক্ষাজ্যোতিৰ উদ্যোগত শিক্ষাবিদ ৰোহিনী কুমাৰ গগৈ সোঁৱৰণী বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই উদ্দেশ্যে আজি অনুষ্ঠিত অনুষ্ঠানটিত
Read More...