Daily Time Axom
Browsing Category

Entertainment

‘কান্তাৰা’ চাইহে কৰ্ণাটকৰ সংস্কৃতি জানিছো ! প্ৰশংসাত অমিত শ্বাহ

একবিংশ শতিকাৰ ছবিবোৰে ৰাজনৈতিক ব্যক্তিক চিনেমাপ্ৰেমী কৰি তুলিছে ? অমিত শ্বাহৰ এটা মন্তব্যই প্ৰশ্নৰ উত্থাপন কৰিছে। শেহতীয়াকৈ অমিতে কানাড়া ছবি ‘কান্তাৰা’ চাইছিল। ইয়াৰ পিছত তেওঁৰ প্ৰশংসা হয়। পৰিচালক ঋষভ শেট্টীক সম্বোধন কৰি তেওঁ
Read More...

এইবাৰ আহি আছে কৰীণা

বহুদিনৰ মূৰত পুনৰ চিনেমাত অভিনয় কৰিব । কিন্তু এইবাৰ কামটো অলপ বেলেগ ধৰণে। মাৰ্ভেলৰ ৱেষ্টলেণ্ডাৰছৰ নতুন প’ডকাষ্ট ছিৰিজত শুনা যাব কৰীনা কাপুৰ খানৰ কণ্ঠ। কেৱল তেওঁৰেই নহয়, তেওঁৰ স্বামী, অভিনেতা ছৈফ আলী খানৰ কণ্ঠও শুনা যাব এই নতুন
Read More...

‘জোৱান’ত দীপিকাৰ কেমিঅ’, নতুন ছবিখনতো পিন্ধিছে গেৰুৱা বিকিনি

শ্বাহৰুখৰ নতুন ছবি ‘জৱান’ত দীপিকা পাডুকন। বিকিনিৰ ৰং কি? জল্পনা-কল্পনাৰ চলি আছে। ইতিমধ্যে ‘জৱান’ ছবিখনত শ্বাহৰুখৰ লুক প্ৰকাশ পাইছে। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে এটলী। শেহতীয়াকৈ মুম্বাইৰ এটা সংবাদ সংস্থাৰ মতে দীপিকা পাডুকনেও এই
Read More...

উলংগ ভিডিঅ’ বনাই বিক্ৰী, স্বামীৰ বিৰুদ্ধে অভিযোগ ৰাখীৰ

কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী তথা আইটেম গাৰ্ল ৰাখী সাৱন্তৰ বিষয়ে আলোচনা হৈছিল। পুনৰ বিবাহৰ খবৰ ৰাজহুৱা কৰি তেওঁ বিভিন্ন বৈবাহিক বিবাদত লিপ্ত হয়। ইয়াৰ পূৰ্বে ৰাখীয়ে স্বামী আদিল খানৰ বিৰুদ্ধে মাৰপিট, বিকৃত যৌন সম্পৰ্ক, চুৰিৰ
Read More...

শ্বাহৰুখৰ নীলা ঘড়ীটোৰ, দাম শুনি আচৰিত হ’ব!

বক্স অফিচত ধুমুহা আনিছে 'পাঠানে'। বিশ্বজুৰি ব্যৱসায়িক পৰিসংখ্যাত হাজাৰ হাজাৰ কোটিৰ দিশে দৌৰিছে ‘পাঠান’। ঠিক এইবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দীপিকা পাডুকন আৰু শ্বাহৰুখ খানৰ ভিডিঅ’। যদিও এয়া দীপিকাৰ নতুন ব্ৰেণ্ড প্ৰমোচন। সকলো কথাৰ
Read More...

সিদ্ধাৰ্থ-কিয়াৰাৰ ৰাজকীয় বিয়াত কি হৈছিল!

বলীউডৰ তাৰকা দম্পতী সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ হয়। মঙলবাৰে (৭ ফেব্ৰুৱাৰী) বিয়লি ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় হোটেলত এক অনুষ্ঠানত বৰমালা বিনিময় কৰে। পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধুসকলো উপস্থিত আছিল।
Read More...

৭০০ কোটিৰ ক্লাবত পাঠানৰ প্ৰৱেশ

বাংলাদেশৰ পৰা ছবিখন চাবলৈ ভাৰতলৈ আহিছিল শ্বাহৰুখ অনুৰাগী পাঠানে ধুমুহাৰ সৃষ্টি কৰিছে। টকাৰ পৰিমাণ প্ৰতিদিনে লাফ মাৰি বাঢ়িছে। অৱশ্যে শ্বাহৰুখে নিজৰ মনটো মুকলি কৰি কৈছে যে তেওঁ কোটি কোটি টকা নহয়, প্ৰেম বিচাৰে। শ্বাহৰুখৰ প্ৰতি থকা প্ৰেমৰ
Read More...

কিয়াৰাৰ হাতত সিদ্ধাৰ্থৰ নামত মেহেন্দি

৩ তাৰিখে আমন্ত্ৰিত অতিথিসকল ৰাজস্থানলৈ উৰা মাৰিছিল। আজিৰ দিনটোতে কিয়াৰাৰ হাতত সিদ্ধাৰ্থৰ নাম মেহেন্দীৰে সজোৱা হয় আৰু তাইৰ হাত দুখন ষ্টাৰ মেহেন্দী শিল্পী বীনা নাগ্ৰাৰ দ্বাৰা মেহেন্দী কৰা হয়। কিয়াৰাই মেহেন্দিৰ বাবে কোমল গোলাপী ৰঙৰ
Read More...

সংকটজনক অৱস্থাত চিকিৎসাধীন অভিনেতা অন্নু কাপুৰ

বলীউডৰ প্ৰবীণ অভিনেতা অন্নু কাপুৰ হঠাৎ অসুস্থ হৈ পৰে। বুকুৰ বিষৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক। অভিনেতাগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি অভিনেতা গৰাকীয়ে হঠাতে
Read More...

নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ বোৱাৰী আলিয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল

নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকীয়ে অভিনেতাগৰাকীৰ পত্নী আলিয়াৰ বিৰুদ্ধে গোচৰ তৰিছে। ভাৰ্ছ’ভা আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে ফোন কৰিছে। ভাৰ্ছ’ভা আৰক্ষীৰ মতে, আলিয়াৰ নৱাজুদ্দিনৰ মাতৃৰ সৈতে কাজিয়া হৈছিল। আৰক্ষীৰ মতে,
Read More...