Daily Time Axom
Browsing Category

Entertainment

প্ৰেমে নামানে একোৱেই ! উৰ্বশীয়ে পন্তৰ হাস্পতালৰ সন্মুখত কি কৰিছে

‘কুলি’ৰ শ্বুটিংৰ সময়ত অমিতাভ বচ্চন যেতিয়া অসুস্থ হৈ পৰিছিল, তেতিয়া ৰেখাই চিকিৎসালয়ত ঘূৰি ফুৰিছিল বুলি কোৱা হয়। পিছত সন্মান হেৰুওৱাৰ ভয়ত তেওঁ কাষ চাপিব নোৱাৰিলে। উৰ্বশী ৰাউটেলায়েও একেই কাম কৰি আছে । অভিনেত্ৰীগৰাকীৰ ছ’চিয়েল মিডিয়াৰ
Read More...

ৰণবীৰে সন্তান নিবিচাৰে ! কিন্তু ২০২৩ চনতে দীপিকা হ’ব ‘মা’?

জন্মদিনত ডাঙৰ ডাঙৰ তথ্য ফাদিল! দীপিকা পাডুকনে ল’ৰা-ছোৱালীক ভাল পায়। ৰণবীৰ সিঙেও ভাল পায়। কিন্তু সন্তান নিবিচাৰে ! এই কাৰণেই তেওঁলোকৰ বিয়াৰ চাৰি বছৰৰ পাছতো সন্তান জন্ম নহ’ল। ইফালে এগৰাকী জনপ্ৰিয় জ্যোতিষীয়ে এইবাৰ দীপিকা গৰ্ভৱতী
Read More...

সাৰ পায়েই কি ড্ৰিংকচ পান কৰে মালাইকাই !

মালাইকা অৰোৰাৰ বয়স প্ৰায় পঞ্চাশ বছৰ! কিন্তু যৌৱন ভৰ পক হৈ আছে এতিয়াও। কেৱল পুৰুষেই নহয়, নাৰীৰ হৃদয়তো তেওঁ ঈৰ্ষাৰ ধুমুহা সৃষ্টি কৰিছে । শৰীৰ সতেজ কৰি ৰাখিবলৈ আৰু কঁকাল চিকুন কৰি ৰাখিবলৈ টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে এক বিশেষ
Read More...

সোণমৰ পিছত বিপাশাই নিজৰ সন্তানক স্তনপান কৰাই থকা এখন ছবি দিলে ইনষ্টাগ্ৰাম ষ্ট’ৰীত

পুত্ৰ বায়ুক স্তনপান কৰাইছে সোণম কাপুৰে। সেই ছবিখন আনন্দ আহুজাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এইবাৰ বিপাশা বসুৱে কন্যাক স্তনপান কৰাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। বুধবাৰে পুৱা তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দেৱীৰ সৈতে এখন ছবি
Read More...

নাৰীয়েই নাৰীৰ শত্ৰু? এই নিন্দা মচিবলৈ সামান্থাই কি কৰিলে!

অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে দক্ষিণত থাকিলেও প্ৰতিজন চিনেমা প্ৰেমীৰ হৃদয়ত বাস কৰে। অভিনয়, সম্পৰ্ক, বিবাহ বিচ্ছেদ, সকলো কথাতে তেওঁ পোনপটীয়া। এইবাৰ তেওঁ ট্ৰলাৰক উত্তৰ দিলে। নিজৰ বাবে নহয়। আন এগৰাকী দক্ষিণৰ অভিনেত্ৰীৰ কাষত থিয়
Read More...

অভিনেত্ৰী ছাৰা খানে শ্বীজান খানক লক্ষ্য কৰি লোৱাত ক্ষোভ প্ৰকাশ

টুনিছা শৰ্মাৰ আত্মহত্যাৰ খবৰে উদ্যোগটোৰ সকলোকে স্তম্ভিত কৰাৰ বিপৰীতে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ কথিত প্ৰেমিক শ্বীজন খানক চাৰিদিনৰ বাবে জিম্মাত লৈছে। এতিয়া অভিনেত্ৰী ছাৰা খানে শ্বীজান খানক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ
Read More...

“টাইটানিক”ৰ বিখ্যাত “কেট”ৰ শৰীৰকলৈ কটুক্তি

গাভৰু কেটৰ ‘গোলাপ’ ফুলৰ দৰে শৰীৰটো আৰু আজিৰ কেট উইছলেটৰ মাজত যথেষ্ট পাৰ্থক্য আছে। "টাইটানিক" চিনেমাখনত দৃষ্টি আকৰ্ষণ কৰিছিল নীলা হীৰা লকেটটোৱে ! অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ চোফাত শুৱা ‘জেক’ৰ উলংগ শৰীৰ তেওঁ পেঞ্চিলেৰে অংকন কৰিছিল।
Read More...

জেকলিনে ৰনবীৰ-বৰুণক চৰ মাৰিলে, কি হ’ল?

ভাৰতীয় কোটিপতি সুকেশ চন্দ্ৰশেখৰৰ সৈতে ঘনিষ্ঠতাৰ বাবেই জেকলিন ফাৰ্নাণ্ডেজ বাৰে বাৰে আদালত আৰু চোৰাংচোৱা সংস্থাৰ কাৰ্যালয়লৈ যাব লগা হৈছে। এই বিতৰ্কই লগ এৰি যোৱা নাই বলীউডৰ অভিনেত্ৰীগৰাকীক। অৱশ্যে ইমান বিতৰ্কৰ মাজতে জেকলিনে নিজৰ
Read More...

নিজকে লতাৰ লগত তুলনা কংগনাৰ

কংগনা য'ত আছে তাতেই বিতৰ্ক। কংগনাই যে মনে মনে থাকিব নোৱাৰে সেই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে। এনেকৈ এফালে যেতিয়া সমগ্ৰ দেশ দীপিকাৰ বিকিনিক লৈ উন্মাদনাত ডুব গৈছে।তেতিয়াই কংগনাই হঠাতে মুখ মেলিছে।এইবাৰ বিয়াঘৰত বলীউডৰ তাৰকাসকলৰ
Read More...

প্ৰাক্তন প্ৰেমিকা ছমী আলীৰ ছলমানক পুনৰ টাৰ্গেট, ‘চিগাৰেটেৰে জ্বলোৱা’ৰ অভিযোগ

বলীউডৰ অভিনেতা ছলমান খানক পুনৰবাৰ লক্ষ্য কৰি লৈছে প্ৰাক্তন প্ৰেমিকা ছমী আলীয়ে। ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে ছলমান খানক ‘মহিলা নিৰ্যাতনকাৰী’ বুলি অভিহিত কৰিছে। তেওঁ অভিনেতাজনৰ সৈতে নিজৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি তেওঁ দাবী
Read More...