Daily Time Axom
Browsing Category

Entertainment

আছিল কৃষক ,হ’লগৈ পৰ্ণষ্টাৰ, এতিয়া মাহে ২ কোটি উপাৰ্জন,পুনৰ হ’ব বিচাৰে কৃষক

পৃথিৱীৰ প্ৰায় সকলোৱেই অধিক টকা উপাৰ্জন কৰিব বিচাৰে। ইয়াৰে একাংশই দিনে-নিশাই কাম কৰি টকা উপাৰ্জন কৰে, আনহাতে বহুতে চৰ্টকাট ৰুট গ্ৰহণ কৰি ধন উপাৰ্জন কৰে।আমেৰিকাৰ চিকাগোত বাস কৰা এমা মেগনোলিয়াই এনে এটা চৰ্টকাট গ্ৰহণ কৰি কোটি কোটি টকা
Read More...

অনুৰাগীৰ বাবে পাঁচ তাৰকা হোটেলৰ কোঠা বুকিং কৰিলে শ্বাহৰুখে !

ইয়াকে ৰজাৰ দৰে হৃদয় বোলা হয়। অনুৰাগী সকলে মাথোঁ লগ কৰিব বিচাৰিছিল কিন্তু শ্বাহৰুখে অনুৰাগীৰ আৰামৰ কথা মনত ৰাখি শ্বাহৰুখে তেওঁলোকৰ নামত এটা ফাইভ ষ্টাৰ হোটেল ৰুম বুকিং কৰিছিল। তাৰ পিছত শ্বুটিঙৰ পিছত পোনে পোনে হোটেলত লগ হয় !
Read More...

যমজ সন্তানৰ মাতৃ হ’ল নয়নতৰা

দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছিল শিশুৰ সৈতে ছবি। নৱ পিতৃ দক্ষিণৰ পৰিচালক বিঘ্নেশৰ শিৱানে ছবিখন পোষ্ট কৰি লিখিছে, ‘তোমালোক তিনিওজনকে বহুত ভাল ৰাখক।’ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কৰ অন্তত যোৱা জুন মাহত বিবাহ হৈছিল নয়নতৰা আৰু
Read More...

গৰ্ভাৱস্থাৰ প্ৰত্যাহ্বান অভিনেত্ৰী আলিয়া ভাটে

বলীউডৰ চিজলিং হাৰ্টথ্ৰব অভিনেত্ৰী আলিয়া ভাটেও হলিউডত অভিনয় কৰিছে। গৰ্ভৱতী অৱস্থাত হাৰ্ট অৱ ষ্টোনৰ শ্বুটিঙত অংশ লৈছিল। আলিয়াৰ নতুন যাত্ৰা আৰম্ভ হৈছিল একচন থ্ৰিলাৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ পৰা। আৰু তাত তেওঁক কিছুমান ডাঙৰ ডাঙৰ ষ্টাণ্ট কৰাও
Read More...

তামান্না ভাটিয়াৰ বহু প্ৰতীক্ষিত ছবি ‘বাবলি বাউন্সাৰ’

কাইলৈ ​​ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব দক্ষিণ অভিনেত্ৰী তামান্না ভাটিয়াৰ বহু প্ৰতীক্ষিত ছবি ‘বাবলি বাউন্সাৰ’। চিনেমা প্ৰেমী সকলে চিনেমাখনক লৈ বৰ কৌতুহলী। মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত এই চিনেমাখনত দৰ্শকে এক বেলেগ তামন্নাক চাবলৈ
Read More...

“অৰোৰা চিষ্টাৰছ”ত অভিনয় কৰিব মলাইকা অৰোৰা , তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু…

একেখন ৱেব ছিৰিজতে অভিনয় কৰিব মলাইকা অৰোৰা , তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু প্ৰেমিক অৰ্জুন কাপুৰে। ধাৰাবাহিকখনৰ নাম ‘অৰোৰা চিষ্টাৰছ’। দৰ্শকে তাত তিনিওজনকে দেখিব। মলাইকাৰ ভগ্নী অমৃতা আৰোৰাও থাকিব। দৰাচলতে মলাইকা আৰু অমৃতাৰ জীৱনক
Read More...

‘আশিকি ৩’ত কাৰ্তিকৰ বিপৰীতে জেনিফাৰ উইংগেট

৩৩ বছৰ পাৰ হ’ল৷ ২০২২ চনতো গীত, চলচ্চিত্ৰ কাহিনী, প্ৰেম - একোৱেই পুৰণি হোৱা নাই। ১৯৮৯ চনত মুক্তি লাভ কৰিছিল আশিকী। আজিও সেই ছবিখনৰ মোহৰ পৰা দৰ্শক ওলাই আহিব পৰা নাছিল। সেই মৰমৰ আধাৰত ২০১৩ চনত আহিছিল ‘আশিকী ২’। আৰু এইবাৰ আহি আছে 'আশিকী'ৰ
Read More...

কংগনাই মুখ খোলা মানেই বিতৰ্ক, এইবাৰ টাৰ্গেট পৰিচালক মহেশ ভাট

কংগনা ৰানাৱতে আকৌ মুখ খোলিছে...। শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে। এটা পুৰণি ভিডিঅ’ ক্লিপৰ এখন ছবি শ্বেয়াৰ কৰি কংগনাই কয় যে মহেশ ভাটৰ প্ৰকৃত নাম একেবাৰেই মহেশ নহয়! তেওঁৰ নাম আছলাম।মহেশে ধৰ্মান্তৰিত হৈ
Read More...

জনপ্ৰিয়তাৰ শিখৰত আছে চাৰিখন কাণ থকা এটা মেকুৰী

মিডাছ নামৰ মেকুৰীটোক অতিৰিক্ত কাণযোৰৰ বাবে অলপ অদ্ভুত দেখা যায়। কিন্তু এই অতিৰিক্ত কাণযোৰে তালৈ অধিক জনপ্ৰিয়তা কঢ়িয়াই আনিছে। জনপ্ৰিয়তাৰ শিখৰত আছে চাৰিখন কাণ থকা মেকুৰীটো। মাত্ৰ চাৰি মাহ বয়সতে মিডাছে ইণ্টাৰনেটত বহুতৰ পৰা সঁহাৰি
Read More...

‘বিগ বছ’ৰ ১৬ নং ছিজনত সাংসদ নুছৰত জাহানক

ছলমান খানৰ দ্বাৰা আয়োজিত জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ ১৬ নং ছিজনত দেখা পোৱা যাব টলীউডৰ অভিনেত্ৰী তথা সাংসদ নুছৰত জাহানক। শুনা গৈছে যে নুছৰাটে ইতিমধ্যে ‘বিগ বছ’ সংগঠনৰ সৈতে প্ৰাৰম্ভিক আলোচনা সম্পূৰ্ণ কৰিছে। অৱশ্যে এই বিষয়ত
Read More...