Daily Time Axom
Browsing Category

Feature

ব্যায়াম অবিহনে দ্ৰুতভাৱে ওজন কমাব বিচাৰে নেকি

মেদবহুলতা থাকিলে শৰীৰত বহুতো জটিল ৰোগে বাহ সাজে। গতিকে বহুতে সুস্থ হৈ থকাৰ স্বাৰ্থত সোনকালে ওজন কমাব বিচাৰে। বিশেষজ্ঞসকলৰ মতে কেইসপ্তাহমানৰ ভিতৰত হঠাতে ওজন কমি যোৱা সম্ভৱ নহয়। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহু লোকে খাদ্য বা
Read More...

এগৰাকী সুন্দৰী পত্নী থকাৰ পাছতো কিয় পুৰুষ আনৰ প্ৰেমত পৰে

আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত এই বিষয়ে বিভিন্ন অধ্যয়ন কৰা হৈছে। তাত এজন যৌনবিজ্ঞানীৰ মতে এই আচৰণৰ প্ৰকৃত কাৰণ এতিয়াও বিচাৰি পোৱা হোৱা নাই। কিন্তু তেওঁলোকে বহু ক্ষেত্ৰত লক্ষ্য কৰিছে যে দীৰ্ঘদিনীয়া সম্পৰ্কত থকা পুৰুষসকলে নতুন
Read More...

ডায়েবেটিছৰ ৰোগীয়ে দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ খাদ্য ৰাখক

বিশ্বৰ বহু লোকে ভাৰতক ‘বিশ্বৰ ডায়েবেটিছ ৰাজধানী’ বুলি অভিহিত কৰিছে। সম্প্ৰতি ৭ কোটিৰো অধিক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে। ইয়াৰ ভিতৰত চিকিৎসকে কয় যে অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসই টাইপ ২ ডায়েবেটিছৰ সম্ভাৱ্য
Read More...

টকা নোলোৱাকৈ আনৰ ঘৰ চাফা কৰি মাহে লাখ লাখ টকা উপাৰ্জন

ঘৰ চাফা কৰাটো সহজ কাম নহয়। যিসকল লোকে ব্যস্ততাৰ বাবে নিয়মিতভাৱে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব নোৱাৰে তেওঁলোকে আন কাৰোবাৰ পৰা সহায় লয়। এটা পৰিষ্কাৰ ঘৰে দিনটোৰ ভিতৰত আপোনাৰ ভাগৰ আঁতৰাই পেলাব আৰু আপোনাৰ মনটোও উল্লাসিত হ’ব। অৱশ্যে আনৰ লেতেৰা
Read More...

কেঁচা জলকীয়াই ওজন কমোৱাত সহায় কৰে

জলকীয়া, যাৰ অবিহনে ৰন্ধা-বঢ়া সদায় আধৰুৱা হৈ পৰে। কিন্তু আপুনি জানেনে কেঁচা জলকীয়া চোবাই খালে পোৱা যায় অধিক উপকাৰ । বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে এটাকৈ কেঁচা জলকীয়া খালে শৰীৰৰ বহু সমস্যা নিয়ন্ত্ৰণত থাকে। কেঁচা জলকীয়াত প্ৰচুৰ পৰিমাণে
Read More...

অষ্ট্ৰেলিয়াত পোৱা অদ্ভূত আকৃতিৰ সাগৰীয় মাছ

অষ্ট্ৰেলিয়াৰ গৱেষকসকলে দীৰ্ঘদিন ধৰি কিছুমান অদ্ভুত আকৃতিৰ আৰু বৈচিত্ৰময় সাগৰীয় জীৱ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আহিছে। অৱশেষত তেওঁলোক সফল হ’ল। কালি পশ্চিম অষ্ট্ৰেলিয়াৰ এখন মেৰিন পাৰ্কত ১৫০০ মাইল দূৰত্বৰ অনুসন্ধানৰ অন্তত উদ্ধাৰ হয়
Read More...

নিমখীয়া বিস্কুটৰ ডিজাইন কিয় এনেকুৱা?

নিমখীয়া বিস্কুটৰ ডিজাইন কিয় এনেকুৱা? এই প্ৰশ্নটো কেতিয়াবা মনলৈ আহিছেনে? আচলতে আমি আমাৰ চৌপাশে বহুতো বস্তু দেখিবলৈ পাওঁ, যিবোৰৰ বিষয়ে বহু সময়ত আমি চিন্তাও নকৰো। আমি সাধাৰণতে লক্ষ্য কৰোঁ যে যিকোনো কোম্পানীয়ে নিমখীয়া বিস্কুটৰ ডিজাইন এক
Read More...

মহাকাশত এটা কাম কৰি প্ৰথমজন মানুহ হ’ব বিচৰা পৰ্ণ তাৰকা জনী চিন্সে এলেন মাস্কৰ সহায় বিচাৰিছে

বহু সংগ্ৰামৰ অন্তত আমেৰিকাৰ কোটিপতি এলেন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লাভ কৰিছে। কিন্তু তাৰ বহু আগৰে পৰাই তেওঁ স্পেচ এক্সপ্ল’ৰেচন টেকন’লজিছ কৰ্প’ৰেশ্যন ওৰফে স্পেচ এক্স (স্পেচএক্স)ৰ মালিক। মহাকাশ ভ্ৰমণ আৰু ভ্ৰমণ সুলভ কৰি তোলাৰ লক্ষ্য এই
Read More...

বিয়াৰ পিছত নতুন কইনাই গুগলত কি বেছিকৈ সন্ধান কৰে ?

আজিৰ পৃথিৱীত গুগল চাৰ্চ ইঞ্জিন আমাৰ জীৱনৰ এক অংশ হৈ পৰিছে। গুগল নহ’লে আমাৰ জীৱনটো অসম্পূৰ্ণ হ’লহেঁতেন বুলি ক’লেও ভুল নহ’ব৷ গুগলে আমাৰ জীৱনটো সহজ কৰি তোলাই নহয়, ই এনেকুৱা এটা তথ্যৰ বাকচ, যিয়ে আপোনাৰ বহু সমস্যা আৰু প্ৰশ্নৰ সমাধানৰ কামো
Read More...

পৰৱৰ্তী ৩০ বছৰত পৃথিৱীখন কিমান পৰিৱৰ্তন হ’ব?

পৃথিৱী হৈছে সৌৰজগতৰ মানুহ আৰু অন্যান্য প্ৰাণীৰ একমাত্ৰ বাসস্থান। এই পৃথিৱীখন নিৰন্তৰ সলনি হৈ আছে। এতিয়া ২০২২ চনৰ পৰা ২০৫০ চনলৈ এই পৃথিৱীখন কিমান পৰিৱৰ্তন হ'ব সেয়া কল্পনা কৰা কঠিন। জনসংখ্যা ২০৫০ চনলৈকে, বিশ্বৰ জনসংখ্যা ৯ বিলিয়ন
Read More...