Daily Time Axom
Browsing Category

Festival

শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ আজি ৫৫৩তম জন্ম জয়ন্তী

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ
Read More...

সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেনা বাহিনীৰ বিশেষ বিমানযোগে উপস্থিত মোদী। দেশৰ পহৰাত নিয়োজিত জোৱানৰে উদযাপন কৰিব দীপাৱলী। সামৰিক পোছাকত দেখা গৈছে নৰেন্দ্ৰ মোদীক।
Read More...

আজি পোহৰৰ উৎসৱ দিপাৱলী

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দেৱালীৰ লগতে আজি দেশত চলিছে কালি পূজাৰ প্ৰস্তুতিও। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন হ'ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু
Read More...

আজি কাতি বিহু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু। প্ৰান্তে প্ৰান্তে বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। তুলসী পুলি ৰুই সন্ধিয়া জ্বলোৱা হ'ব চাকি- বন্তি। ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ ল'ব। অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ
Read More...

আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি ধনৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা। দেৱী লক্ষ্মীৰ আশিস ল’বলৈ পুৱাই মন্দিৰত ভক্তৰ ভিৰ। লক্ষ্মী দেৱী হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ ভিতৰত অন্যতম। ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু
Read More...

আজি মহাষ্টমী

নিউজ ডেস্ক, ৩ অক্টোবৰঃ আজি মহাষ্টমী। আজি নৱৰাত্ৰিৰ অষ্টম দিন। আহিন মাহৰ শুক্লাষ্টমীত উদযাপন কৰা এই দিনটোতে কৰা হয় দেৱীৰ অস্ত্ৰপূজা । আজিৰ দিনটোতেই সকলো দেৱতাই নানান অস্ত্ৰ প্ৰদান কৰি দেৱীক ৰণলৈ প্ৰস্তুত কৰি তুলিছিল । সেই বাবেই আজিৰ দিনটোক
Read More...

আজি ষষ্ঠী

নিউজ ডেস্ক, ১ অক্টোবৰঃ আজি ষষ্ঠী। আজিৰে পৰা আৰম্ভ হৈছে দূৰ্গা পূজা। বেদীত প্ৰাণ প্ৰতিষ্ঠা হ'ব মহিষমৰ্দিনীৰ ৷ ইতিমধ্যে মহিষমৰ্দিনীক আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো যোৱা নিশাৰ পৰাই দেখা গ'ল ষষ্ঠীৰ
Read More...

আজি শুভ মহালয়া

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰাৰে আজি দেশজুৰি উদযাপন কৰা হৈছে মহালয়া । আজিৰে পৰা পিতৃপক্ষৰ শেষত আৰম্ভ হৈছে দেৱীপক্ষ । পুৰাণ অনুযায়ী এই দিনটোতে আৱিৰ্ভাৱ ঘটে দেৱী দু্ৰ্গাৰ । মহালয়া উপলক্ষ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশেষ
Read More...

আজি গণেশ চতুৰ্থী, গণেশ চতুৰ্থীৰ বাবে মন্দিৰে মন্দিৰে ব্যাপক আয়োজন

নিউজ ডেস্ক, ৩১ আগষ্টঃ আজি গণেশ চতুৰ্থী। দেশজুৰি ব্যাপক প্ৰস্তুতি। গণেশ চতুৰ্থীৰ বাবে সজাই তোলা হৈছে মন্দিৰসমূহো। এই গণেশ চতুৰ্থীৰ পৰাই আৰম্ভ হয় উৎসৱৰ আৰম্ভণি হয়। প্ৰথমে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। গণেশ
Read More...

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

নিউজ ডেস্ক,২৯আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ। ভক্তি ৰসেৰে জীপাল হ’ব
Read More...