Daily Time Axom
Browsing Category

Gujarat

ধাৰাসাৰ বৰষুণৰ ফলত ৪৮ ঘন্টাত গুজৰাটত ৯ জন লোকৰ মৃত্যু

ধাৰাসাৰ বৰষুণত বুৰিছে গুজৰাট। ধাৰাসাৰ বৰষুণৰ ফলত জিলাসমূহত সৃষ্ট হৈছে বান সদৃশ পৰিস্থিতি। প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা দুদিনত ৰাজ্যজুৰি বৰষুণৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে। বহু লোক আহত হয়। কুচ, জামনগৰ, জুনাগধ, নৱসাৰীত ৰাজ্যিক আৰু
Read More...

অন্ধ স্বামী-স্ত্ৰীক সহায় কৰাৰ নামত জীয়েকক ধৰ্ষণ! স্বেচ্ছাসেৱী সংগঠনৰ দুজন কৰ্মী গ্ৰেপ্তাৰ

অন্ধ স্বামী-স্ত্ৰীক সহায় কৰাৰ নামত স্বেচ্ছাসেৱী সংগঠনৰ দুগৰাকী কৰ্মীয়ে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। অন্ধ স্বামী-স্ত্ৰীৰ ঘৰলৈ গৈ বিভিন্ন বিষয়ত সহায়ৰ হাত আগবঢ়াইছিল অভিযুক্তই। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে স্বেচ্ছাসেৱী সংগঠনটোৰ
Read More...

গুজৰাটৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ ছোনিয়া জি গোকানী

গুজৰাটৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশে বৃহস্পতিবাৰে পুৱা গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ নাম ছোনিয়া জি গোকানীয়ে। ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে তেওঁক শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলো উপস্থিত
Read More...

মহানগৰীত ৩১ আৰু ১ জানুৱাৰিত ৮ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত সুৰা বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে আবকাৰী বিভাগে৷ ৩১ ডিচেম্বৰত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ লগতে ১ জানুৱাৰীত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্ৰী হয়৷ অইন বছৰবোৰৰ
Read More...

গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা, দুৰ্ঘটনাত ৯জনৰ মৃত্যু

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন বাছ আৰু এখন ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ । বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল। জানিব পৰা মতে, চলন্ত বাছত চালকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে।
Read More...

আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে।আজি গান্ধীনগৰত বিজেপি চৰকাৰৰ শপতগ্ৰহণৰ বিশাল আয়োজন। মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলৰ লগতে শপতগ্ৰহণ কৰিব ২৫জনকৈ কেবিনেট মন্ত্ৰীয়ে। এই
Read More...

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ'ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ'ব ১৮২ সমষ্টিৰ মুঠ ১৬২১
Read More...

আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অসম চৰকাৰৰ কেবিনেট বৈঠক

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত নাথাকিব চকী–মেজ। পাটিত বহিয়ে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকলে কৰিব কেবিনেট বৈঠক। প্ৰথমবাৰৰ বাবে পাটিত বহি কৰিব কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকৰ আয়োজন কৰা
Read More...

আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ আজি গুজৰাটত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪ জিলাৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ'ব ৮৩৩ গৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচনৰ বাবে সাজু ২৬,৪০৯টা ভোটকেন্দ্ৰ । ২৬,৪০৯টা ভোটকেন্দ্ৰত আছে প্ৰায় ৩৬,০০০ EVM। ২য়
Read More...

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রথম পর্যায়ৰ নির্বাচনত
Read More...