Daily Time Axom
Browsing Category

Guwahati

NDFB নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ NDFB নেতা ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল দোষী ৰঞ্জন দৈমাৰী। আন চাৰিজনক দোষমুক্ত ঘোষণা কৰিলে উচ্চ ন্যায়ালয়ে। আন ১০জনৰ পূৰ্বৰ শাস্তি বাহাল ৰাখিলে
Read More...

শক্তিপীঠ কামাখ্যাত বলীউডৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ কামাখ্যা মন্দিৰত উপস্থিত বলীউদৰ মোহময়ী অভিনেত্ৰী মহিমা চৌধুৰী। মা কামাখ্যাৰ শ্ৰীচৰণত পূজা আগবঢ়াই অভিনেত্ৰীগৰাকীয়ে। পুৱাৰ ভাগতে কামাখ্যা মন্দিৰত উপস্থিত হৈ আশীৰ্বাদ লয় বলীউদৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে বিগত
Read More...

যোৰাবাটৰ ৰবৰ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ। মেঘালয়ৰ অগ্নিনিৰ্বাপক
Read More...

চাঞ্চল্য! গাড়ীৰ ভিতৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ মহানগৰৰ চচলত এখন গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।চচলৰ পথৰ কাষত ৰখাই থোৱা এখন বোলেৰ’ বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো।মৃতদেহটো কমলপুৰৰ কংকন কলিতা বুলি জানিব পৰা গৈছে। মৃতদেহতো উদ্ধাৰ হোৱা বলেৰ’ বাহনখনৰ
Read More...

ৰাজ্যিক কেবিনেটঃ চাহ বাগিচাৰ শ্ৰমিকসকললৈ পূজা বোনাচ, মাইক্ৰ’ফাইনেন্স ঋণ ধাৰকসকললৈ সকাহ প্ৰদান

নিউজ ডেস্ক, ২৪ চেপ্তেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চাহ নিগম
Read More...

সু-খবৰ! শীঘ্ৰে পুনৰ ওলাব ১০ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন-মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ অতি শীঘ্ৰে আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন অচিৰেই মুকলি হ’ব। এই কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত ১১ হাজাৰ ২৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়
Read More...

পূজাৰ মাজতেই মুকলি কৰা হ’ব আৰ্যবিদ্যাপীঠৰ সন্মুখৰ উৰণীয়া সেতু- হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰৰ আৰ্যবিদ্যাপীঠৰ সন্মুখৰে পাৰ হৈ যোৱা উৰণীয়া সেতুখনৰ নিৰ্মাণ প্ৰায় শেষ হৈ উঠিছে। অহা ২ অক্টোবৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ব এই নিৰ্মীয়মান উৰণীয়া সেতুখন। পূজাৰ মাজতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত
Read More...

আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তি পত্র বিতৰণ অনুষ্ঠান। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন কৰা হৈছে। নিযুক্তি পত্র গ্রহণ কৰিবলৈ গুৱাহাটীত ভিৰ প্রাৰ্থীসকলৰ। ২৪টা বিভাগত ১১,২৩৬ প্রাৰ্থীয়ে
Read More...

বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখেৰ। উপ ৰাষ্ট্ৰপতিগৰাকীৰ আগমণক লৈ যানবাহন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেতবোৰ পথ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰপিছতেই উপ ৰাষ্ট্ৰপতি গৰাকীয়ে
Read More...

গুৱাহাটীৰ ৰিহেব চেন্টাৰত মহিলাৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ গুৱাহাটীৰ ৰিহেব চেণ্টাৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু। খাৰঘূলীৰ ফেইথ ফাউণ্ডেচন ৰিহাব চেন্টাৰত সংঘটিত হৈছে এই ঘটনা । প্রায় ডেৰ মাহ ধৰি চেন্টাৰটোত আছিল মহিলাগৰাকী। মৃত মহিলাগৰাকী পাঠশালাৰ বুলি জানিব পৰা
Read More...