Daily Time Axom
Browsing Category

Guwahati

আৰক্ষীৰ জিম্মাৰ পৰা পলাল ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শ্বাহ আলম

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ সাতগাঁও থানাত অঘটন।হেণ্ডকাফ লৈয়ে পলায়ন কৰে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম। বৃহস্পতিবাৰে নিশা সাতগাঁও থানাই আলমক লগত লৈ অভিযান চলাইছিল। পঞ্জাবাৰীৰ বতাহঘূলি অঞ্চলত অভিযান চলাই থকাৰ সময়তেই আৰক্ষীৰ
Read More...

মহানগৰীত ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ভঙাগড় আৰক্ষীৰ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ পুনৰ মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই যুৱকসহ এগৰাকী মহিলা প্ৰৱঞ্চক। বহু দিন ধৰি ভুৱা কথাৰে গ্ৰাহকক লুট চলোৱা প্রৱঞ্চক পৰিল আৰক্ষীৰ জালত। ভঙাগড় আৰক্ষীৰ জালত পৰে মহিলাসহ ২ প্রৱঞ্চক। ধৃত প্ৰৱঞ্চক ৰিহাবাৰীৰ নিকিতা
Read More...

মহানগৰীৰ বামুণীমৈদামত ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই। যুৱতীগৰাকীৰ দেহত দেখা গৈছে
Read More...

মহানগৰীৰ গড়চুক আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান, অভিযানত জব্দ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত কোটি টকাৰ ড্ৰাগছ জব্দ। লগতে ড্ৰাগছসহ জালত পৰিল বহিঃৰাজ্যৰ ৪ সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাই MN04 D2599 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে
Read More...

কেবিনেটত বিশেষ সিদ্ধান্তঃ গ্ৰাহকৰ বোজা লাঘৱৰ উদ্দেশ্যে APDCLক ১৫০ কোটি টকাৰ শক্তি ক্ৰয়ৰ ৰাজ সাহায্য

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে। কেবিনেটত বিদ্যুত
Read More...

গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, টুইটযোগে জনালে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত AQI ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি
Read More...

১৯ বছৰৰ পিছত খোল খালে জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখন

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰীঃ ১৯ বছৰৰ পিছত খোল খালে জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখন। আজি গুৱাহাটী প্ৰেছ ক্লাবত ৰাজহুৱাভাৱে এই বন্ধ খামৰ চিঠিখন খুলিলে নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাই। চিঠিৰ শিৰোনাম 'অন্য এক কলংকিত
Read More...

নিশা মহানগৰীৰ খ্রীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্রবেগী বাহনে মহটিয়াই নিলে তিনিখনকৈ বাহন

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে নিশা মহানগৰীৰ খ্রীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্রবেগী বাহনে মহটিয়াই নিলে তিনিখনকৈ বাহন।দুৰ্ঘটনাত আহত শিশুসহ কেইবাজনো লোক। গণেশগুৰি দিশৰ পৰা ভঙাগড় অভিমুখী আছিল বাহনকেইখন। কথমপি প্রাণৰক্ষা পৰে
Read More...

অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ অসমীয়া ছবিৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান । মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ। গুণসিন্ধু হাজৰিকাৰ জন্ম ১৯৩০ চনত নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰা গাঁৱত। ২০০১
Read More...

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জি পি সিং: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ IPS বিষয়া জি পি সিং হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান। এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত জি পি সিঙৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে
Read More...