মহানগৰীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান
নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পল্টন বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জৈন পথত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডত জাহ যায় ৬খনকৈ দোকান। ভস্মীভূত হয় বহুলাখ টকাৰ সা-সম্পত্তি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী!-->…
Read More...
Read More...