Daily Time Axom
Browsing Category

Health

আপুনি বৃক্কৰ সমস্যাত ভুগিছে নেকি,৫টা লক্ষণ চাই বুজিব পাৰিব

শৰীৰৰ ভিতৰত যদি কোনো ৰোগৰ জন্ম হয়, তেন্তে বাহিৰৰ পৰা বুজি পোৱাটো সম্ভৱ নহয়। বিশেষকৈ কিডনীৰ সমস্যাৰ সৃষ্টি হ’লে বহু পলমকৈ ধৰা পৰে। বহু ক্ষেত্ৰত এটা বৃক্ক বিকল হ’লে আনটোৱে কাম কৰি থাকে। ফলত বাহিৰৰ পৰা ক্ষতি দেখা নাযায়। কেৱল পাথৰেই নহয়,…
Read More...

যকৃতৰ সমস্যাত বেয়া অভ্যাসবোৰ সলনি কৰক

'স্বাস্থ্য হৈছে সম্পদ'। স্বাস্থ্য সুৰক্ষাৰ বাবে মানৱ শৰীৰত যকৃতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অস্বাস্থ্যকৰ অভ্যাস আজিয়েই বন্ধ কৰি দিয়ক যাতে আপোনাৰ লিভাৰ সুৰক্ষিত হয়। অত্যধিক মদ্যপানৰ দৰে অত্যধিক ধূমপানে যকৃতৰ কাৰ্য্যত প্ৰভাৱ পেলাব পাৰে…
Read More...

গৰম যিমানেই নহওক ঘৰৰ পৰা ওলাই যাবই লাগিব,লগত কি কি ৰাখিব

গৰম যিমানেই নহওক কামৰ বাবে ওলাই যাবলগীয়া হ'বই, তেন্তে লগত কেইটামান অত্যাৱশ্যকীয় বস্তু ৰাখক- ছানস্ক্ৰীণ ছাল সুৰক্ষাৰ বাবে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। কেৱল গ্ৰীষ্মকালতে নহয় প্ৰতিটো ঋতুতে ছানস্ক্ৰীণ অতি প্ৰয়োজনীয়। বাহিৰলৈ ওলোৱাৰ আগতে…
Read More...

ঋতুস্ৰাৱৰ কাপৰ বিষয়ে জনা-অজানা কথা

আজিকালি বহু মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনও ব্যৱহাৰ কৰে। তাৰ তুলনাত মাহেকীয়া কাপ বেছি ব্যৱহাৰ কৰা নহয় যদিও ই অতি নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ…
Read More...

দাঁতৰ যত্ন নল’লে হৃদৰোগো হ’ব পাৰে!

নিয়মিতভাৱে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ ক্ষতি হয় বুলি আপুনি ভাবেনে? কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ডায়েবেটিছ, হৃদৰোগ আনকি কেন্সাৰৰ সৈতেও দাঁতৰ স্বাস্থ্যৰ সম্পৰ্ক আছে। ইয়াত পুৰুষসকল মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই সকলোবোৰ…
Read More...

দুজনী মাৰ গৰ্ভৰ পৰা এটা সন্তানৰ জন্ম সম্ভৱ, দ্বাপৰ যুগৰ বলৰামৰ দৰে

এই বিৰল পৰিঘটনা ইউৰোপত সংঘটিত হৈছে। ৩০ বছৰীয়া এষ্টেফানিয়াৰ গৰ্ভত এই ভ্ৰূণ গজালি মেলিছে। আৰু সেই ভ্ৰূণটো পুনৰ ২৭ বছৰীয়া আজাহাৰাৰ গৰ্ভত ৰোপণ কৰা হয়। ৯ মাহৰ পিছত সেই শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখিলে। নাম ডেৰে এলয়। মাতৃ আৰু সন্তান দুয়োৰে…
Read More...

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত জিলা আয়ক্তৰ উপস্থিতিত প্ৰসূতি আৰু স্ত্ৰীৰোগীৰ বাবে ভৱন উদ্ধোধন

বৃহস্পতিবাৰে ১২ বজাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত জিলা আয়ক্তৰ উপস্থিত নৱ নিৰ্মিত ভৱন উন্মোচন। অসমৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে ৰাজ্যখনৰ স্বাস্থ্য খণ্ড উন্নয়নৰ বাবে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি ৩০ খন বিচনাযুক্ত মাৰ্ঘেৰিটা…
Read More...

শীতৰ আৰম্ভণিতে শিশুটি চৰ্দিত আক্ৰান্ত হ’লে কি কৰিব

বৰ্তমানৰ বতৰ যথেষ্ট বিপদজনক। গোটেই দিনটো গৰম যদিও ৰাতি ঠাণ্ডা হয়। শিশুক চিকিৎসকৰ ওচৰলৈ যোৱাৰ মূল কাৰণ চৰ্দি। বেছিভাগ ক্ষেত্ৰতে বায়ুত থকা ভাইৰাছ বা স্পৰ্শ কৰা বস্তুৰ সংস্পৰ্শৰ ফলত চৰ্দি হয়। ইয়াৰ প্ৰেছক্ৰিপচন যথেষ্ট সহজ; সময়ৰ লগে লগে…
Read More...

অত্যধিক কফি খোৱাত কি ক্ষতি হৈছে আপুনি কেনেকৈ জানিব

দিনটোত কিমান কাপ কফি খাব লাগে? কিমান কফিয়ে আপোনাৰ শৰীৰত সমস্যাৰ সৃষ্টি নকৰে? বিশেষজ্ঞসকলে কি কয়? সুস্থ হৃদযন্ত্ৰৰ লোকৰ বাবে এক নিৰ্দিষ্ট মাত্ৰালৈকে কফি সেৱন কৰাটো নিৰাপদ বুলি গণ্য কৰা হয়। আমেৰিকান হাৰ্ট এছ’চিয়েশ্যন আৰু ইউ এছ ফুড এণ্ড…
Read More...

সুস্থ জীৱন পাবলৈ এই ৬ টা নিয়ম মানি চলক

বিশেষজ্ঞসকলে কয় যে তেওঁলোকৰ ওচৰলৈ বহু লোক আহে, যিসকল যৌনতাৰ প্ৰতি ইমানেই আসক্ত যে তেওঁলোকে ২৪ ঘণ্টাই যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰে। কিন্তু এয়া সম্ভৱ নহয়। গতিকে বহু সময়ত যদি এই হেঁপাহ মনৰ ভিতৰতে ৰখা হয়, তেন্তে বহুলোক মানসিকভাৱে
Read More...