বেছি নিমখ কিয় খাব নালাগে জানক
বহুতকে ভাতৰ থালিৰ কাষত অলপ কেঁচা নিমখ লাগে। কোনোবাই নিমখ এচিকুট নিদিয়ালৈকে মুখৰ জুঁতি নাপায়। কিন্তু অতিৰিক্ত নিমখযুক্ত খাদ্যৰ ক্ষতিকাৰক প্ৰভাৱ কিমান জানেনে?
নিমখত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে। অলপমান ছডিয়াম শৰীৰৰ বাবে উপকাৰী, কিন্তু!-->!-->!-->…
Read More...
Read More...