Daily Time Axom
Browsing Category

India

সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ…

'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক আভিজাত উদযাপন। পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ
Read More...

১২ বছৰৰ পিছত প্ৰয়াগত মহা কুম্ভ, ১২ বছৰৰ পিছত কিয় হ’ল মহা কুম্ভ! ইয়াৰ আঁৰত এটা কাহিনী আছে

১২ বছৰৰ পাছত মহাকুম্ভৰ আয়োজন কৰা হয়। দেৱ-অসুৰৰ যুদ্ধৰ বাবে কিয় আৰু কেনেকৈ কুম্ভ আৰম্ভ হৈছিল... উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃহৎ পৰিসৰত চলি আছে কুম্ভমেলা। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হয়, যিটো এইবাৰ উত্তৰ প্ৰদেশত ১৩
Read More...

নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ সজাই ভাৰতীয় হোৱা বাংলাদেশী যুৱক গ্ৰেপ্তাৰ

মুৰ্ছিদাবাদ জিলাৰ ৰাণীনগৰ থানাৰ সীতানগৰ গাঁৱত এজন বাংলাদেশী নাগৰিকে নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ কৰি বাস কৰিছিল। শুকুৰবাৰে গভীৰ নিশা গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে গাঁওখনত অভিযান চলাই বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ
Read More...

দেশত নিবনুৱাৰ হাৰ হ্ৰাস পোৱা নাই, চৰকাৰী সমীক্ষা

দেশত নিবনুৱা সমস্যা হ্ৰাস পোৱা নাই। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশত নিবনুৱাৰ সংখ্যা ৩.২ শতাংশ। দেশৰ বিভিন্ন খণ্ডত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰৰ এই সমীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে দেশৰ অধিকাংশ শিক্ষিত সমাজ এতিয়াও নিবনুৱা সমস্যাত ভুগি
Read More...

‘অস্ত্ৰ এৰক, নহ’লে..’ মাওবাদৰ বিৰুদ্ধে শ্বাহৰ ‘অল আউট ৱাৰ’ ঘোষণা

মাওবাদৰ অন্ত পেলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ঘোষণা কৰিছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক ‘মাওবাদী মুক্ত দেশ’ হিচাপে ঘোষণা কৰা হ’ব। এই লক্ষ্য পূৰণৰ বাবে মাওবাদীক বাৰ্তা দিছে শ্বাহে। তেওঁ কঠোৰ
Read More...

জাতীয় পতাকাত কালেমা লিখাক লৈ ক্ষুব্ধ হিন্দু পৰিষদ

জাতীয় পতাকাত কালেমা লিখাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ ঘুবাৰা তহচিলৰ অন্তৰ্গত পাণয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা।একাংশ মুছলমানে জাতীয় পতাকা অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। জাতীয় পতাকাৰ
Read More...

১৮ বছৰৰ তলৰ লোকৰ বাবে ইনষ্টাগ্ৰামে কি ব্যৱস্থা গ্ৰহণ কৰিছে

১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইনষ্টাগ্ৰামৰ
Read More...

ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী

ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী। ছোৱালীজনীৰ শাৰীৰিক গঠনৰ পৰিৱৰ্তন প্ৰথমে পৰিয়ালটোৱে বুজি পোৱা নাছিল। সঘনাই অসুস্থ হৈ পৰাৰ পিছত গৰ্ভৱতী হোৱা বুলি চিকিৎসকে জনোৱাত পৰিয়ালটোৰ চকু ডাঙৰ হৈ পৰে। অৱশেষত আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিজনৰ
Read More...

লাডাখৰ মানচিত্ৰত নতুন পাঁচখন জিলাৰ নাম ঘোষণা কেন্দ্ৰৰ

কেন্দ্ৰই সলনি কৰিছে লাডাখৰ মানচিত্ৰ। আজি ঘোষণা কৰা হয় পাঁচখন নতুন জিলাৰ নাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ঘোষণা কৰে লাডাখৰ ৫খন নতুন জিলাৰ নাম। এই পাঁচখন জিলা হ’ল, জাংস্কাৰ, দ্ৰাছ, ছাম, নুব্ৰা আৰু চাংথাং। ছ’চিয়েল
Read More...