Daily Time Axom
Browsing Category

India

কেৰালাত নৃশংস নৰখাদক বাঘ হত্যাৰ নিৰ্দেশ

কেৰেলাৰ গাঁৱত নৰখাদকৰ নৃশংসকাণ্ড । এই নৃশংস বাঘটোক ততাতৈয়াকৈ হত্যা কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়া হৈছে। কেৰেলাৰ বনমন্ত্ৰী এ কে ছাচেন্দ্ৰনে কয় যে কিছুদিন পূৰ্বে বাঘটোৱে ৱায়ানাডত এজন লোকক হত্যা কৰিছিল। ইতিমধ্যে বন বিভাগে বাঘটোক চিনাক্ত…
Read More...

ভাৰতৰ সেই স্থানসমূহ হিন্দুৰ হাতত গতাই দিয়কঃ আৰ এছ এছৰ নেতা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে ভাৰতত বসবাস কৰা মুছলমান আৰু অন্যান্য ধৰ্মসমূহক হিন্দুসকলে দাবী কৰা মাটিসমূহ হিন্দুৰ হাতত গতাই দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে স্পষ্টভাৱে কৈছে যে…
Read More...

সংসদৰ নিৰাপত্তাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্ন

২২ বছৰ পূৰ্বে সংসদ আক্ৰমণৰ স্মৃতি পুনৰ ঘূৰি আহিল লোকসভালৈ। লোকসভাৰ গেলেৰীৰ পৰা চেম্বাৰত জপিয়াই পৰে দুই যুৱক। সংসদৰ নিৰাপত্তাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক উত্থাপন হৈছে। লোকসভাত দুই যুৱকে ‘ৰঙীন বোমা’ নিক্ষেপ কৰাৰ চেষ্টা কৰে। দুয়োকে গ্ৰেপ্তাৰ…
Read More...

প্ৰশিক্ষণৰ সময়ত বিমান দুৰ্ঘটনা, ২ জন পাইলট নিহত

বায়ুসেনাৰ প্ৰশিক্ষণ চলি আছিল, তাৰ মাজতে বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এই ঘটনাত ২ জন লোকৰ মৃত্যু হয়। সোমবাৰে পুৱা তেলেংগানাত সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে, হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে…
Read More...

মুৰ্ছিদাবাদত দুৰ্ঘটনাগ্ৰস্ত ৰাধিকাপুৰ এক্সপ্ৰেছ, ইঞ্জিনত জুই, ৰে’ল লাইনো ক্ষতিগ্ৰস্ত

ৰাধিকাপুৰ এক্সপ্ৰেছ ৰে’লখনে দেওবাৰে গভীৰ নিশা কলকাতাৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত মুৰ্ছিদাবাদৰ ফৰাকাৰ বল্লালপুৰ দলঙৰ সমীপত এক ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ইঞ্জিনত জুই লাগে। প্ৰায় ৫০০ মিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্ত…
Read More...

উদযাপন, ক’ৰবাত বিজেপিৰ উদযাপন, ক’ৰবাত কংগ্ৰেছৰ উদযাপন

চাৰিখন ৰাজ্য, চাৰিখন ৰাজ্যৰ মানুহে নিজৰ প্ৰয়োজন অনুযায়ী আগন্তুক ৫ বছৰৰ বাবে এটা ৰাজনৈতিক দল বাছি লৈছে। কোনখন ৰাজ্যৰ মানুহে কোন দলক বিশ্বাস কৰিছিল, ক্ৰমান্বয়ে ছবিখন স্পষ্ট হৈ পৰিছে। উত্তেজনা আৰু উদযাপন আজি দুগুন বাঢ়িছে। চাৰিখন ৰাজ্যৰ…
Read More...

তিনিখন ৰাজ্যত গেৰুৱা ৰঙৰ ধুমুহা, উৎসৱমুখৰ আমেজত এতিয়া বিজেপি কৰ্মী-সমৰ্থক

কংগ্ৰেছ আৰু বিজেপিৰ মাজত অনুষ্ঠিত হোৱা ছেমি ফাইনেলত গেৰুৱা শিবিৰ আগবাঢ়িল। গণনা আৰম্ভ হোৱাৰ তিনি ঘণ্টাৰ পাছত তিনিখন ৰাজ্যত ধুমুহাৰ ইংগিত পোৱা গৈছে। ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে, যিটো ভাৰতৰ মিত্ৰজোঁটৰ বাবে এক ডাঙৰ আঘাত। সূত্ৰ অনুসৰি…
Read More...

‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠকৰ দিন নিৰ্ধাৰণ

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠকৰ দিন নিৰ্ধাৰণ কৰিছে। ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থান বলা ধুমুহাৰ পিছত কংগ্ৰেছে ক্ষন্তেকীয়া বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। সময় নষ্ট নকৰাকৈয়ে ‘ইণ্ডিয়া’…
Read More...

৪ ৰাজ্যত ভোটত অগ্ৰগতি,বিজেপি-৩,কংগ্ৰেছ-১

পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৩৪ হাজাৰ ৪১৭টা ভোটত অগ্ৰগতি লাভ কৰিছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী চৌহানে লাভ কৰিছে ৪৪ হাজাৰ ৮৩৫ টা ভোট। আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰম মস্তলে লাভ কৰিছে ১০ হাজাৰ ৪১৮ টা ভোট।…
Read More...

৪ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল “২০২৩” লাইভ আপডেট

১১:৩১ (IST) ০৩ ডিচেম্বৰ বিধানসভা নিৰ্বাচন ২০২৩: কেচিআৰৰ বিআৰএছত ব্যাপক আঘাত হানিলে মুখ্যমন্ত্ৰীৰ ফ্ৰন্টৰানাৰ ৰেভান্থ ৰেড্ডীয়ে ১১:২৬ (IST) ডিচেম্বৰ ০৩ বিধানসভা নিৰ্বাচন ২০২৩ লাইভ: ৩ খন ৰাজ্যত বিজেপিৰ জয়ৰ ওপৰত আত্মবিশ্বাসী ছত্তীশগড়ৰ…
Read More...