ইৰাণে গাজাৰ পৰিস্থিতি চম্ভালিবলৈ অনুৰোধ জনাইছে ভাৰতক
ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচীয়ে ইজৰাইল-হামাছৰ ওপৰত ভাৰতক আছৰলৈ আহিবলৈ অনুৰোধ জনায়। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰি কয় যে ভাৰতে এই সমস্যা সমাধান কৰিব পাৰে। অতি সোনকালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিষয়টোৰ মাজলৈ আহি সমাধান কৰক।…
Read More...
Read More...