Daily Time Axom
Browsing Category

India

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকক সাক্ষাৎ কৰিবলৈ গ’ল তৃণমূলৰ পাঁচজনীয়া প্ৰতিনিধি দল

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকৰ কাষত থিয় দিছে তৃণমূল কংগ্ৰেছ। প্ৰতিবাদকাৰী কৃষকসকলক সাক্ষাৎ কৰিবলৈ তৃণমূলৰ ৫ জনীয়া এটা প্ৰতিনিধি দল হাৰিয়ানাৰ খানৌৰী সীমান্তলৈ যায়। পাঁচজনীয়া দলটোত আছিল ডোলা সেন, ডেৰেক অ’ব্ৰাইন, মহম্মদ নাদীমুল হক, সাগৰিকা…
Read More...

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থী আক্ৰমণ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ। সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয়। ৰাতিপুৱা ১০.৩০ বাজিছিল। সেই সময়ত দুষ্কৃতিকাৰীয়ে হঠাতে কনভয়টোক লক্ষ্য কৰি গুলীচালনা কৰে। খবৰ অনুসৰি এই…
Read More...

অন্ধ্ৰ প্ৰদেশত পুনৰ ক্ষমতালৈ আহিল টিডিপি, পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ গৈ আছে চন্দ্ৰবাবু

অন্ধ্ৰপ্ৰদেশত পুনৰ ক্ষমতালৈ আহিল তেলেগু দেশম পাৰ্টি। চন্দ্ৰবাবু নাইডুৱে অহা ৯ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশতো…
Read More...

‘ৰাম মন্দিৰ’ৰ যাদুৱে কাম কৰা নকৰিল, যোগীৰাজ্যত প্লাৱিত হৈছে বিজেপি

চলিত বৰ্ষৰ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পিছত ৰাজনৈতিক মহলৰ পৰা সাধাৰণ ৰাইজৰ এটা ধাৰণা আছিল যে কেৱল ৰাম লালায়েহে ভোটৰ জোৱাৰ আনি দিব। অৱশ্যে ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোৱে বেলেগ কথা কৈছে। আবেলি চাৰি বজালৈকে…
Read More...

দিল্লীত তীব্ৰ গৰম, নূন্যতম তাপমাত্ৰা ৩০ ডিগ্ৰীতকৈও অধিক

ৰাজধানী দিল্লীত সৰ্বনিম্ন উষ্ণতা ৩০ ডিগ্ৰীৰ ওপৰত হোৱাৰ বিপৰীতে সৰ্বোচ্চ উষ্ণতা ৫০ ডিগ্ৰীৰ ওচৰত। অৱশ্যে এয়াৰ অফিচে কিছু সকাহৰ খবৰ দিছে। যদিও আকাশ পৰিষ্কাৰ হ’ব, কিন্তু লঘু বৰষুণ হ’ব। দিল্লীৰ বিভিন্ন প্ৰান্তত চলি আছে গৰমৰ ঢৌ। সময়ৰ লগে লগে…
Read More...

শেষ হ’ল দেশৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

১৮ নং লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। পশ্চিম বংগকে ধৰি ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত শনিবাৰে সপ্তম বা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজালৈ সমগ্ৰ দেশত ৫৮.৩ শতাংশ ভোট। এই ৰাজ্যসমূহৰ বাহিৰেও উত্তৰ…
Read More...

নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে ভাৰতীয়ই

কেৱল নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে এজন ভাৰতীয় লোকে। নাকেৰে বৰ্ণমালা টাইপ কৰাৰ খিতাপ দখল কৰি তেওঁ নিজৰ অভিলেখ ভংগ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। ৪৪ বছৰীয়া এইগৰাকী ভাৰতীয়ৰ নাম বিনোদ কুমাৰ চৌধুৰী। বিনোদে ২৫.৬৬ ছেকেণ্ডত নাকেৰে…
Read More...

মলদ্বাৰত ভৰাই প্ৰায় এক কিলোগ্ৰাম সোণ সৰবৰাহৰ চেষ্টা! কেৰালাৰ পৰা আটক বিমান পৰিচাৰিকা

প্ৰায় এক কেজি সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ এগৰাকী এয়াৰ হোষ্টেছ। তেওঁ কলকাতাৰ বাসিন্দা। তেওঁ ওমানৰ মাস্কাটৰ পৰা কেৰালাৰ কান্নুৰলৈ লৈ গৈছিল সোণ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে, সোণখিনি বিমান পৰিচাৰিকাগৰাকীৰ মলদ্বাৰত আছিল।…
Read More...

বিহাৰৰ পিছত উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে উচ্চ ৰক্তচাপ আৰু জ্বৰত ১৩ জন ভোটগ্ৰহণ কৰ্মীৰ…

উত্তৰ প্ৰদেশত একেখন জিলাৰ পৰা ১৩ গৰাকী ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু। প্ৰথম অৱস্থাত গৰমৰ বাবে এওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি কৰ্মীসকলৰ প্ৰত্যেকৰে উচ্চ ৰক্তচাপ আৰু জ্বৰৰ লক্ষণ দেখা গৈছিল। কিন্তু গৰমৰ বাবেই মৃত্যু হৈছে…
Read More...

মুম্বাই বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমাতংক

যাত্ৰীবাহী বিমানত বোমা বোমাতংক। শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। শনিবাৰে পুৱা চেন্নাইৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পিছত মুম্বাই বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমা বোমাতংক হোৱাৰ খবৰ আহে। লগে লগে বিমানখনত অনুসন্ধান…
Read More...