Daily Time Axom
Browsing Category

India

ইম্ফলত অনুষ্ঠিত হোৱা বৈঠকৰ অনুমতি নাপালে ৰাহুল গান্ধীয়ে

মাত্ৰ চাৰিদিন পিছতে মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ভাৰত যোৰো ন্যায় যাত্ৰা। ঠিকেই আছিল, ১৪ জানুৱাৰীত দেশৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ ৰাহুলৰ যাত্ৰা আৰম্ভ হ’ব ইম্ফল চহৰৰ মাজমজিয়াত থকা পেলেচ স্কোৱাৰৰ চৰকাৰী খেলপথাৰত এখন ৰাজহুৱা সভাৰে।…
Read More...

আত্মবিশ্বাস দেখুৱাওক – আগ্ৰাসন নহয়, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ বিজেপি নেতালৈ

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। মন্দিৰ উদ্বোধনৰ পূৰ্বে সজাগ বিজেপি শিবিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত বিজেপিৰ সকলো নেতাক সকীয়াই দিয়ে। আত্মবিশ্বাস দেখুৱাওক - আগ্ৰাসন নহয়, নিৰ্দেশ দিলে…
Read More...

আপ-কংগ্ৰেছৰ মুখামুখি বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে বিশেষ সময় বাকী নাই। ৰাজনৈতিক দলসমূহে নিজস্ব কৌশল ৰচনা কৰি আছে। এনে পৰিস্থিতিত আপ-কংগ্ৰেছ মুখামুখি বৈঠকত বহি আছে। জ্ঞাত সূত্ৰৰ মতে, নিৰ্বাচনৰ পূৰ্বে দুয়োটা দলৰ মাজত মতানৈক্য সমাধানৰ বাবে মুখামুখি হৈছে। লোকসভা…
Read More...

লক্ষদ্বীপত কি কৰিলে প্ৰধানমন্ত্ৰীয়ে

তেওঁ সদায় সকলোকে আচৰিত কৰি ভাল পায়। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। আজি লক্ষদ্বীপত সাগৰত সাঁতুৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যিখন ছবি ছ’চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰিল। সেই ফটোখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি তেওঁ কয় যে…
Read More...

দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা আৰক্ষীৰ

যোগীৰাজ্যত এগৰাকী দলিত ছোৱালীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ এজন আৰক্ষীৰ বিৰুদ্ধে। ২৯ ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা। উত্তৰ প্ৰদেশ আৰক্ষীয়ে মঙলবাৰে এই ঘটনা ৰাজহুৱা কৰে। অভিযুক্ত কনিষ্টবলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী ২৫ বছৰীয়া দলিত…
Read More...

নাৰীক গৰ্ভৱতী কৰি লাখ লাখ টকা উপাৰ্জন! বিহাৰত গ্ৰেপ্তাৰ ৮

বিহাৰত চাঞ্চল্যকৰ অপৰাধ। নিঃসন্তান নাৰীক গৰ্ভধাৰণ কৰি পুৰুষে লাখ লাখ টকা লৈছে। নীতিশ কুমাৰৰ ৰাজ্যত এই পৰ্যন্ত আৰক্ষীয়ে এনেধৰণৰ ঘটনাত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই অবৈধ ব্যৱসায় অনলাইনত যথেষ্ট সময় ধৰি চলি আছিল। বিহাৰৰ…
Read More...

বিহাৰৰ মাজ পথত দলিত মহিলাক নৃশংসভাৱে প্ৰহাৰ আৰক্ষীৰ

ৰাজহুৱা স্থানত এগৰাকী দলিত মহিলাক লাঠিৰে তীব্ৰ প্ৰহাৰ কৰে এজন আৰক্ষীয়ে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। সমালোচনাৰ সন্মুখীন হৈছে নীতিশ কুমাৰৰ চৰকাৰৰ। এটা ভাইৰেল ভিডিঅ’ত এজন পুলিচে দলিত মহিলাক মাজ পথত লাঠিৰে প্ৰহাৰ…
Read More...

দেশৰ দুয়ো মূৰত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু, ৭৪ জন আহত

দেশৰ দুয়ো মূৰত সংঘটিত দুটা পথ দুৰ্ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হয়। আহতৰ সংখ্যা মুঠ ৭৪ জন। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ তাম্হিনী ঘাট অঞ্চলত। তাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু। আহত ৫৫ জন। আজি শনিবাৰে…
Read More...

ছ’চিয়েল মিডিয়াত ভাইৰেল এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁৰ দশম শ্ৰেণীৰ ছাত্ৰ ফটো

কৰ্ণাটকৰ মুৰুগমল্লাৰ চৰকাৰী হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁৰ দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ ফটোৱে ছ’চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি কৰিছে। শিক্ষক আৰু ছাত্ৰই ইজনে সিজনক সাৱটি ধৰি চুমা খাই থকা ছবিসমূহ শিক্ষামূলক অধ্যয়ন ভ্ৰমণৰ সময়ত বন্দী কৰা…
Read More...

কানাডাৰ কুখ্যাত গেংষ্টাৰ লখবীৰক ভাৰতৰ সন্ত্ৰাসবাদী ঘোষণা

ভাৰতে কুখ্যাত গেংষ্টাৰ লখবীৰ সিং লাণ্ডা (৩৩)ক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। ২০২১ চনত লখবীৰে পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মহলীৰ মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আন আন সন্ত্ৰাসবাদী কাৰ্যকলাপতো জড়িত থকাৰ অভিযোগ।…
Read More...