Daily Time Axom
Browsing Category

International

বাৰাক ওবামা কি পুনৰ প্ৰেমত পৰিছে নেকি ,চৰ্চা অব্যাহত

আমেৰিকাত হুলস্থুল। কিন্তু পুনৰ প্ৰেমত পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা। বাৰাক ওবামা আৰু তেওঁৰ পত্নী মিচেল ওবামাই আমেৰিকাৰ প্ৰিয় শক্তিশালী দম্পতীৰ খিতাপ লাভ কৰিছে। কিন্তু বাৰাক ওবামা পুনৰ প্ৰেমত পৰিছে বুলি চৰ্চা চলিছে। এই
Read More...

ভাৰতত আইনীভাবে থকাৰ আজি শেষ দিন শ্বেখ হাছিনাৰ

তীব্ৰ গণ প্ৰতিবাদৰ মাজতে দেশ এৰি পলায়ন কৰি ৫ আগষ্টত ভাৰতত আশ্ৰয় লয় শ্বেখ হাছিনাই। কূটনৈতিক পাছপ’ৰ্টৰ ক্ষমতাত তেওঁ আইনগতভাৱে ৪৫ দিন ভাৰতত থাকিব পাৰিব। অৱশ্যে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ পাছপ’ৰ্ট বাতিল কৰিছে। কিন্তু
Read More...

পাকিস্তানত এজন এজনকৈ বাছৰ পৰা নমাই ২৩জন যাত্ৰীক গুলীয়াই হত্যা

পথ অৱৰোধ কৰি বাছখন ৰখাই যাত্ৰীসকলক নামিবলৈ বাধ্য কৰাই পৰিচয় পত্ৰ পৰীক্ষা কৰি পিছত গুলীচালনা কৰি হত্যা কৰিলে! চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বেলুচিস্তানত এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি এই ঘটনাত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে।
Read More...

হত্যাৰ চেষ্টাৰ পিছতো স্তব্ধ হোৱা নাই ট্ৰাম্পৰ খোজ

গুলীটো সোঁ কাণত লগাত তেজ ওলাইছিল যদিও সোঁহাতৰ দৃঢ় মুঠিৰে মঞ্চত থিয় হৈ তেওঁ অনুৰাগীসকলক ক’লে, ‘ফাইট, ফাইট’। ৭৮ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে অলপো জিৰণি লোৱা নাছিল। গুলী লগাৰ ২৪ ঘন্টাৰ অন্তত দলীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উইচকনচিনত…
Read More...

লৰ্ড জগন্নাথে ড’নাল্ড ট্ৰাম্পৰ প্ৰাণ ৰক্ষা কৰিলে! ইস্কনৰ দাবী

ৰক্ষা পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীৱন। আঘাতপ্ৰাপ্ত হ’লেও ভগৱান জগন্নাথৰ কৃপাত ট্ৰাম্প বাচিল! এই দাবী ইস্কনৰ । ৪৮ বছৰ আগৰ এটা ঘটনাও তেওঁৰ মনত পৰিল। ইস্কনৰ মুখপাত্ৰ ৰাধাৰমণ দাসে কয়, ‘অৱশ্যেই ই ঐশ্বৰিক যোগ। ঠিক ৪৮…
Read More...

গাজাত ইজৰাইলৰ আক্ৰমণ, ধ্বংসাৱশেষৰ তলত উলাইছে মৃতদেহৰ দ’ম

গাজা চহৰৰ কিছু অংশৰ পৰা ইজৰাইলৰ বাহিনীয়ে আঁতৰি অহাৰ পিছত টাল আল হাৱা অঞ্চলৰ পৰা অৰ্ধশতাধিক পেলেষ্টাইনী মৃতদেহ উদ্ধাৰ কৰা হৈছে। পেলেষ্টাইনী উদ্ধাৰ কৰ্মীয়ে এই তথ্য নিশ্চিত কৰিছে। গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে শুকুৰবাৰে…
Read More...

নেপালত পথৰ পৰা ২ খন বাছ নদীত বাগৰি পৰে! নিৰুদ্দেশ হৈ আছে ৬৩জন লোক

নেপালত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পথৰ পৰা দুখন বাছ ত্ৰিশুলি নদীত বাগৰি পৰে। শুকুৰবাৰে পুৱা এই ঘটনাত দুখন বাছত নিৰুদ্দেশ হৈছিল ৬৩ জন যাত্ৰী। নিৰুদ্দেশ হোৱাসকলৰ ভিতৰত ৭ জন ভাৰতীয়। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল…
Read More...

চাৰি দশকৰ অন্তত অষ্ট্ৰিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী ভিয়েনাত গাৰ্ড অৱ অনাৰেৰে সন্মানিত

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে সংসদত বহি প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰে। পুটিনৰ সৈতে সাক্ষাৎ-ৰাতিৰ আহাৰ-সভাৰ অন্তত প্ৰায় চাৰি দশকৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়ালৈ যায়। ১৯৮৩ চনৰ কথা, ভাৰতৰ প্ৰাক্তন…
Read More...

মালিত সন্ত্ৰাসবাদী আক্ৰমণ, কমেও ৪০ জন লোকৰ মৃত্যু

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ৪০ জন লোকৰ মৃত্যু হৈছে। সেই দেশৰ ডিজিগুইবম্বো গাঁৱত সোমবাৰে সংঘটিত হয় এই আক্ৰমণ। অৱশ্যে এই আক্ৰমণত কোনটো সংগঠন জড়িত হৈ আছে সেয়া জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনো উগ্ৰপন্থী…
Read More...