আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড,৪জন লোক নিহত ,গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত ১৮ জন
নিউজ ডেস্ক, ৩০ অক্টোবৰঃ আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড৷ পেট্ৰ'ল কঢ়িওৱা এখন টেংকাৰত জুই৷ মিজোৰামৰ ৰাজধানী আইজলত এখন পেট্ৰ’ল টেংকাৰত হোৱা জুইৰ বিস্ফোৰণৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হয়।
খবৰ অনুসৰি,!-->!-->!-->…
Read More...
Read More...