Daily Time Axom
Browsing Category

Mumbai

অহা ১২ জানুৱাৰীত ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং উদ্বোধন কৰা হ’ব

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত দেশৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল) উদ্বোধন কৰিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দেওবাৰে এই তথ্য অৱগত কৰে। পিটিআইৰ উদ্ধৃতিৰে এনডিটিভিৰ বাতৰি…
Read More...

মাকক হেৰুৱালে মাধুৰীয়ে ,স্নেহলতা দীক্ষিতৰ নব্বৈ বছৰ বয়সত মৃত্যু

মাধুৰী দীক্ষিতে হেৰুৱালে মাকক। দেওবাৰে পুৱা স্নেহলতা দীক্ষিতৰ মৃত্যু হয়। যোৱা বছৰৰ জুন মাহত মাধুৰীয়ে মাকৰ ৯০ সংখ্যক জন্মদিন পালন কৰিছিল। সেই সময়ত তেওঁ ছবিখন পোষ্ট কৰি লিখিছিল, “হেপি বাৰ্থডে আই (মাকক মহাৰাষ্ট্ৰত আই বুলি কোৱা
Read More...

ছুটীত থকা সহকৰ্মীক অশান্তি দিলে ১ লাখ টকাৰ জৰিমনা!

একঘেয়ামী কৰ্মজীৱনৰ পৰা বিৰতি লৈ পৰিয়ালৰ সৈতে অকলে সময় কটাবলৈ আপুনি কৰ্মৰ পৰা কেইদিনমান ছুটী লৈছে। কিন্তু দেখা গ’ল যে বিভিন্ন সৰু সৰু কামত অফিচৰ পৰা সহকৰ্মীসকলৰ ফোন আহি আছে আপোনাৰ ওচৰলৈ। যিটো এতিয়া দৈনন্দিন জীৱনৰ প্ৰতিজন চৰকাৰী আৰু
Read More...

বলিউদৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। আৰু বিশিষ্ট
Read More...

২৬/১১ ৰ প্ৰাকমুহূৰ্তত, মুম্বাইত পুনৰ বোমা বিস্ফোৰণ কৰাৰ ভাবুকি অচিনাক্ত লোকৰ

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ২৬/১১ কাণ্ডৰ পূৰ্বে পুনৰ মুম্বাই আৰক্ষীলৈ ভাবুকি ভৰা ফোন । আৰক্ষীলৈ অহা ফোনত কয় যে, চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব। আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে
Read More...