Daily Time Axom
Browsing Category

New Delhi

কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খৰ্গে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ AICCৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে। শশী থাৰুৰক পৰাস্ত কৰি জয়ী হ'ল মল্লিকাৰ্জুন খৰ্গে। ৭,৮৯৭ টা ভোট লাভ কৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে। শশী থাৰুৰে লাভ কৰিলে ১,০০০টা ভোট। উল্লেখ্য যে, ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল
Read More...

আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি, কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ আজি ভোটগণনা। নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলটোৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা সভাপতি নিৰ্বাচনৰ ভোটগণনা। আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। উল্লেখ্য
Read More...

পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ CBIৰ চমন। ১৭ অক্টোবৰত চিবিআইৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ উপ- মুখ্যমন্ত্ৰীগৰকীক। দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ছিছোদিয়াক জেৰা কৰিব CBIয়ে। শুকুৰবাৰে দিল্লীৰ
Read More...

ফুটপাথত শুই থকা ৬ গৰাকীক মহটিয়ালে ট্ৰাকে, নিহত ৪ জন

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ দিল্লীত নিশা শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ায় নিলে ফুটপাথত শুই থকা ৬ গৰাকী লোকক। ঘটনাত নিহত হৈছে ৪ জনকৈ লোক। আন দুজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ
Read More...

গুৰুজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ টুইট

নিউজ ডেস্ক, ২৯ আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ প্ৰণাম জনাই দিল্লীৰ মুখেযমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট। https://twitter.com/ArvindKejriwal/status/1564100627407712256 হৰি নাম ৰসে
Read More...

দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে উদয় উমেশ ললিতে

নিউজ ডেস্ক, ২৭ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে আজি পুৱা শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ উপস্থিতিত ইশ্বৰৰ নামত শপত গ্ৰহণ কৰি দেশৰ সংবিধান অনুসৰি আইন-শৃংখলা অটুত ৰাখি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ
Read More...

মোদীৰ ক্ল’জ গৌতম আদানীয়ে ক্ৰয় কৰিব বিচাৰিছে এনডিটিভি

নিউজ ডেস্ক, ২৫ আগষ্টঃ ভাৰতৰ জনপ্ৰিয় নিউজ মিডিয়া হিচাপে পৰিচিত নতুন দিল্লী টেলিভিছন (এনডিটিভি)ৰ মালিকীস্বত্ব ক্ৰয় কৰিব বিচাৰিছে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ
Read More...

দিল্লীত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত দুই

নিউজ ডেস্ক, ২৩ আগষ্টঃ দিল্লীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ বাক্কাৰৱালা অঞ্চলত সশস্ত্ৰ আক্ৰমণকাৰীৰ দ্বাৰা আক্ৰমণৰ পিছত দুজন লোক গুলীবিদ্ধ হোৱাৰ বিপৰীতে এজন গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সোমবাৰে নিশা বাক্কাৰৱালাৰ জে জে কলনিৰ বি
Read More...

‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’- বিজেপি

নিউজ ডেস্ক, ২২ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে। যিকোনো সময়তে গ্ৰেপ্তাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী।
Read More...

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

নিউজ ডেস্ক, ১৯ আগষ্টঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছ'দিয়াৰ বাসগৃহত চি বি আইৰ অভিযান। শুকুৰবাৰে পুৱাই CBIৰ এটা দল উপস্থিত হয় উপ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত। দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ দুৰ্নীতি সন্দৰ্ভত চলিছে এই অভিযান। দিল্লীৰ ২০টা স্থানত
Read More...