Daily Time Axom
Browsing Category

New Delhi

কংগ্ৰেছৰ প্ৰশ্ন – নগা চুক্তিয়ে কিয় পোহৰ দেখা নাই

এন এছ চি এন (আই-এম)ৰ সশস্ত্ৰ কেডাৰৰ সহায়ত অহা বছৰ নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দলে জয়ী হ’বলৈ বিচাৰিছে বুলি কংগ্ৰেছৰ অভিযোগ উত্থাপন হৈছে। সাত বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে কেন্দ্ৰীয় চৰকাৰ আৰু নগা
Read More...

অসংসদীয় শব্দৰ তালিকাই জন্ম দিছে নেকি?চৰকাৰ বিৰোধী ক্ষোভৰ

নিউজ ডেস্ক, ১৬ জুলাই : অসংসদীয় শব্দ তালিকা প্ৰকাশ পোৱাৰ পিছতে ভাৰতে সংসদ চৌহদত বিক্ষোভ, ধৰ্ণা, অনশন, হৰতাল বা ধৰ্মীয় ৰীতি-নীতি নিষিদ্ধ কৰিছে। বৃহস্পতিবাৰে ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ মহাসচিবে এই নিৰ্দেশনা জাৰি কৰিছে। তেওঁ সকলো
Read More...

ব্ৰঞ্জৰ ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ১১ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় প্ৰতীক উন্মোচন কৰে। ৰাষ্ট্ৰীয় প্ৰতীকটো মুঠ ৯,৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত আৰু উচ্চতা ৬.৫ মিটাৰ। প্ৰতীকটো উন্মোচন কৰাৰ পিছতেই
Read More...

মোডী আৰু নাড্ডাক সাক্ষাৎ কৰিবলৈ শ্বাহ দৰবাৰত সিন্দে, ফাডনাভিছে

নিউজ ডেস্ক, ৯জুলাইঃ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মন্ত্ৰীসভাৰ তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত অমিত শ্বাহৰ সৈতে এখন বৈঠক কৰে। শুক্ৰবাৰে নিশা গৃহমন্ত্ৰী শ্বাহৰ সৈতে তেওঁলোকৰ বৈঠকত
Read More...