Daily Time Axom
Browsing Category

Northeast

অৰুনাচল প্ৰদেশৰ টিপ্পীত ভয়ঙ্কৰ ভূমিস্খলন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অৰুণাচলৰ টিপ্পীৰ ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত
Read More...

২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব জে পি নাড্ডা

নিউজ ডেস্ক, ২৫ আগষ্টঃ ২৯ আগষ্টত অসম-ত্ৰিপুৰা ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। এই ভ্ৰমণৰ কাৰ্যসূচী অনুসৰি ২৯ আগষ্টতেই গুৱাহাটীৰ উজান বজাৰ স্থিত বিজেপিৰ নৱ-নিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰিব
Read More...

সৰ্পদংশনৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসা,স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাকলৈ উদ্বিগ্ন…

নিউজ ডেস্ক,২৪ আগষ্ট : নামত চিকিৎসালয় আছে কিন্তু পৰ্যাপ্ত চিকিৎসক,নাৰ্ছ আৰু চিকিৎসাকৰ্মী আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ। ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি ঢাক ঢোল বজাইছে যদিও কিছু
Read More...

জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সম্বৰ্ধনা ‘এই মৰম আৰু মহানুভৱতা…

২২আগষ্ট, শ্বিলং : আজি 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ তৰফৰ পৰা অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়‌। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক
Read More...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচলক ২৮খন গাঁও এৰি কৰিলে সীমান্তৰ সমস্যা সমাধান

নিউজ ডেস্ক, ১৬ জুলাইঃ মেঘালয়ৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই আন এখন চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা সীমা বিবাদ নিষ্পত্তিৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ বাবে শনিবাৰে তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা
Read More...

চকু সৰু হোৱাৰ বহুত সুবিধা আছে, সৰু চকুৰে বেয়াবোৰ কমকৈ দেখে- টেমজেন এমনা এলং

নিউজ ডেস্ক, ১১ জুলাইঃ ছ'চিয়েল মিডিয়াত ভাইৰেল নাগালেণ্ডৰ মন্ত্ৰী টেমজেন এমনা এলং। 'সৰু চকু'ৰ লাভালাভক লৈ কৰা হাস্যকৰ মন্তব্যৰ পিছতেই ভাইৰেল হৈ পৰিছে মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে কয় যে, 'সৰু চকু হোৱাৰ বহুত সুবিধা আছে। মোৰ চকু সৰু হোৱাৰ
Read More...

শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত বাৰ্ষিক নাগপঞ্চমী পূজা

নিউজ ডেস্ক, ৯ জুলাইঃ মাৰ্কণ্ডেয় পুৰাণ খ্যাত চিৰ জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। উত্তৰ গুৱাহাটীৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত সীতাচল পৰ্বতত অৱস্থিত গুপ্ত কামাখ্যা শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত অহা ১৮ জুলাই
Read More...

এনকাউণ্টাৰঃ এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ

নিউজ ডেস্ক,৬ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস বুলি জানিব পৰা গৈছে। বিনয় দাস বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা। যোৱা
Read More...

কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ চাকৰি, কোন বিভাগত কিমানটা খালী আছে পদ, জানক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ডেৰ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত দহ লাখ নিযুক্তিৰ নিৰ্দেশ দিছে৷ এই তথ্য পিএমঅ'য়ে একেদিনাই এটা টুইটযোগে প্ৰদান কৰিছে৷ কেন্দ্ৰৰ যিকোনো বিভাগত কিমানটা খালী পদ আছে চাওঁ আহক৷
Read More...

ৰাজ্যৰ প্ৰথম বানত ছয় জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ জন লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) বানপানীৰ প্ৰতিবেদন অনুসৰি, ১৪ মে'লৈকে বানপানীৰ প্ৰথম ঢৌৰ বাবে ছয়খন জিলাৰ ৯৪ খন গাঁৱৰ মুঠ ২৪,৬৮১ জন লোক ক্ষতিগ্ৰস্ত হৈছে- কাছাৰ, ধেমাজি, হোজাই, কাৰ্বি আংলং পশ্চিম, নগাঁও আৰু কামৰূপ
Read More...