Daily Time Axom
Browsing Category

মতামত

ক্ৰিকেট নে জীয়েকৰ জন্মদিন গুৰুত্বপূৰ্ণ ? বিৰাট কোহলীয়ে পাৰিবনে জীয়েকৰ জন্মদিন পাতিব?

এতিয়া ঘোৰ ধৰ্ম সংকটত পৰিছে বিৰাট কোহলী ৷এদিন আগতে আঘাতৰ বাবে ৰোহিত টেষ্ট শৃংখলাৰ পৰা আঁতৰ হৈছিল। তাৰ পিছত কেইঘণ্টামানৰ ভিতৰতে, জানিব পৰা গৈছিল যে কোহলীয়ে এদিনীয়া শৃংখলা খেলিব নোৱাৰে। অৱশ্যে বোৰ্ডে দাবী কৰে যে আন কোনো বিশেষ কাৰণ নাই।
Read More...

শীতকালৰ শত্ৰু কাহ… আগমনৰ লগে লগে কাহ হৈছে নেকি আপোনাৰো! পল বৈভৱ

যিকোনো ঋতুৰ পৰিৱৰ্তনৰ সৈতে, শৰীৰত বিভিন্ন ৰোগ আৰম্ভ হয়। এইবোৰ পৰিৱৰ্তনশীল বতৰৰ সৈতে সোনকালে খাপ খাব নোৱাৰাৰ বাবে হোৱা সমস্যা। উদাহৰণ স্বৰূপে, শীতকালৰ সন্মুখীন হোৱা ঠাণ্ডাৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। চৰ্দি, কাহ, জ্বৰ, হাঁচি আদি সৰু আৰু
Read More...

দিনত অধিক চাহ খোৱাৰ অভ্যাসে আপোনাক পেলাব পাৰে গুৰুতৰ বিপদত

যদি আপোনাৰ অত্যাধিক চাহ খোৱাৰ অভ্যাস আছে, আপুনি গুৰুতৰ বিপদত পৰিব। দিনত দুবাৰতকৈ বেছি চাহ খালে আমাৰ শৰীৰৰ কি হয় জানি লওঁক- 1650 চনত, চীনত বাণিজ্যিকভাৱে চাহ উৎপাদন আৰম্ভ হয়। আৰু তাৰপাছত ইয়াৰ খেতি ১৮১৮ চনত ভাৰতত আৰম্ভ হৈছিল। ১৮৫৫ চনত
Read More...

কি ৰং প্ৰিয় আপোনাৰ ? প্ৰিয় ৰঙে কয় আপোনাৰ মনৰ কথা -পল বৈভৱ

যেতিয়া কোনোবাই ৰং কৰিবলৈ বহে, ই সাধাৰণতে এক নিৰ্দিষ্ট ৰঙৰ ফালে তেওঁক টানি নিয়া দেখা যায়। যিকোনো মানুহৰ প্ৰিয় ৰং কি সেয়া চায়ো মানুহজনক বুজি পোৱা সম্ভৱ। ৰঙে প্ৰকৃততে মানুহৰ বহুতো ব্যক্তিগত পৰিচয় প্ৰকাশ কৰে। পছন্দৰ ৰঙে আমাৰ ব্যক্তিত্ব
Read More...

_সাপ্তাহিক ৰাশিফলঃ- অহা সপ্তাহটো কেনে যাব আপোনাৰ ? চাৰিটা বিশেষ ৰাশিৰ লোকে দেখুৱাব শুভ ফলাফল ৷

জ্যোতিষ শাস্ত্ৰই ৰাশিফলৰ জৰিয়তে বিভিন্ন সময়ৰ ভৱিষ্যতবাণী কৰে। সাপ্তাহিক ৰাশিফলে সপ্তাহটোৰ ঘটনাবোৰৰ ভৱিষ্যতবাণী কৰে। সাপ্তাহিক ৰাশিফল হৈছে গ্ৰহ-নক্ষত্ৰৰ চলাচলৰ ওপৰত আধাৰিত , য'ত সকলো ৰাশিচিহ্নৰ সাপ্তাহিক ৰাশিফল বিতংভাৱে বৰ্ণনা কৰা
Read More...

ঘৰুৱাভাৱে চুলিৰ যতন কেনেকৈ ল’ব?

ডিজিটেল ডেস্ক: মহিলা সকলৰ বাবে চুলি সৌন্দৰ্যৰ কাৰক বুলি সকলোৰে জ্ঞাত।চুলিয়ে নাৰীৰ সৌন্দৰ্য বৃদ্ধি কৰে।সেয়েহে চুলি প্ৰায় সকলো নাৰীৰে প্ৰিয়।এই চুলিৰে ঘৰুৱাভাৱে ল'ব পৰা যতনৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিম। ১/আমাৰ সকলোৰে ঘৰত পিয়াঁজ আৰু
Read More...

বাঘজানৰ জুইয়ে দহিছে কমলা খেতি

ডিজিটেল ডেস্কঃ বাঘজানৰ অভিশপ্ত জুইকুৰা আজিও নুনুমাল। বাঘজানৰ জুইৰ প্ৰভাৱত এতিয়া প্ৰদূষিত হৈ পৰিছে সমগ্ৰ দাঁতি-কাষৰীয়া অঞ্চল। কমলা, তামোল, ফল-মূলৰ গছতো পৰিছে ইয়াৰ প্ৰভাৱ। যোৱা ৫মাহৰ পৰা জ্বলি থকা বাঘজানৰ জুইকুৰাৰ পৰা অহৰহ নিৰ্গত হৈ আছে
Read More...

বোকাখাতত আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰাং চিকাৰী

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰাং চিকাৰী আৰু গঁড়ৰ খৰ্গ ব্যৱসায়ী গনেশ দলে ৷ বোকাখাত আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত দলেক ৷ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত থকা গনেশ দলেক ২০১২
Read More...

কাইলৈ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা

কাইলৈ লক্ষ্মী পূজা। ক'ৰোনা সৃষ্ট পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে পূৰ্বৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰিব ধন ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা। আহিন মাহৰ পূৰ্ণিমা তিথি অথবা শৰৎ পূৰ্ণিমাৰ দিনাই লক্ষ্মী পূজা পালন কৰা হয়। এই
Read More...