Daily Time Axom
Browsing Category

Pakistan

পাকিস্তানত ৩১০০ টকাত বিক্ৰী কৰা হৈছে ২০ কেজি আটা

পাকিস্তানত মুদ্ৰাস্ফীতি ইমানেই বৃদ্ধি পাইছে যে ২০ কোটি লোকে হুমুনিয়াহ কাঢ়িছে। এক প্ৰতিবেদন অনুসৰি পাকিস্তানত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ মাত্ৰা ২৮.৭ শতাংশ হৈছেগৈ। উদাহৰণস্বৰূপে, যোৱা বছৰৰ তুলনাত পিঁয়াজৰ দাম ৫০১ শতাংশ বৃদ্ধি পাইছে।
Read More...

বিদ্যুৎ বিকল, সমগ্ৰ পাকিস্তান এতিয়া আন্ধাৰত

ৰাষ্ট্ৰীয় গ্ৰীডত এক বৃহৎ ব্যাঘাতৰ ফলত সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি ৭:৩০ বজাত সমগ্ৰ পাকিস্তানত বিদ্যুৎ বিচ্ছিন্ন হয়। দিনৰ শেষত দেশজুৰি আন্ধাৰ নামি আহে। ইয়াৰ ফলত কৰাচী, লাহোৰ, ইছলামবাগকে ধৰি প্ৰায়বোৰ ডাঙৰ চহৰতে ২২ কোটিৰো অধিক
Read More...

পাকিস্তানৰ দখলত কাশ্মীৰৰ বাসিন্দাসকলে ভাৰতৰ নাগৰিক হ’বলৈ প্ৰতিবাদ কৰিছে

প্ৰাকৃতিক দুৰ্যোগ, ঋণগ্ৰস্ত পাকিস্তান। দেশ চলাবলৈ ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ সাধাৰণ ৰাইজ। পাকিস্তানী সমাজ কৰ্মী আমজাদ আয়ুব মিৰ্জাই দাবী কৰে যে পাকিস্তানে দখল কৰা কাশ্মীৰৰ বাসিন্দাসকলে এনে পৰিস্থিতিত ভাৰতীয় নাগৰিকত্ব
Read More...

শ্ৰীলংকাৰ পিছত এইবাৰ পাকিস্তানত অৰ্থনৈতিক সংকটজনক অৱস্থা

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা এতিয়া সংকটজনক। দেশখনৰ সাধাৰণ মানুহে ৰাজপথত এক কেজি আটা বিচাৰি ভিক্ষা খুজিব লগীয়া হৈছে। সেয়েহে পাকিস্তানে বিভিন্ন দেশৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছে।এনে পৰিস্থিতিত পাৰমাণৱিক শক্তিত
Read More...

১০০টা সন্তানৰ পিতৃ হোৱাৰ লক্ষ্য

চৰ্দাৰ হাজী জান মহম্মদ খান পাকিস্তানৰ বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ বাসিন্দা। তেওঁৰ জীৱনৰ লক্ষ্য মাথোঁ এটাই। ১০০টা সন্তানৰ পিতৃ হোৱা। শেহতীয়াকৈ তেওঁ ৬০টা সন্তানৰ পিতৃ হিচাপে পৰিগণিত হৈছে। বৰ্তমান জান মহম্মদৰ ঘৰত আৰু তিনিগৰাকী পত্নী
Read More...

পাকিস্তানত আৰক্ষীৰ ওপৰত গুলীচালনা, ছয়জনৰ মৃত্যু

উত্তৰ-পশ্চিম পাকিস্তানত অচিনাক্ত আক্ৰমণকাৰীয়ে আৰক্ষীৰ টহলদাৰী বাহিনীত গুলীচালনা কৰাত কমেও ৬ জন লোক নিহত হয়। ডন নিউজে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা লক্কি মাৰৱাট জিলাত সংঘটিত হয় এই ঘটনা। এই আক্ৰমণত আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু
Read More...

আক্ৰমণৰ আঁৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী!ইমৰাণৰ চাঞ্চল্যকৰ দাবী

বৃহস্পতিবাৰে বিয়লি পাক্ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰা হয়।আৰু এই আক্ৰমণৰ আঁৰত বৰ্তমানৰ পাক্ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ!ইমৰাণ দলৰ নেতাই নাম উল্লেখ কৰা তিনিজন সন্দেহযুক্ত লোকৰ ভিতৰত শ্বাহবাজ অন্যতম। আনকি পাকিস্তানৰ
Read More...

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৪ উইকেটত ৰোমাঞ্চকৰ জয়

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ টি-২০ বিশ্বকাপৰ প্ৰথম খন মেচত ভাৰতীয় ক্ৰিকেট দলৰ জয়লাভ। পাকিস্তানৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ ভাৰতৰ জয়লাভ । প্ৰথমে পাকিস্তানে বেটিং কৰি ১৬০ ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতীয় ক্ৰিকেট দলটোক। তাৰপাছতে ২০ অভাৰত ৬ টা
Read More...

T20 বিশ্বকাপত আজি সমুখ-সমৰত ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আজি ভাৰত-পাকিস্তানৰ মহাৰণ।T20 বিশ্বকাপত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। আজিৰ এই খেলখন অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ষ্টেডিয়ামত। হাই ভল্টেজ মেচখনক লৈ ব্যাপক উৎকণ্ঠা ক্ৰীড়াপ্ৰেমীৰ।ক্ষন্তেক পিছতেই আৰম্ভ হ'ব
Read More...

আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। আজি
Read More...