Daily Time Axom
Browsing Category

politics

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া
Read More...

দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ-পূৱলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব শ্বাহে। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ
Read More...

আজি সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা, ১৪৫ দিনত ৪,০৮০ হাজাৰ কিঃমিঃকিলোমিটাৰ পদযাত্ৰা ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ আজি সামৰণি পৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা। ৪৫ দিনত ১৪ খন ৰাজ্যৰ ৪,০৮০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম ৰাহুল গান্ধীৰ। ২০২২ বৰ্ষৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শ্ৰীনগৰত
Read More...

ঘোষণা হ’ল উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ'ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ'ব নিৰ্বাচনৰ
Read More...

আজি ঘোষণা কৰিব নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ আজি ঘোষণা কৰা হ'ব উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী। দিনৰ ২.৩০ বজাত আছে ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। এই সংবাদমেলতে ঘোষণা কৰিব মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন। উল্লেখযোগ্য যে,
Read More...

আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে।আজি গান্ধীনগৰত বিজেপি চৰকাৰৰ শপতগ্ৰহণৰ বিশাল আয়োজন। মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলৰ লগতে শপতগ্ৰহণ কৰিব ২৫জনকৈ কেবিনেট মন্ত্ৰীয়ে। এই
Read More...

আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত
Read More...

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন
Read More...

আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ মুখ্যমন্ত্রী হোৱাৰ পিছত প্রথমবাৰৰ বাবে অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। সিন্দেৰ লগত আহিব ১৮০ জনীয়া সাংসদ-বিধায়কৰ দল। দিনৰ ১২ বজাত গুৱাহাটী পাবহি দলটো | বিয়লিৰ ভাগত সিন্দেসহ ১৮০গৰাকী সাংসদ-বিধায়কে
Read More...

ৰাছিয়াই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছে: ৰাষ্ট্ৰসংঘত জেলেনস্কি

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাষ্ট্ৰসংঘত দিয়া ভাষণত ৰাছিয়াক ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে নিশা নিউয়ৰ্কৰ সময় অনুসৰি ভিডিঅ’ৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ “আতংকৰ
Read More...