Daily Time Axom
Browsing Category

Science

ক’ত চলিছে চালকবিহীন টেক্সি ডয়চে ৱেলে

যোৱা আগষ্ট মাহত কেলিফৰ্ণিয়াৰ নিয়ন্ত্ৰকসকলে ছান ফ্ৰান্সিস্কোত চালকবিহীন গাড়ী ৰবটেক্সি ব্যৱহাৰৰ অনুমোদন জনাইছিল। কিন্তু সকলোৱে ইয়াক লৈ সুখী নহয়। শেহতীয়াকৈ গুগলৰ ‘ৱেইমো’ কোম্পানী আৰু ‘ক্ৰুজ’ নামৰ আন এটা কোম্পানীয়ে এই অনুমতি লাভ কৰিছে।…
Read More...

যুৱকৰ পেটৰ পৰা ১৫টা কলম উলিয়ালে চিকিৎসকে

বাংলাদেশৰ শ্বাহজাদপুৰ উপাজিলাৰ ছিৰাজগঞ্জৰ শ্বাহজাদপুৰ উপজিলাৰ আতৰদাগ গাঁৱৰ এজন যুৱকৰ পেটৰ পৰা ১৫টা কলম উলিয়াই চিকিৎসকে। অৱশ্যে চিকিৎসকে কয় যে তেওঁৰ পেটত এতিয়াও চাৰি-পাঁচটা কলম বাকী আছে। যুৱকজনৰ নাম মোটালেব হোছেইন। শ্বাহজাদপুৰ
Read More...

পৃথিৱীৰ আটাইতকৈ সৰু ৪৬ লাখটকীয়া গাড়ীখন আৰু মাইলেজ জানেনে ?

গাড়ী বা বাইক আধুনিক জীৱনৰ অভিন্ন অংগ ৷ বিভিন্ন ধৰণৰ বাহনৰ ভিতৰত মানুহৰ প্ৰথম পছন্দ হ’ল গাড়ী । সেয়ে নিত্য নতুন ডিজাইনাৰ গাড়ীও বজৰলৈ আহিয়েই আছে । আজি আপোনালোকক ক'ব ওলাইছো পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখনৰ বিষয়ে। আমাৰ ধাৰণা, বিশ্বৰ আটাইতকৈ সৰু
Read More...

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ছয় মাহ কটোৱাৰ পিছত ভাৰতীয় বংশোদ্ভূত ৰজা উভতি আহিব পৃথিৱীলৈ

ভাৰতীয় বংশোদ্ভূত নৱাগত ৰাজা চাৰীয়ে ছয় মাহ মহাকাশত কটোৱাৰ পিছত শুক্ৰবাৰে পৃথিৱীলৈ উভতি আহিব। বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই ঘোষণা কৰিছে এই কথা। নাছাৰ মহাকাশচাৰী টম মাৰ্শবাৰ্ণ, কায়লা বেৰন আৰু ইউৰোপীয় মহাকাশ
Read More...

বৰ্হিবিশ্বৰ প্ৰাণীক আমন্ত্ৰণ কৰি এয়া কি কৰিব খুজিছে NASAই ? বেলেগ গ্ৰহৰ প্ৰাণীয়ে পৃথিৱী আক্ৰমণ কৰাৰ…

বৰ্হিবিশ্বৰ প্ৰাণীক পৃথিৱীলৈ আমন্ত্ৰণ কৰি সাংকেতিক তৰংগ প্ৰেৰণ কৰিব নাছা(NASA)ই ৷ কিন্তু নাছাৰ এই পদক্ষেপে পৃথিৱীলৈ ভয়ংকৰ বিপদ মাতি আনিব পাৰে ৷ এই শংকা প্ৰকাশ কৰিছে একাংশ বিজ্ঞানীয়ে ৷ বেলেগ গ্ৰহৰ জীৱই আক্ৰমণ কৰিব পাৰে পৃথিৱীক ৷ কাৰণ
Read More...

মঙল গ্ৰহত এয়া কাৰ ভৰিৰ চিহ্ন ? NASAৰ কেমেৰাত ধৰা পৰা চিহ্নক লৈ ৰহস্য ৷

নাছাই অলপতে ইয়াৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা মঙ্গল গ্ৰহৰ এক অভূতপূৰ্ব ছবি মুকলি কৰিছে। হাই-ৰিজলিউশ্বন ইমেজিং চাইন্স এক্সপেৰিমেণ্ট (এইচ.আই.ৰাইজ)ৰ দ্বাৰা লোৱা ছবিখনে মঙ্গল গ্ৰহত কিছুমান ডাঙৰ চিহ্ন দেখুৱাইছে। ফটোখন ভাইৰেল হোৱাৰ লগে লগে
Read More...

নিজা মহাকাশ কেন্দ্ৰৰ পৰা ১৮৩ দিনৰ পিছত উভতি আহিল ৩ চীনা মহাকাশচাৰী

মহাকাশত ছয় মাহতকৈও অধিক সময় অতিবাহিত কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিছে তিনিজন চীনা মহাকাশচাৰী ৷ তেওঁলোকে শনিবাৰে উত্তৰ চীনত অৱতৰণ কৰিছিল। এয়া আছিলো মহাকাশলৈ চীন দেশৰ আটাইতকৈ দীঘলীয়া যাত্ৰা । তিয়ানগং ক’ৰ মডিউলত চীনৰ নভোচৰসকল মহাকাশত
Read More...

মহাকাশলৈ মানুহৰ নগ্ন ছবি প্ৰেৰণ… বেলেগ গ্ৰহৰ প্ৰাণীক আকৰ্ষিত কৰাৰ চেষ্টা নাছাৰ

যোৱা ১৫০ বছৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশ ঘটিছে ৷ অজ্ঞাত গ্ৰহৰ প্ৰাণীৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহলো সমাই্তৰালভাৱে বৃদ্ধি পাইছে। যদি 'গ্যালাক্সি' ছাঁয়াপথত কোনো এলিয়েন আছে, তেনেহ'লে বিজ্ঞানীসকলে আধুনিক পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ
Read More...

মহাকাশৰ পৰা স্পষ্টকৈ দেখা পোৱা পৃথিৱীৰ ৭ টা স্থান

আকাশ-মহাকাশক লৈ পৃথিৱীবাসীৰ জল্পনা-কল্পনা আজিৰ নহয় ৷ কিন্তু বিজ্ঞানৰ অগ্ৰগতিয়ে মহাকাশৰো ৰহস্য বহু পৰিমাণে কমাই আনিছে ৷ কোনোবা জকাইচুকত বহিয়েই এতিয়া ছেটেলাইটৰ জড়িয়তে মহাকাশৰ পৰা পৃথিৱীৰ বুকুৰ ভিন্ন ৰূপ প্ৰত্যক্ষ কৰিব পাৰি ৷ জানিলে হয়তো
Read More...

মঙ্গল গ্ৰহৰ দৰে সূৰ্যৰ ৰহস্যও এইবাৰ প্ৰকাশ পাব, নাছাৰ মহাকাশ যানে স্পৰ্শ কৰিলে সূৰ্য ।

অনন্ত ৰহস্য স্পৰ্শৰ মানৱ স্পৃহাই অৱশেষত বাস্তৱ ৰূপ লাভ কৰিলে ৷ নাছাৰ মহাকাশ যানে সূৰ্যক স্পৰ্শ কৰিলে। নাছাই পৃথিৱীৰ নিকটতম আকাশৰ সাধুকথাৰ ৰহস্য ভাণ্ডাৰ জোলবাইটোক চুই চাবলৈ এদিন তাত ভৰি দিছিল, যাৰ পোহৰে ৰাতি ৰাতি আমাৰ 'চোতাল'ত প্ৰৱেশ
Read More...