আচৰিত! ৰবটে জন্ম দিলে জীৱিত সন্তান ৷
ৰবট বা যন্ত্ৰৰ জীৱন আছে নেকি? বুলি যদি কোনোবাই সোধে, এতিয়াৰ পৰা এই প্ৰশ্নটোৰ উত্তৰ হ'ব, 'হয়, আছে।' ২০২০ চনৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমন্ট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এনে এক বিৰল 'জীৱন' পৰীক্ষাগাৰত সৃষ্টি কৰিছিল। ইয়াক এক!-->…
Read More...
Read More...