Daily Time Axom
Browsing Category

Sports

জুকাৰবাৰ্গ-ইলন মাস্কৰ ‘মল্লযুঁজ’, এক্সত লাইভত হ’ব সম্প্ৰচাৰ

ইলন মাস্কে শেহতীয়াকৈ মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ সৈতে যুদ্ধৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে এই যুঁজখন এক্সত লাইভ ষ্ট্ৰীম কৰা হ’ব। খবৰ অনুসৰি আমেৰিকাৰ লাছ ভেগাছত ‘মিক্সড মাৰ্শ্বেল আৰ্টছ কেজ মেচ’ত লগ হ’ব এই ২ জন ছ’চিয়েল মিডিয়া সম্ৰাট।
Read More...

বিৰাটৰ পৰা কি বিচাৰিছে সৌৰভে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিৰাট কোহলীৰ বেটৰ পৰা ৰাণ বিচাৰিছে সৌৰভ গাংগুলীয়ে। প্ৰসংগক্ৰমে বিৰাট বিগত বৰ্ষৰ এছিয়া কাপৰ পৰাই আঁতৰি আছিল । টি-২০ বিশ্বকাপতো তেওঁৰ ফৰ্ম আছিল অতি উত্তম। ইয়াৰ পিছত বাংলাদেশ আৰু শ্ৰীলংকাৰ
Read More...

আকৌ এছিয়া কাপত একেটা গ্ৰুপতে ভাৰত-পাকিস্তান

এছিয়া কাপত পুনৰ একেটা গ্ৰুপতে দেখা যাব ক্ৰিকেটৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তানক। এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি জয় শ্বাহে এটা টুইটযোগে এই খবৰ দিয়ে। জয়ে টুইটাৰত প্ৰকাশ কৰা কেলেণ্ডাৰ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত
Read More...

কাইলৈৰ পৰা কাটাৰত আৰম্ভ হ’ব ফিফা ৱৰ্ল্ড কাপ, মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিব ফিফা ৱৰ্ল্ড কাপত

নিউজ ডেস্ক, ১৯ নৱেম্বৰঃ কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা ৱৰ্ল্ড কাপ ২০২২। এইবাৰ এই ফুটবল টুৰ্নামেন্ট কাটাৰত আয়োজন কৰা হৈছে। এই ফুটবল বিশ্বকাপৰ প্ৰথমখন খেল দেওবাৰে অৰ্থাৎ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হ’ব। উক্ত খেলখনৰ প্ৰথম দিনা ইকুৱেডৰ
Read More...

T20 বিশ্বকাপত আজি সমুখ-সমৰত ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আজি ভাৰত-পাকিস্তানৰ মহাৰণ।T20 বিশ্বকাপত মুখামুখি হ'ব ভাৰত আৰু পাকিস্তান। আজিৰ এই খেলখন অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ষ্টেডিয়ামত। হাই ভল্টেজ মেচখনক লৈ ব্যাপক উৎকণ্ঠা ক্ৰীড়াপ্ৰেমীৰ।ক্ষন্তেক পিছতেই আৰম্ভ হ'ব
Read More...

এইবাৰ বিচিচিআইৰ সভাপতি হ’বলৈ গৈ আছে ৰজাৰ বিন্নী

১৯৮৩ চনত বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। ৰবি শাস্ত্ৰীয়ে উৎফুল্লিত হৈ পৰিছে যে এইবাৰ বিচিচিআইৰ সভাপতি হ’বলৈ গৈ আছে প্ৰাক্তন সতীৰ্থ ৰজাৰ বিন্নী। বিন্নীৰ এই খবৰত তেওঁ সুখী বুলি সংবাদ মাধ্যমৰ আগত কয়। কিন্তু সৌৰভ গাংগুলীয়ে ব’ৰ্ডৰ সভাপতি
Read More...

বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে টুইটযোগে গুৱাহাটীক ধন্যবাদ কোহলীৰ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত বিৰাট কোহলী। বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ কোহলীৰ। https://twitter.com/imVkohli/status/1576643915322564609 দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত
Read More...

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হাই ভল্টেজ মেচ

নিউজ ডেস্ক, ২ অক্টোবৰঃ আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত হাই ভল্টেজ মেচ। খেলখন চাবলৈ দৰ্শক অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকণ্ঠা। ভাৰতৰ সমৰ্থনত বৰ্ষাপাৰা গ্ৰাউণ্ডৰ বাহিৰত ভিৰ ক্ৰিকেট অনুৰাগীৰ। আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব ক্ৰিকেট
Read More...

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ বাবে উপস্থিত টীম ইণ্ডিয়া

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লুত বাহৰ পাতিছে খেলুৱৈসকলে। আজি দুয়োটা দলে খেলপথাৰ পৰ্যবেক্ষণ কৰাৰ লগতে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত।
Read More...

ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ ২০বছৰীয়া ক্ৰিকেট যাত্ৰাৰ সমাপ্তি৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ ৷ ঝুলন গোস্বামীয়ে শনিবাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়
Read More...