Daily Time Axom
Browsing Category

Uncategorized

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ

বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনৰ পৰামর্শ ৰূপায়ণৰ মিছা ‘ক্ৰেডিট’ লোৱাৰ অপচেষ্টা হিমন্ত বিশ্ব শর্মাৰ : অজাপ‘মূল বিষয়সমূহ উলাই কৰি আনুসঙ্গিক কাম কৰাটোক অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ নুবুজায়; বিধান সভা-লোকসভা আৰু চাকৰিত আসন সংৰক্ষণহে আছিল মূল
Read More...

নতুনকৈ আৱিষ্কাৰ হোৱা বেং এটাৰ নাম দিয়া হ’ল ‘লিওনাৰ্ডো ডিকেপ্ৰিঅ’

ইকুৱেডৰত আৱিষ্কাৰ হৈছে এটি নতুন প্ৰজাতিৰ বেং। এই জীৱটোৰ নাম ৰখা হৈছে ‘ফিলোনাষ্টেছ ডিকেপ্ৰিঅ’। যিটো অস্কাৰ বিজয়ী হলিউডৰ অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ নামেৰে নামকৰণ কৰা হৈছে। ইকুৱেডৰে কিয় এই নাম কৰিলে? শেহতীয়াকৈ ছান ফ্ৰান্সিস্কো
Read More...

৫৩ হেজাৰ এক টকাত নিলাম হৈছে অসমীয়াৰ স্বাভিমান গামোছা

নলবাৰী জিলাৰ সানেকুছি ওজাতোলাত অনুষ্ঠিত হৈছে এই মাংগলিক নিলাম প্ৰক্ৰিয়া ৷যোৱা ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ স্বাভিমান গামোছা এখন ৫৩ হেজাৰ টকাত নিলাম যোগে বিক্ৰী হৈছে ৷ নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি ওজাতোলাৰ শ্ৰীশ্ৰী গোপাল
Read More...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যমত নিত্য নতুন কল্পকাহিনী সৃষ্টি কৰাৰ পৰিবৰ্তে…

যোৱা কেইদিনত চিংগাপুৰৰ পৰাই সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৭/৮ টা টুইট কৰি অভিযোগ অনাৰ আৰম্ভ কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া উভতি আহিয়েই গুৱাহাটীৰ পৰা এইবাৰ সামাজিক মাধ্যম আৰু ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও প্ৰশ্ন উত্থাপন
Read More...

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচন

শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড.দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড. দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন
Read More...

পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ, অধিবক্তাক হত্যা

ইস্কনৰ সন্ন্যাসী চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত অস্থিৰ হৈ পৰিছে বাংলাদেশ। মঙলবাৰে তেওঁক চট্টগ্ৰামৰ আদালতলৈ লৈ যোৱা হৈছিল। সেই সময়ত তেওঁৰ অনুৰাগীৰ সৈতে অধিবক্তাৰ সংঘৰ্ষ হৈছিল। যাৰ বাবে এজন অধিবক্তাক হত্যা কৰা হয়। বাংলাদেশৰএই অগ্নিময়
Read More...

নামনি অসম তথা বিটিআৰ ৰ বিজনী বৰ কালীবাৰীত চি পি আই (এম )দলৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ…

নামনি অসম তথা বিটিআৰ ৰ চিৰাং জিলাৰ বিজনী মহুকুমাৰ বৰ কালিবাৰী ত দুইদিনীয়াকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চি পি আই (এম) ৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰাপ্ত বাতৰিৰ তথ্যমতে সাম্প্ৰতিক সমগ্ৰ দেশজুৰি
Read More...

৩০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত কি খাব নালাগে

পুৰুষ বা মহিলাই ৩০ বছৰ বয়সৰ পিছত সকলোৰে শৰীৰত বহু পৰিৱৰ্তন ঘটে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত পৰে। তেনে ক্ষেত্ৰত এই বয়সত সকলোৱে খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। কাৰণ বয়সৰ লগে লগে হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ,
Read More...

শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দৌলমুখ চাৰিআলিত জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

⭕জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে শিৱসাগৰৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা, কৰ্মীয়ে | ⭕এই কাৰ্য্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপস্থিত থাকে |
Read More...