Daily Time Axom
Browsing Category

Uncategorized

টাইৱানক ১১ কোটি ডলাৰৰ অস্ত্ৰ বিক্ৰী

টাইৱানক ১১ কোটি ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই। টাইৱানৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে শুকুৰবাৰে ৱাশ্বিংটনৰ পৰা এই ঘোষণা কৰা হৈছে। টাইৱানক লৈ চীনৰ সৈতে উত্তেজনাৰ মাজতে আমেৰিকাই এই ঘোষণা কৰিছে।
Read More...

বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ

এগৰাকী কংগ্ৰেছ নেতাই বিবাহৰ প্ৰতিশ্ৰুতি দি দলীয় এগৰাকী মহিলা কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেলেংগানা নাৰায়ণপেট জিলা কংগ্ৰেছৰ সভাপতি কে শিৱকুমাৰ ৰেড্ডীৰ। জানিব পৰা মতে, ২০২০ চনত অনুষ্ঠিত
Read More...

ফোনত চৰকাৰী কর্মীয়ে চিনিয়েই নাপালে কেন্দ্রীয় মন্ত্রীৰ মাত

জানিব পৰা মতে, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে এজন ব্যক্তিৰ পৰা এজাহাৰ লাভ কৰি এজন চৰকাৰী কর্মচাৰীক ফোন কৰিছিল৷ কিন্তু ফোনত মন্ত্ৰীৰ মাতটো চিনি নাপালে কৰ্মীজনে। অভিযোগ অনুসৰি কৰ্মচাৰীজনে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰা নাই। কৰুণেশ
Read More...

বিজনীৰ এডভাইটা বিদ্যালয়া ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে নামানিলে চৰকাৰী বন্ধ

আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি ৷যি সময়ত সমগ্ৰ ৰাজ্যজুৰি আজিৰ মহান দিনটোত পুৱাৰে পৰা বিভিন্ন নামঘৰ, সত্ৰ আদিত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে এনে মহান দিনটোত চৰকাৰৰ তৰফৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশ থকাৰ পিছতো বিজনী
Read More...

অনলাইনত আইচক্ৰীম-চিপচ অৰ্ডাৰ দিলে, আহিল কণ্ডমৰ পেকেট !

কইম্বাটুৰৰ এজন বাসিন্দাই ল’ৰা-ছোৱালীৰ বাবে ডেলিভাৰী কোম্পানী এটাৰ জৰিয়তে আইচক্ৰীম আৰু চিপছৰ অৰ্ডাৰ দিছিল। পেকেটটো ঘৰ পোৱাৰ লগে লগে মানুহজনৰ চকু ডাঙৰ হৈ গ’ল। আইচক্ৰীম আৰু চিপছৰ সলনি ডেলিভাৰী বয়জনে কণ্ডমৰ পেকেট এটা দিলেহি। লোকজনে কণ্ডম
Read More...

অত্যাধিক চুলি সৰাৰ সমস্যা হ’লে

আজিকালি বেছিভাগ মানুহেই চুলি সৰা সমস্যাত ভুগিছে। উফিৰ সমস্যা, মানসিক চাপ, টেনচন, থাইৰয়ডৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতাই কেইবাবাৰো চুলি সৰা সমস্যা বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে গোটেই দিনটোত কেইটামান চুলি ঢালি দিয়াটো স্বাভাৱিক। কিন্তু
Read More...

পাইলচ হ’লে কি কৰিব? দেৰি হ’লে কি হ’ব?

পাইলছ (অৰ্শ) আজিকালি এটা সাধাৰণ শাৰীৰিক সমস্যা। মলদ্বাৰৰ বিষ, ৰক্তক্ষৰণ, মলদ্বাৰৰ ফুলা, জ্বলা-পোৰা আদি অৰ্শৰ সাধাৰণ লক্ষণ। আঁহযুক্ত খাদ্যৰ অভাৱ, কোষ্ঠকাঠিন্য, মেদবহুলতা, বহু সময় থিয় হৈ বা বহি থকাৰ অভ্যাসত এই ৰোগ হয়। কিছুমান ঘৰুৱা
Read More...

দীপিকা -ৰণবীৰৰ নতুন ঘৰ

দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে আলিবাগত ২২ কোটি টকাত এটা ঘৰ ক্ৰয় কৰিছে। কেইবাদিনো ধৰি এই খবৰটো লৈ মায়ানগৰীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি অৱসৰ ল’লে বা ছুটী কটাব বিচাৰিলে এই ঘৰলৈ যাব পাৰে। সেইটোৱেই মূল উদ্দেশ্য। অৱশ্যে নতুন ঘৰটোৰ
Read More...

মালিকৰ মৃত্যুৰ শোকত প্ৰাণ ত্যাগ কৰিলে এটা কুকুৰে

দুদিনমান আগতে এজন বৃদ্ধৰ মৃত্যু হৈছিল। মালিক হেৰুৱাৰ বাবে কুকুৰটো ইমানেই দুখী হৈ পৰিছিল যে খোৱা-বোৱাই বন্ধ কৰি দিছিল। এটা সময়ত একেৰাহে দুদিন অনাহাৰত থাকি কুকুৰটোৰ মৃত্যু হয়। চীনৰ দক্ষিণ-পশ্চিম অংশত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
Read More...

২৬/১১ দৰে আকৌ আক্ৰমণ হ’ব! পাকিস্তানী নম্বৰৰ পৰা মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকি

মুম্বাইত পুনৰ সংঘটিত হ’ব সন্ত্ৰাসবাদী আক্ৰমণ। পুনৰ ২৬/১১ৰ ভয়ানক স্মৃতিবোৰ ঘূৰাই আনিব। পাকিস্তানৰ এটা নম্বৰৰ পৰা মুম্বাই পুলিচ ট্ৰেফিক কণ্ট্ৰ’ল হোৱাটছএপ নম্বৰলৈও এনেধৰণৰ ভাবুকিৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ভাবুকিৰ বাৰ্তাটোত কোৱা হৈছে যে,
Read More...