উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত ৰাস মহোৎসৱৰ আয়োজন
কাইলৈৰ পৰা উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত ৭ দিনীয়া ৰাস মহোৎসৱ ।বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱত এইবাৰৰ অন্যতম আকৰ্ষণ হ'ব ইয়াৰ তোৰণ খন ।ৰূদ্ৰেশ্বৰ দেৱালয়ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইবাৰৰ তোৰণ ।বাহ, কাঠ, থাৰ্মকল আৰু ৰঙেৰে নিৰ্মাণ!-->!-->!-->…
Read More...
Read More...