Daily Time Axom
Browsing Category

Uncategorized

“আপুনি আজীৱন আনৰ সহায়ত খোজ কাঢ়িব লাগিব” , ভৱিষ্যতবাণীক নেওচি ১৬ বাৰ মাউণ্ট এভাৰেষ্ট…

চিকিৎসকসকলে "ভৱিষ্যতবাণী" কৰিছিল যে তেওঁলোকে আনৰ সহায় অবিহনে জীৱনত খোজ কাঢ়িব নোৱাৰিব। সেই ভয়ৰ প্ৰতি আঙুলি তুলি কেণ্টন কুলে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতটো আৰোহণ কৰিছিল, এবাৰ বা দুবাৰ নহয়, কিন্তু ১৬ বাৰ। কেণ্টন কুল নামৰ এজন ব্ৰিটিছ
Read More...

অসম চৰকাৰে দিব গুৱাহাটী আৰু শিলচৰৰ মাজত বিমান ভ্ৰমণত ৰাজসাহাৰ্য্য

অসম চৰকাৰে বুধবাৰে গুৱাহাটী আৰু ইয়াৰ মাজত যাতায়তৰ সহায় কৰিবলৈ ৰাজসাহাৰ্য্যৰ প্ৰদানৰ পদক্ষেপ লৈছে। শিলচৰলৈ সোমবাৰৰ পৰা ৰেলৰ সংযোগ বিচ্ছিন্ন হোৱাত ঠাইদুখনৰ মাজত বিমান ভাড়া দুগুণতকৈও অধিক বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে।
Read More...

সদ্য নিযুক্তিপ্ৰাপ্ত চতিয়া সমষ্টিৰ যুৱক-যুৱতীক অভিনন্দন বিধায়ক পদ্ম হাজৰিকাৰ

অসম চৰকাৰৰ শিক্ষা-স্বাস্থ্য আৰু গৃহ বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত চতিয়া সমষ্টিৰ ১৮১ গৰাকী যুৱক যুৱতীক আজি বিশেষভাৱে সম্বৰ্ধনা জনাই চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সম্পূৰ্ণ স্বচ্ছ আৰু নিকাৰে যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰা সমষ্টিটোৰ
Read More...

মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । চুইফট ডিজায়াৰ বাহনে মহতিয়ালে বিদ্যালয়লৰ পৰা কণমানি পুত্ৰকক নিবলৈ অহা মহিলাক। মফিদা বেগম নামৰ মহিলাগৰাকীয়ে কণমানি পুত্ৰক বিদ্যালয়ৰ পৰা লৈ আহি
Read More...

মিকিৰভেটা আৰক্ষীৰ উদ্যোগত দৰ্শনীমূলক ভলীবল প্ৰতিযোগিতাৰ অনুষ্ঠিত

মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বুধবাৰে বিয়লি এক দৰ্শনীমূলক চৰাইবাহী বনাম হাবিহবৰঙাবাৰী দুটি শক্তিশালী দলৰ মাজত ভলিবল প্ৰতিযোগিতাআয়োজন কৰা হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰক্ষীয়ে লাভ কৰা বটাঁৰ বাবে
Read More...

সমন্বয়ৰ এনাজৰীʼৰ উদ্যোগত বহাগী বসন্ত উৎসৱ উদযাপন

শনিবাৰে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তবৰ্তী সাৰেং কৃষ্ণ গোপাল থানৰ সমীপত সমন্বয়ৰ এনাজৰীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদ্‌যাপন কৰা হয় । পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পন,
Read More...

বিহালীত কৌতুক অভিনেতা-অভিনেত্রী মনি( পাপৰি বৰা ) আৰু মুকুতা ( অচিনি ডেকা )

ৰঙালী উছাহত উদুলি-মুদুলি ৰাজ্য । বিহালী সমষ্টিৰ দক্ষিণ টেলেঙ্গনীয়া আৰু বিহালীবাসী ৰাইজৰ সহযোগত দক্ষিণ টেলেঙ্গনীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰতদক্ষিণ টেলেঙ্গনীয়া ৰঙালী বিহুখন উদযাপন কৰা হয় । উক্ত বিহু অনুষ্ঠানত ৰাইজক হাঁহি খোৰাকেৰে মুগ্ধ
Read More...

বিহপুৰীয়াত আপলৈ শাসক-বিৰোধীৰ অৰ্ধশতাধিক দলীয় কৰ্মীৰ

আগন্তুক বিধান সভা আৰু পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য কৰি অসমৰ বিভিন্ন ঠাইত আম আদমি পাৰ্টিয়ে সাংগঠনিক শক্তি বৃদ্ধি কৰা সমান্তৰালকৈ ১০৯ নং বিধান সভা সমষ্টিটো খুপনী পুটিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে । যিহেতু পূৰ্বৰ কংগ্ৰেছ
Read More...

আজি মাতৃ দিৱস

মধ্য জাপাৰকুছি মহিলাৰ উদ্যোগত মাতৃ দিৱস উদযাপন সম্বৰ্ধনা জনোৱা হ'ল নলবাৰী জিলাৰ নৱ পৌৰপতি জয়শ্ৰী পাঠক তালুকদাৰক প্ৰথমতে বিশ্ব আটাইকেইগৰাকী মাতৃলৈ আমাৰ পৰিয়ালৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো। মা' বুলি ক'লেই মনলৈ আহে এগৰাকী মহিয়সী
Read More...

নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ৪১ তম্ বাৰ্ষিক সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ৪১ তম্ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনখনি আয়োজন কৰা বাবে চৰকাৰে নেচনেল মেডিকোছ অৰ্গেনাইজেচনৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। এই সন্মিলনে
Read More...