Daily Time Axom
Browsing Category

Uncategorized

কি বয়সত নাৰীৰ আটাইতকৈ বেছি শাৰীৰিক আকাংক্ষা বাঢ়ে ?

আমাৰ দেশত এতিয়াও বহুতে যৌনতা বিষয়ে মুকলিকৈ কথা পাতিবলৈ লাজ পায়! কিন্তু ভোক লগা, টোপনি যোৱাৰ দৰে, যৌনতাও এক অতি প্ৰাকৃতিক জৈৱিক কাৰ্যকলাপ! পুৰুষ আৰু মহিলাসকলে এটা বিষয়ে কৌতূহলী হয়। গৱেষকসকলে কয় যে বয়সৰ লগে লগে এগৰাকী মহিলাৰ যৌন
Read More...

সূৰ্য, চন্দ্ৰগ্ৰহণৰ পিছত, ই আপোনাক কেনেদৰে প্ৰভাৱিত কৰিব?

২০২২ চনৰ গ্ৰহণ মাত্ৰ কেইদিনমানৰ ভিতৰতে আৰম্ভ হ'ব৷ বছৰটোৰ প্ৰথম আংশিক সূৰ্যগ্ৰহণ ৩০ এপ্ৰিল, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব৷ ইয়াৰ পিছত, প্ৰথম চন্দ্ৰগ্ৰহণ (লুনাৰ একলিস্পে ২০২২ ) ১৬ মে, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব। ২০২২ চনত, মুঠ চাৰিটা গ্ৰহণ হ'ব,
Read More...

জামুগুৰিহাটৰ টুপীয়াত মূঢ়াদল সমবায় সমিতিৰ উদ্যোগত আজাদিকা অমৃত মহোৎসৱ উদযাপন

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ক'ৰণা মহামাৰী সময়ৰ পৰা দেশৰ দূৰ্গত ৰাইজক যি সেৱা আগবঢ়ালে তাৰ কৃতজ্ঞতা স্বৰূপে আজি জামুগুৰিহাটৰ টুপিয়াত অনুষ্ঠিত হয় অন্ন যোজনা আজাদিকা অমৃত মহোৎসৱ ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াস্থিত
Read More...

বিয়া হোৱাৰ পিছতো অমিতাভৰ জীয়েক হৃত্বিকৰ প্ৰেমত পৰিছিল

তাৰকাসকলৰ অভিনয় দক্ষতাৰ পৰা বলীউডৰ গ্লেমাৰ জগতত তেওঁলোকৰ ব্যক্তিগত জীৱনলৈকে, সকলোবোৰ অনুৰাগীৰ চৰ্চালৈ আহে। বিশেষকৈ, তাৰকাসকলৰ বিভিন্ন ফেশ্বন সংবেদন বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিভিন্ন অজ্ঞাত কাহিনী সময়ে সময়ে ছচিয়েল মিডিয়াত
Read More...

প্ৰচণ্ড ধুমুহা ফলত গেলেকী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতি

আজি এজাক প্ৰচণ্ড ধুমুহাই গেলেকী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰে৷ কোনো কোনো ব্যক্তিৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাৰ উপৰিও আৰু কোনো ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণ উৰাই লৈ গৈছে ধুমুহা৷ আনহাতে ৰাজপথৰ ওপৰত প্ৰকাণ্ড গছ ওভালি
Read More...

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ কৰ্কট চিকিৎসালয়ৰ স্থান পৰিদৰ্শন

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত উপস্থিত হৈ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ডিব্ৰুগড়ৰ পৰাই আধাৰশিলা স্থাপন কৰিব লগা গোলাঘাট কৰ্কট চিকিৎসালয়ৰ স্থান
Read More...

মৰাণত বৃহৎ জুৱাৰ ঘাটি উৎখাত, ১০ জুৱাৰী গ্ৰেপ্তাৰ

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিশ্ৰামপুৰ হিমপৰা গাঁৱত আৰক্ষীয়ে এক বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ গাঁওখনৰ অৰুণ ফুকন নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন ধৰি জুৱাখেল চলি থকাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই
Read More...

জামুগুৰিহাটৰ সমীপৰ চতিয়াত গজৰাজৰ আকস্মিক মৃত্যু

জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ দক্ষিণাঞ্চলত মংগলবাৰে পুৱতি নিশা এক গজৰাজৰ মৃত্যু হয় ৷ চতিয়াৰ দক্ষিণাঞ্চলৰ চিতলমাৰী আৰু মাজুলীআটিৰ সীমান্তৱৰ্তী পথাৰত ৰাতিপুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে গজৰাজৰ মৃতদেহ । প্ৰথমাৱস্থাত স্থানীয় ৰাইজে কোনো
Read More...

গীত, নৃত্যত পাকৈত এগৰাকী অসহায় গাভৰুৰ মৰ্মবেদনা।

নলবাৰী জিলাৰ এটি অসহায় পৰিয়াল। উল্লেখ্য যে জাগাৰা গাঁৱৰ প্ৰভাত নাথ, মঞ্জু নাথৰ কন্যা দীপশিখা নাথ(১৮) জন্মৰ পৰা আঢ়ৈ বছৰ পিছতেই কাঠৰ চকী নাকত পৰি দুডাল স্নায়ু চেপেটা হৈ যোৱা বুলি জনাইছে পৰিয়ালৰ লোকে। বৰ্তমান ১৮ বছৰ হোৱা এই ছোৱালীজনীক
Read More...

ৰাতিপুৱা নাৰিকল পানী খোৱাৰ লাভালাভ

১. থাইৰইড হৰমনৰ ভাৰসাম্য বজাই ৰখাত নাৰিকল পানী অতি উপকাৰী। ৰাতিপুৱা নাৰিকল পানী খাই থাইৰইড হৰমন নিয়ন্ত্ৰণত আছে। ২. বৃক্ক স্বাস্থ্যৱান কৰি ৰাখিবলৈ নাৰিকলপানী খোৱাভাল। ই প্ৰস্ৰাৱৰ ট্ৰেকপৰিষ্কাৰ ৰখাত সহায়ক আৰু একে সময়তে বৃক্কৰ পাথৰ
Read More...