Daily Time Axom
Browsing Category

Uncategorized

জন্মাষ্টমীৰ দিনা কোন ৰাশিৰ ঘূৰিব ভাগ্যৰ চকা

আজি জন্মাষ্টমী। সমগ্ৰ দেশতে কৃষ্ণৰ জন্মদিন পালন কৰা হৈছে। প্ৰতি বছৰে ভদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ কেঁচুৱা ৰূপক পূজা কৰা হয়। জ্যেতিশাস্ত্ৰ অনুসৰি চলিত বৰ্ষৰ
Read More...

উপ-নিৰ্বাচনত ‘ইণ্ডিয়া’ৰ চাঞ্চল্যকৰ ফলাফল, পুনৰ বিজেপিত আঘাত

সাতখন ৰাজ্যৰ ১৩টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ‘ইণ্ডিয়া’ৰ মিত্ৰতাই ভাল প্ৰভাৱ পেলাইছে। অনাগত কেইমাহমানৰ ভিতৰত কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এই বিপৰ্যয়ৰ ফলত এন ডি এ আৰু বিজেপি শিবিৰ যথেষ্ট চিন্তিত হৈ পৰিছে। উপ-নিৰ্বাচনৰ…
Read More...

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়ে। সেইটো কেনেকৈ কৰিব?…
Read More...

কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি ষষ্ঠটো দিন

সামকাটিছে বান পৰিস্থিতি। সংহাৰী বানে তচনচ কৰিলে ৩২খনকৈ গাঁও।এতিয়াও শিৱিৰতে দিন পাৰ কৰিবলগা হৈছে বন্যাৰ্তই। বানৰ এই সময়ছোৱাত প্ৰায়েই দেখা দিয়ে জ্বৰ¸চৰ্দী¸কাঁহ¸ডায়েৰীয়াকে ধৰি অনান্য বেমাৰ। বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ…
Read More...

চন্দ্ৰৰ অদৃশ্য অংশৰ পৰা মাটি আনিলে চীনে

চীনে চন্দ্ৰৰ অদেখা অঞ্চলৰ পৰা মাটি আনিলে। এনেধৰণৰ আন কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ বিশ্বৰ ইতিহাসত। যি মাটিৰ পৰা নমুনা লোৱা হৈছিল সেই মাটি পৃথিৱীৰ পৰা দেখা পোৱা নাযায়। চন্দ্ৰৰ আন্ধাৰ ফালৰ পৰা মাটিৰ নমুনা লৈ মঙলবাৰে চীনৰ উত্তৰ ইনাৰ…
Read More...

মুকালমুৱাত বিদ্যুতৰ লুকা ভাকুই জলাকলা খুৱাইছে গ্ৰাহকক।

নিয়মীয়া বিদ্যুৎ যোগান দিবলৈ দল সংগঠন,ৰাইজৰ দাবী। 'চবকা সাথ চবকা বিকাশ,ঘৰ ঘৰ বিজলী' শ্ল'গান দিয়া বিজেপি চৰকাৰখনে ২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকৰ মুখে মুখে আজি এই অভিযোগ ৷…
Read More...

বেংকৰ চাকৰিৰ প্ৰলোভনেৰে দলবদ্ধ ধৰ্ষণ যুৱতীক

বেংকত চাকৰিৰ বাবে প্ৰলোভিত কৰি যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দুজন যুৱকৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ ছামলি জিলাত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত মূল অভিযুক্তক লগ পোৱাৰ অভিযোগ দিছে আৰক্ষীক। ছোৱালীজনীক অভিযুক্তই কয় যে…
Read More...

কামৰূপত ভাৰতীয় খাদ্য নিগমৰ চাউলৰ বৃহৎ চোৰাং ব্যৱসায় কাণ্ডৰ নতুন ৰূপ

কামৰূপৰ পচৰীয়া দলৰ পথাৰৰ ট্ৰাকে ট্ৰাকে এটা নাম বিহীন গুদামলৈ অনা ভাৰতীয় খাদ্য নিগমৰ চাউল বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ গৈছে । গুদামৰ মুখ্য দ্বাৰ বন্ধ কৰি অসাধু ব্যৱসায়ীয়ে চলাই আহিছিল এই ক'লা বেহা। এক গোপন খবৰৰ ভিত্তিত…
Read More...

শোৱা কোঠাত এই নিয়ম মানি চলক, পুৰুষৰ বাবে বিশেষ টিপছ

বিশেষজ্ঞসকলে কয় যে, পুৰুষ সংগী বাছনিৰ ক্ষেত্ৰত ছোৱালীৰ বাছনিৰ বহু পৰিৱৰ্তন হৈছে। আজি ছোৱালীয়ে পুৰুষ বুলি কি বুজে তাৰ সংজ্ঞা আগৰ তুলনাত বহু সলনি হৈছে। গতিকে নাৰীৰ হৃদয় জয় কৰিবলৈ পুৰুষক সলনি কৰাৰ সময় আহি পৰিছে। ছোৱালীৰ বাবে কেনেকৈ এক…
Read More...

জুৰীয়াৰ আলিটাঙনীত ভয়ংকৰ অগ্নিকাণ্ড

আলিটাঙনীৰ অৱসৰপ্ৰাপ্ত শিক্ষক এ কে ফজলুল হকৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় ঘৰৰ সকলো বয়-বস্তু। প্ৰায় দুই লাখ টকাৰ সা -সামগ্ৰী জুইত জাহ যায়। স্থানীয় ৰাইজ আৰু জুৰীয়া অগ্নি নিৰ্বাপক বাহিনীয়ে জুই…
Read More...