Daily Time Axom
Browsing Category

Uncategorized

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী:পুৱাৰ ভাগত বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজিৰে পৰা আৰম্ভ হৈছে ৫৭৫ তম গুৰু জয়ন্তী উৎসৱ। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত তালকোবোৱা প্ৰসঙ্গ উষাকীৰ্তন মঞ্জীৰা নাম আইসকলৰ নামৰ লগতে পোৱাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
Read More...

চৰিত্ৰক সন্দেহ কৰি পত্নীক কুঁৱাত ওলমাই থলে স্বামীয়ে

ৰাজ্যত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা । চৰিত্ৰক সন্দেহ কৰি কুঁৱাত ওলোমাই থলে নিজ পত্নীক।অকল সেয়াই নহয়, গোটেই ঘটনাটো লোকজনে কেমেৰাত ৰেকৰ্ডিং কৰে।লোকজনে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে। আৰু সেই বাবে লোক জনে
Read More...

অৱশেষত DSP পুস্কল গগৈক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ অৱশেষত DSP পুস্কল গগৈক গ্ৰেপ্তাৰ। পুৱতি নিশা CIDয়ে গ্ৰেপ্তাৰ কৰে পুস্কল গগৈক।তিনিদিন একেৰাহে জেৰা কৰাৰ পিছত অৱশেষত গ্ৰেপ্তাৰ কৰা হয় পুস্কল গগৈক।বজালী কাণ্ডত নাম সাঙোৰ খাইছিল DSP গৰাকীৰ।চুপাৰী মাফিয়াৰ পৰা ২ কোটি
Read More...

ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলন

ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ,দেশৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া ট্যুডেত ২০১৮ চনৰ পৰা ২০২২ চনলৈ একেৰাহে চতুৰ্থবাৰলৈ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ দুগ্ধ নগৰী খ্যাত ঐতিহাসিক
Read More...

শিৱকান্ত বৰুৱাৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ পথৰ কাষত গঢ়ি উঠিল ফুলৰ বাগিছা

দেৱগণক প্ৰাৰ্থনা কৰা অথবা পূজা পাতাল সকলোতে লাগে ফুল । ফুল ভাল নোপোৱা আছে জানো কোনোবা । উত্তৰ গুৱাহাটীৰ এখন বিশেষ ঠাই য'ত পথৰ দুয়ো কাষে ভিন্নৰঙী ফুল ফুলি আছে । কেবল ফুলেই নহয় তুলসী গছেও শোভা বৰ্ধন কৰিছে পথছোৱা । শিলসাঁকোৰ শিৱ কান্ত
Read More...

তামুলপুৰত চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা

নিউজ ডেস্ক, ১৭ আগষ্টঃ তামুলপুৰৰ তিনিপুখুৰীত ভয়ংকৰ ঘটনা। চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা। চোৰৰ সন্দেহত যুৱকজনক তামোল গছত বান্ধি মৰিয়াই হত্যা। মৃত যুৱকজন তিনিপুখুৰীৰ বিনোদ ব্ৰহ্ম। তিনিপুখুৰীৰ বলাই দাস নামৰ এজনৰ ঘৰত এই ঘটনা সংঘটিত
Read More...

হজৰত হাফিজ ৰহমান আলী শ্বাহ চফৱী চাহেবৰ ৪৪ তম উৰুচ মোবাৰক উদযাপন

দৰং-কামৰূপ সীমান্তৱৰ্তী উত্তৰ মান্দাকাটা বাহগড়া (চমুৱাপাৰা) ত অৱস্থিত হজৰত হাফিজ ৰহমান আলী শ্বাহ চফৱী চাহেবৰ ৪৪ তম উৰুচ মোবাৰক দুদিনীয়া কাৰ্যসূচীৰে ইছলামিক জেলকদ মাহৰ ২৭ আৰু ২৮ তাৰিখে পালন কৰা হয়। ২৭ জেলকদ শুকুৰবাৰে ৰাতিপুৱা ১০:৩০
Read More...

মাহিলী আঠ লাখ টকা উপাৰ্জনৰ কথা শুনি আচৰিত ৰাহুল

ৱাশ্বিংটন ডি চিৰ পৰা নিউয়ৰ্কলৈ। ১৯০ কিলোমিটাৰ পথ। ৰাহুল গান্ধীয়ে ট্ৰাক চালকৰ কাষত বহি এই পথটো অতিক্ৰম কৰিছিল। ট্ৰাকৰ মালিক তথা চালক তলজিন্দৰ সিঙৰ সৈতে ৰাহুলৰ বাৰ্তালাপত ৰাজনীতি আৰু খাদ্যৰ চাহিদাৰ কথাও আছিল। ৰাহুল গান্ধীয়ে
Read More...

৩ বছৰ হ’ল…সুশান্তৰ মৃত্যু আত্মহত্যা নে হত্যা ? কাৰণ এতিয়াও জানিব পৰা নাই !

আজি ১৪ জুন। সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী। তিনিবছৰ পূৰ্বে আজিৰ দিনটোতে অভিনেতাগৰাকীক নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। যোৱা তিনি বছৰত আৰব সাগৰৰ মাজেৰে বহু পানী উৰি গৈছে। ‘কাই পো চে’ৰ এই নায়কৰ নাম বাৰে বাৰে
Read More...

কিয়েভৰ আক্ৰমণত ৪ খন ৰাছিয়াৰ হেলিকপ্টাৰ ধ্বংস

কিছুদিন পূৰ্বে ইউক্ৰেইনে আমেৰিকাই প্ৰদান কৰা পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেমৰ সহায়ত ৰাছিয়াৰ অন্যতম শক্তিশালী কামিকাজে মিছাইল । এইবাৰ ইউক্ৰেইনৰ বাহিনীয়ে দুখন ৰাছিয়াৰ যুদ্ধ বিমান আৰু দুখন সেনা হেলিকপ্টাৰ ধ্বংস কৰে। ইয়াৰ বাহিৰেও
Read More...