Daily Time Axom
Browsing Category

West Bangal

‘সাংবিধানিক অধিকাৰ ৰক্ষা কৰক, দেশ বচাওক’, মমতাৰ ৰাষ্ট্ৰপতিক আহ্বান

দেশৰ সাংবিধানিক মূৰব্বীক সাক্ষাৎ কৰি সংবিধান ৰক্ষাৰ বাবে আবেদন জনায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ সোঁৱৰাই দিয়ে যে ভাৰতৰ মৌলিক ভেঁটি হৈছে বৈচিত্ৰ্যৰ ঐক্য। সেই বৈচিত্ৰ্য ৰক্ষাৰ দায়িত্বৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে।
Read More...

পশ্চিমবংগত ৪ দিন পূৰ্বে মুকলি কৰা বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।মুকলিৰ ৪ দিন পাছতেই এই অনাকাংক্ষিত ঘটনা । মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা । শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই । উল্লেখ্য যে, ৪ দিন পূৰ্বে
Read More...

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ংকৰ ঘটনা, প্ৰচণ্ড ধলত উটি গ’ল অৰ্ধশতাধিক লোক

নিউজ ডেস্ক, ৬ অক্টোবৰঃ বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ গৈ ৮জন লোকে মৃত্যুক সাবটি লোৱাৰ লগতে নিখোজ হৈ পৰিছে বহুজন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত। জিলাখনৰ মালনদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ
Read More...

২৬ বছৰ বয়সত চিৰবিদায় মাগিলে বিশ্বৰ অন্যতম বয়স্ক বাঘ ‘ৰাজা’ই

নিউজ ডেস্ক, ১২ জুলাইঃ পশ্চিম বংগৰ বন্দী হৈ থকা আটাইতকৈ পুৰণি ৰয়েল বেংগল টাইগাৰ ‘ৰাজা’ৰ আলিপুৰদুৱাৰ জিলাৰ জলদাপাৰা বনাঞ্চলত থকা আশ্ৰয়স্থলত মৃত্যু হয়। ২৫ বছৰ আৰু ১০ মাহ বয়সত দেশৰ আটাইতকৈ পুৰণি জীৱিত বাঘৰ ভিতৰত অন্যতম ৰাজাই সোমবাৰে উত্তৰ
Read More...