Daily Time Axom
Browsing Category

World

যান্ত্ৰিক ত্ৰুটি নহয়,চীনা যাত্ৰীবাহী বিমানখন ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰিছিল!

যান্ত্ৰিক ত্ৰুটি নাছিল, ইচ্ছাকৃত ভাবে চীনা যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল। অনুসন্ধানকাৰীসকলে কৈছে যে উদ্ধাৰ হোৱা বিমানখনৰ ক'লা বাকচটোৱে তাকেই ইংগিত দিছে। মাৰ্চ মাহত, চাইনা ইষ্টাৰ্ণ এয়াৰলাইনছৰ বোয়িং ৭৩৭ -৮০০ কুনমিংৰ পৰা
Read More...

শ্ৰীলংকাত নাই পেট্ৰ’ল, দেশখনত লাগিছে হাহাকাৰ

অৰ্থনীতিৰ দ্বাৰা প্ৰায় পক্ষাঘাতগ্ৰস্ত হৈ পৰা শ্ৰীলংকাৰ পেট্ৰ'ল শেষ হৈ গৈছে আৰু জৰুৰীকালীন সামগ্ৰী আমদানিৰ ব্যয় পূৰণ কৰিবলৈ কোনো ডলাৰ নাই, দেশৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে এই কথা স্পষ্ট কৰিছে। তেওঁ কৈছিল যে তেওঁৰ দেশত পেট্ৰ'লৰ
Read More...

হলিউডৰ কায়দাত বিয়াৰ চখ, জ্বলি থকা বিয়াৰ পোছাক পিন্ধিলে নৱবিবাহিতাই

বহুলোকে বিয়াৰ দিনটো স্মৰণীয় কৰি তুলিব বিচাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে জুই লৈ খেলিব ? শুনি আচৰিত লাগিলেও এইটোৱেই সঁচা। বিবাহৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ এহাল নৱবিবাহিত দম্পতীয়ে নিজৰ পিন্ধি থকা পোছাকত জুই লগাই দিছিল। গেবি
Read More...

১২ বছৰীয়া নাতিনীক ককাদেউতা আৰু তেওঁৰ দুজন বন্ধুৰ দ্বাৰা ধৰ্ষণ ! গৰ্ভাৱতী হ’ল নাবালিকা

ককাদেউতা আৰু তেওঁৰ দুজন বন্ধুৰ বিৰুদ্ধে তেওঁৰ ১২ বছৰীয়া নাতিনীক কেইবা মাহ ধৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। নাতিনীগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত চিকিৎসকসকলে তেওঁক পৰীক্ষা কৰি আচৰিত হয় কিয়নো তেওঁ অসুস্থ অনুভৱ কৰিছিল। তেওঁলোকে
Read More...

ভাল কামৰ পুৰস্কাৰ ! কোম্পানীৰ ৫৪ হাজাৰ কৰ্মচাৰীক ৪ লাখ টকাকৈ বোনাছ!

ভাল কামৰ পুৰস্কাৰ ! কোম্পানীটোৰ ৫৪ হাজাৰ কৰ্মচাৰীক ৫ লাখ টকাকৈ বোনাছ! এটা কেচিনোৱে গোটেই বছৰটো ভাল কামৰ বাবে কৰ্মচাৰীসকলক সুখী কৰিবলৈ বিশাল বোনাছ আগবঢ়াইছে । ABC6 ৰ তথ্য অনুসৰি বিগত দুবছৰত ক’ভিড সংক্ৰমণৰ ফলত সমগ্ৰ বিশ্বৰ ব্যৱসায়িক
Read More...

মঙ্গল গ্ৰহত নাছাই এলিয়েনৰ সন্ধান বিচাৰি পাইছে?

সৌৰজগতত মঙ্গল গ্ৰহত জীৱনৰ অস্তিত্বক লৈ আমাৰ মাজত দীৰ্ঘদিন ধৰি বহুত জল্পনা-কল্পনা চলি আছে। তাত জীৱন থকাটো সঁচাকৈয়ে সম্ভৱ নেকি? শেহতীয়াকৈ, মঙ্গলগ্ৰহৰ পৰা নাছাৰ ৰোভাৰ কিউৰিঅ'চিটিয়ে প্ৰেৰণ কৰা কিছুমান ছবিয়ে এই বিষয়ে প্ৰশ্ন উত্থাপন
Read More...

শ্ৰীলংকাৰ জনতাই ৰাজপথত প্ৰতিবাদ কৰিব লগা হ’ল কিয়?

শ্ৰীলংকাত হিংসাত্মক দৃশ্য এতিয়া সুলভ , জনতাই শাসনাধিষ্ঠ ৰাজপাকচেৰ পৰিয়ালকে ধৰি বিশিষ্ট শাসকীয় ৰাজনৈতিক ব্যক্তিসকলৰ ঘৰসমূহ এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ১৯৪৮ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত দ্বীপৰাষ্ট্ৰখনৰ আটাইতকৈ বেয়া
Read More...

পৃথিৱীৰ আটাইতকৈ সৰু ৪৬ লাখটকীয়া গাড়ীখন আৰু মাইলেজ জানেনে ?

গাড়ী বা বাইক আধুনিক জীৱনৰ অভিন্ন অংগ ৷ বিভিন্ন ধৰণৰ বাহনৰ ভিতৰত মানুহৰ প্ৰথম পছন্দ হ’ল গাড়ী । সেয়ে নিত্য নতুন ডিজাইনাৰ গাড়ীও বজৰলৈ আহিয়েই আছে । আজি আপোনালোকক ক'ব ওলাইছো পৃথিৱীৰ আটাইতকৈ সৰু গাড়ীখনৰ বিষয়ে। আমাৰ ধাৰণা, বিশ্বৰ আটাইতকৈ সৰু
Read More...

লকডাউনত চাকৰি হেৰুৱালে! এতিয়া আচাৰ বিক্ৰী কৰি ঘটিছে লাখ টকা

যদি আপোনাৰ কিবা কৰাৰ ইচ্ছা থাকে, অদম্য জেদ আৰু নিজৰ ওপৰত আস্থা থাকে, সকলো কৰিব পাৰি। ইয়াৰ এটা উদাহৰণ হৈছে বাংলাদেশৰ বগ্ৰাৰ এগৰাকী যুৱতী সমীৰা সম্চাদ। সমীৰাই স্নাতক পৰ্যায়ত পৰিসংখ্যা অধ্যয়ন কৰি থকা সময়ত এটা ব্যক্তিগত প্ৰতিষ্ঠানত
Read More...

উত্তৰ কোৰিয়াত লক্ ডাউন ঘোষণা কিম জঙৰ

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বৃহস্পতিবাৰে (১২ মে') দেশখনত ক'ভিড-১৯ৰ প্ৰথমটো ঘটনা নিশ্চিত কৰাৰ পিছত দেশজুৰি লকডাউনৰ নিৰ্দেশ দিছে। সংবাদ সংস্থা এএফপিৰ মতে, ৰাজ্যিক সংবাদ মাধ্যমসমূহে ক'ভিড-১৯ৰ এটাও ঘটনাৰ কথা প্ৰকাশ কৰা নাছিল দেশখনত। সেয়ে
Read More...