১৮ বছৰৰ তলৰ লোকৰ বাবে ইনষ্টাগ্ৰামে কি ব্যৱস্থা গ্ৰহণ কৰিছে
১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
ইনষ্টাগ্ৰামৰ!-->!-->!-->…
কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতি গঠন
নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।আমছুৰ নগাঁও জিলা সমিতিৰ নিৰ্দেশ মৰ্মে কচুৱা মাৰ্কাজ একাডেমিৰ প্ৰেক্ষাগৃহত শতাধিক আমছু কৰ্মীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৫১ জনীয়া নৱ নিৰ্বাচিত!-->…
তিৰুপতি মন্দিৰৰ লাড়ু জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিলঃমুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু
তিৰুপতি মন্দিৰৰ প্ৰসাদ জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল! মন্দিৰৰ লাডু ঘীৰ সলনি জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিল বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্রীৰ এনে অভিযোগ!-->!-->!-->…
এজন মুছলমান যুৱকে বচালে তিনিগৰাকী হিন্দু ধৰ্মাৱলম্বী কিশোৰীৰ
বিশ্ব কৰ্মাৰ পূজাৰ দিনাই মৰিগাঁও জিলাৰ লাহৰীঘাটত অঘটন।
পূজা বুলি ফুৰিবলৈ আহি ব্ৰক্ষ্মপুত্ৰত পৰি সলিল সমাধি এগৰাকী কিশোৰীৰ ।
লাহৰীঘাটৰ পলাশগুৰিত ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত বিশ্বকৰ্মা পূজা বুলি ফুৰিবলৈ আহি নৈত গা ধুবলৈ নামিছিল লেলাইবড়ী!-->!-->!-->!-->!-->…
উত্তৰ গুৱাহাটী, আমিনগাঁৱত আয়োজিত হ’ল বিশ্বকৰ্মা পূজা
বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱৰ পূজা উপলক্ষে ধূপ, দ্বীপ, নৈবেদ্য , ভক্তি বন্দনাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱতাক স্মৰণ বিশ্ববাসীৰ। আমিনগাঁও উদ্যোগিক পামৰ লগতে উত্তৰ গুৱাহাটীৰ চৰকাৰী - বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিলে বিশ্বকৰ্মা!-->!-->!-->…
সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত
MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক ফটো মাৰিবলৈ আহিবৰ দিনা ফটো তুলিব নিদি উত্তেজিত ৰাইজে খেদি পঠিয়ায়।!-->…
সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত!
ঘটনাটো সংঘটিত হৈছে (আজি মঙ্গলবাৰ ১০ ছেপ্টেম্বৰ) ৰাতিপুৱা ৭.৩০ বজাত । MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক!-->…
ধাৰাবাহিকভাৱে দলবদ্ধ ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী
ধৰ্ষণৰ ফলত গৰ্ভৱতী নৱম শ্ৰেণীৰ ছাত্ৰী। ছোৱালীজনীৰ শাৰীৰিক গঠনৰ পৰিৱৰ্তন প্ৰথমে পৰিয়ালটোৱে বুজি পোৱা নাছিল। সঘনাই অসুস্থ হৈ পৰাৰ পিছত গৰ্ভৱতী হোৱা বুলি চিকিৎসকে জনোৱাত পৰিয়ালটোৰ চকু ডাঙৰ হৈ পৰে। অৱশেষত আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিজনৰ!-->!-->!-->…
আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহত্যা
আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহত্যা ।
আই আই টি গুৱাহাটী শিক্ষাপ্ৰতিষ্ঠানখনৰ ব্ৰহ্মপুত্ৰ হোষ্টেলত সংঘটিত হৈছে এই ঘটনা ।ছাত্ৰজন ভিমলেশ কুমাৰ ।
ভিমলেশৰ ঘৰ উত্তৰ প্ৰদেশত।বি টেকৰ computer scienceৰ ছাত্ৰ ভিমলেশ।যোৱা এমাহত আই আই!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আমিনগাঁৱত ভাৰতীয় জনতা মজদুৰ সংঘৰ চতুৰ্থ ৰাজ্যিক কায্যনিৰ্বাহক সভা
কামৰূপ জিলাৰ আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰত আজি ভাৰতীয় জনতা মজদুৰ সংঘ, চমুকৈ বিজেএমএছ চতুৰ্থ ৰাজ্যিক কায্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । গুৱাহাটী মহানগৰ জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত ৰাজ্যিক সভাত ৰাজ্যৰ ১৩খন জিলাৰ কায্যকৰ্তাই ভাগ লয় ।!-->!-->!-->…