ইজৰাইলে প্ৰতিদিনে চাৰি ঘণ্টীয়া যুদ্ধবিৰতি পালন কৰিব,আমেৰিকাকৰ ঘোষণা
ইজৰাইলে গাজা ষ্ট্ৰিপত দৈনিক চাৰি ঘণ্টীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। আমেৰিকাই ঘোষণা কৰিলে এই কথা। হোৱাইট হাউছে জনাইছে যে ইজৰাইলে যুদ্ধবিৰতি পালন কৰি পেলেষ্টাইনী সাধাৰণ নাগৰিকক উত্তৰ গাজা এৰি যাবলৈ অনুমতি দিব। বৃহস্পতিবাৰৰ পৰা…
৩০ দিনৰ ভিতৰত সলনি হ’ব জীৱন! এইকেইটা জীৱনশৈলী মানি চলক
পৰিৱৰ্তিত আৰু উন্নত জীৱনশৈলীৰ বাবে সকলোৱে চিন্তিত। প্ৰতি সোমবাৰে পাঁচ মিনিট দেৰিকৈ অফিচ পোৱাৰ সময়ত বহুতে ভাবে যে ৰাতি সোনকালে শুবলৈ গ’লে ৰাতিপুৱা সময়ত উঠিব পাৰিব।পৰিকল্পনা অনুসৰি যাব নোৱাৰাটো নিশ্চিতভাৱে অস্বস্তিৰ কাৰণ। নিজকে সলনি…
অকাল বৰষুণ! দিল্লীত প্ৰদূষণৰ পৰা সাময়িক সকাহ
ভয়ংকৰ প্ৰদূষণৰ পৰা সাময়িক সকাহ পালে দিল্লীবাসীয়ে। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা শুকুৰবাৰে পুৱালৈকে দিল্লীৰ কেইবাটাও অঞ্চলত মধ্যমীয়া বৰষুণ হয়। স্থানীয় ৰাইজে জনোৱা মতে, বৰষুণৰ বাবে প্ৰদূষণৰ মাত্ৰাত বিশেষ পৰিৱৰ্তন নহ’লেও কিছু সকাহ পোৱা…
দৰঙত জল দীপাৱলী উদযাপন
ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান,মঙলদৈ পৌৰ সভা আৰু 'অম্ৰুত'ৰ যৌথ উদ্যোগত মঙলদৈত জল দীপাৱলী অনুষ্ঠিত কৰা হয়। মঙলদৈৰ জাইকা প্রকল্প প্ৰাংগণত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।পুৱা ৯ বজাত মঙলদৈ পৌৰ সভাৰ পৰা জাইকা প্ৰকল্পলৈ এক শোভাযাত্ৰা কৰা হয়।…
তিনিদিনীয়া কাৰ্যসূচীৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী:মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী
১৯৭১চনত প্ৰতিষ্ঠা লাভ কৰা ছিপাঝাৰ অঞ্চলৰ শিক্ষাৰ বট বৃক্ষ স্বৰূপ ছিপাঝাৰ মহাবিদ্যালয়ৰ গৌৰৱোজ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি ১৭ নবেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰম্ভণিৰ দিনা পুৱা সোণালী জয়ন্তীৰ…
অসম চৰকাৰে জাৰি কৰা নতুন SOP সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ উদ্দেশ্যেৰে সভা অনুষ্ঠিত
চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৭ দিন “অন্ন সেৱা সপ্তাহ” হিচাপে পালন কৰা হব।
শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য ৱিক্ৰম য়াদৱ আৰু অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত অসম চৰকাৰে জাৰি কৰা নতুন SOP সন্দৰ্ভত…
কামপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত পথৰ শুভ উদ্বোধনৰ লগতে গ্ৰন্থ উন্মোচনী সভা – “আপোনাৰ…
কামপুৰ শাখা সাহিত্য সভা ভৱনত আজি "আপোনাৰ ঠিকনাটো দিব নেকি" শীৰ্ষক এখনি কাব্য গ্ৰন্থ উন্মোচন কৰাৰ লগতে শাখা সাহিত্য সভাৰ কাৰ্যলয়লৈ যোৱা এটা নৱনিৰ্মিত পথৰ শুভউদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। বিধায়ক জনে কামপুৰ পৌৰসভাই…
প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ বুথে বুথে চিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তী
টীয়কত চিলচৰৰ বিধায়ক প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে দিপায়ণ চক্ৰৱৰ্তী উপস্থিত হৈ প্ৰস্তাৱিত মৰিয়নি সমষ্টিৰ বুথ সমূহত সভা আয়োজন কৰি প্ৰাথমিক সদস্য সকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দলীয়…
মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত জিলা আয়ক্তৰ উপস্থিতিত প্ৰসূতি আৰু স্ত্ৰীৰোগীৰ বাবে ভৱন উদ্ধোধন
বৃহস্পতিবাৰে ১২ বজাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত জিলা আয়ক্তৰ উপস্থিত নৱ নিৰ্মিত ভৱন উন্মোচন।
অসমৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে ৰাজ্যখনৰ স্বাস্থ্য খণ্ড উন্নয়নৰ বাবে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি ৩০ খন বিচনাযুক্ত মাৰ্ঘেৰিটা…
কুৰুৱাত দুখগ্ৰস্ত হৈছে পশুপালক
কুৰুৱাৰ পশুপালকৰ ঘৰে ঘৰে এতিয়া চলিছে কান্দোনৰ ৰোল । নিজ ভাগ্যক ধিয়াই কন্দাৰ বাহিৰে যেন দুখীয়া পশুপালক সকলৰ গত্যন্তৰ নাই । গো পালনেৰে পেট প্ৰৱৰ্তোৱা পৰিয়াল সমুহৰ গোহালিৰ গৰু নিশা নোহোৱা হোৱাত মূৰত সৰগ ভাগি পৰিল । ব্ৰহ্মপুত্ৰৰ বালি চৰত বহু…