Daily Time Axom

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সমুখত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ অনুষ্ঠান

আজি AIUDF ৰ কমিটি গঠনাথে্দক্ষিণ শালমাৰা মানকাচৰ জিলাত এখন সাধাৰণ সভা আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সমুখত AIUDF ৰ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ জিলা কমিটিৰ বিষয়ে এখন

ধুবুৰীৰ ঝগৰাৰপাৰ পঞ্চায়তৰ খলিলপুৰত পথৰ দুৰৱস্থাৰ বাবে বন্ধ হৈ আছে স্কুল-মন্দিৰ

চৰকাৰে গ্ৰামাঞ্চল আৰু চৰাঞ্চৰ বাট পথ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰা সময়ত ধুবুৰীৰ ঝগৰাৰপাৰ পঞ্চায়তৰ হিন্দু লোকৰ বসতি প্ৰধান দুখন গাৱৰ পথৰ দুৰৱস্থাই আপোনাৰ চকুত কপালত তুলিব।প্ৰায় ৩০বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত বস্তি দুখনৰ ৰাইজে

নাজিৰাত ডাক বিভাগ শিমলুগুৰি উপ-সংমণ্ডলৰ উদ্যোগত সজাগতা সভা

নাজিৰাত ডাক বিভাগৰ শিমলুগুৰি উপ- সংমণ্ডলৰ উদ্যোগত আজি নাজিৰা চাহ মজদুৰ সংঘৰ সভাগৃহত 'ডাক চৌপাল কাৰ্যসূচী' ৰ এখনি সজাগতা মূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় ডাক সেৱাৰ যোগেদি উপলব্ধ বিভিন্ন সেৱাৰ বিষয়ে জনসাধাৰণক সজাগ তথা কেনেদৰে এই সেৱা

কেদাৰনাথত বৃহৎ দুৰ্ঘটনা, মন্দাকিনী পাৰত হেলিকপ্টাৰ দুৰ্ঘটনা

কেদাৰনাথত বৃহৎ দুৰ্ঘটনা। ক্ষতিগ্ৰস্ত হেলিকপ্টাৰখন মি-১৭ চপাৰৰ পৰা ফাটি যায়। শনিবাৰে পুৱা কেদাৰনাথ ধামত অৱতৰণ কৰাৰ সময়ত যান্ত্ৰিক সমস্যাৰ বাবে হেলিকপ্টাৰখন বিকল হৈ পৰে। উদ্ধাৰকাৰী মি-১৭ চপাৰেৰে ঘূৰাই পঠিওৱা হৈছিল। হঠাৎ লোহাৰ শিকলিডাল

উত্তৰ গুৱাহাটী মাজগাঁও পাৰঘাটত অঘটন

কামৰূপৰ উত্তৰ গুৱাহাটীৰ পাৰঘাটত ঘটিল অঘটন। জাহাজত উঠিবলৈ গৈ থিয় পথৰ পৰা পিছলি পৰিল যাত্ৰী । কথমপি প্ৰাণৰক্ষা বাইক আৰোহীৰ । বৰষুণ পৰি ঘাটটো পিছল হোৱা বাবে মাজগাঁও ঘাটৰ ফেৰী সেৱা স্থানান্তৰ । উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটলৈ ফেৰী সেৱা

নাজিৰাত সাপ উদ্ধাৰ কৰিবলৈ গৈ বিপদত যুৱ বনকৰ্মী

⭕⭕অজগৰ সাপে দংশন কৰিলে ত্ৰিদীপ লাচিতক নাজিৰাৰ বিহুৱৰত অঘটন | সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | বিহুৱৰ মাজ গাওঁ অঞ্চলৰ এখন খেল পথাৰত ৰাইজে এটা অজগৰ সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিহুবৰ খণ্ড বন বিভাগক | প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল

শিৱসাগৰত থলুৱা মাছ পালকৰ পুখুৰীত বিহ ঢালি মাৰিলে লাখ টকাৰ মাছ

⭕অসমীয়াই অসমীয়াৰ শত্ৰু ⭕শিৱসাগৰৰ মটক গোঁহাই গাঁৱত চাঞ্চল্য | পুখুৰীত বিহ দি দুস্কৃতিকাৰীয়ে নিধন কৰিলে অসংখ্য মাছ | দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ী গৰাকীৰ পুখুৰীত বিহ দিলে দুস্কৃতিকাৰীয়ে | ফলত পুঠি-খলিহনা, গৰৈ, বৰালী,

ককিলা নাহৰণিত শ্ৰীকৃষ্ণ জন্মাষ্টমীত গ্ৰন্থ উন্মোচনী সভা

মহেন্দ্ৰ হাজৰিকাৰ 'শ্ৰীমন্ত শংকৰদেৱ' উন্মোচন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং নাহৰণিস্থিত

জাপানত ডলফিনৰ আতংক

জাপানত ডলফিনৰ আতংক।সাগৰত গা ধুবলৈ যাওঁতে ডলফিনৰ কামোৰ খাইছে সাগৰপ্ৰেমীসকলে। ডলফিনৰ চোকা দাঁতেৰে সকলোৱে ৰক্তাক্ত কৰিছে। বিশেষজ্ঞসকলে এয়া ডলফিনৰে কাম বুলি কৈছে। ডলফিনে চলিত বৰ্ষত ১৮ গৰাকী সাগৰপ্ৰেমী সাঁতোৰবিদক বিভিন্ন ধৰণে আঘাত

দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷ ১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ