ৰীমা দাসৰ ‘Village Rockstars 2 ‘ সন্মানীয় ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ…
এই চিনেমাখন টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা Village Rockstars ৰ ছিকুৱেল।ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা!-->…
মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই
যোৱাৰাতি তেওঁ নিজ গৃহলৈ যোৱা পথত বাইক দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈ। 'জিলা মিডিয়া ক্লাৱ'ৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন ছাত্ৰ নেতা ৰাতুল ডেকাৰ নথৰ দেহ মৰিগাঁও সদৰ বিহুতলি প্ৰাংগনত আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি!-->!-->!-->…
গগনা মুম্বাই’ৰ ভাদ মহীয়া নাম-প্ৰসঙ্গ অনুষ্ঠান
পৱিত্ৰ ভাদমাহ উপলক্ষ্যে খোল -তাল, নেগেৰা, বাঁহীৰ সুমধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন সত্ৰ তথা নামঘৰসমূহ। ৰাজ্যৰ সমান্তৰালভাৱে বহিৰ্ৰাজ্যত বসবাস কৰা অসমীয়া লোকসকলেও গুৰু দুজনাৰ আদৰ্শ সাৰোগত কৰি পৱিত্ৰ ভাদ মহীয়া!-->!-->!-->…
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান প্ৰেৰণা মণ্ডল সংগঠনৰ প্ৰশংসা পত্ৰ বিতৰণ
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তগত কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনৰ তৰফৰ পৰা কেইবাগৰাকীও উদ্দমী মহিলাক প্ৰশংসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, এই বটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে সভাত সভাপতিত্ব কৰে বাৰপূজীয়া পঞ্চায়তৰ!-->!-->!-->…
পাকিস্তানত এজন এজনকৈ বাছৰ পৰা নমাই ২৩জন যাত্ৰীক গুলীয়াই হত্যা
পথ অৱৰোধ কৰি বাছখন ৰখাই যাত্ৰীসকলক নামিবলৈ বাধ্য কৰাই পৰিচয় পত্ৰ পৰীক্ষা কৰি পিছত গুলীচালনা কৰি হত্যা কৰিলে!
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বেলুচিস্তানত এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি এই ঘটনাত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে।
!-->!-->!-->!-->…
জন্মাষ্টমীৰ দিনা কোন ৰাশিৰ ঘূৰিব ভাগ্যৰ চকা
আজি জন্মাষ্টমী। সমগ্ৰ দেশতে কৃষ্ণৰ জন্মদিন পালন কৰা হৈছে। প্ৰতি বছৰে ভদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ কেঁচুৱা ৰূপক পূজা কৰা হয়।
জ্যেতিশাস্ত্ৰ অনুসৰি চলিত বৰ্ষৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
লাডাখৰ মানচিত্ৰত নতুন পাঁচখন জিলাৰ নাম ঘোষণা কেন্দ্ৰৰ
কেন্দ্ৰই সলনি কৰিছে লাডাখৰ মানচিত্ৰ। আজি ঘোষণা কৰা হয় পাঁচখন নতুন জিলাৰ নাম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ঘোষণা কৰে লাডাখৰ ৫খন নতুন জিলাৰ নাম। এই পাঁচখন জিলা হ’ল, জাংস্কাৰ, দ্ৰাছ, ছাম, নুব্ৰা আৰু চাংথাং।
ছ’চিয়েল!-->!-->!-->!-->!-->…
চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ
দেওবাৰে চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিয়ে শপত গ্ৰহণ কৰে।এই শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰস্থিত সতী সাধিনী ভৱনত অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰে আজিৰ অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়।ইয়াৰ পিছতে বৃক্ষৰোপণ,সতী সাধিনী!-->…
জাহ্নবীক উৰ্ফিৰ লগত তুলনা
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল অভিনেত্ৰী জাহ্নবী কাপুৰ। প্ৰেমিক শিখৰ পাহাৰিয়াৰ সৈতে সংগীতৰ ছন্দত নৃত্য কৰাও দেখা গৈছিল। জাহ্নবী তাৰপৰা পুনৰ নিজৰ কামলৈ ঘূৰি আহিছে। কিন্তু…
আলু খালে ওজন কমে কেনেকৈ!! পুষ্টিবিদসকলে কি পৰামৰ্শ দিয়ে
কল্পনা কৰকচোন, শাক-পাচলিৰ জগতৰ পৰা আলু নোহোৱা হৈ গ’লে কি হ'ব ?
সুস্বাদু আৰু বহুমুখী আলু অন্যতম প্ৰিয় শাক। কিন্তু কিছুদিন আগলৈকে সকলোৱে ভাবিছিল যে ওজন কমাব পৰা খাদ্যত আলুক ৰাখিব নোৱাৰি বা আলু খাব নোৱাৰি। তদুপৰি আলুত বেয়া কাৰ্বহাইড্ৰেট…