প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ বিশ্ব সৰ্প দিৱস উদযাপন
'সাপ আমাৰ বন্ধু, শত্ৰু নহয়' শীৰ্ষক বিষয়বস্তু লৈ অসমৰ অগ্ৰণী অনুষ্ঠান প্ৰকৃতিপ্ৰেমী মঞ্চই দিনযোৰা কাৰ্যসূচীৰে বিশ্ব সৰ্প দিৱস উদযাপন কৰে ৷ সৰ্প সংৰক্ষণ আৰু সৰ্প দংশনৰ সজাগতা হেতু মঞ্চই পুৱা ভাগত বঘৰা এজাৰবাৰী দমাল আদি বিস্তৃত অঞ্চলত এক ৰেলী…
কেজৰিৱালৰ স্বাস্থ্যক লৈ চিন্তিত আপ, বিজেপিক চোকা কটুক্তি আপৰ
পুনৰ কেজৰিৱালৰ সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা আপৰ। দিল্লীৰ মন্ত্ৰী আতিশীয়ে এপৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে। তেওঁ কয় যে বিজেপি চৰকাৰে কেজৰিৱালৰ জীৱনৰ লগত খেলা কৰি আছে। ইয়াক তৎক্ষণাত বন্ধ কৰাৰ প্ৰয়োজন। তিহাৰ জেলত কেজৰিৱালৰ সঠিক…
ডোডাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কি ক’লে ৰাহুল গান্ধীয়ে
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ ডোডাত নিহত ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।
তেওঁ নিজৰ এক্স হেণ্ডেলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ভাৰতীয় জোৱান সকলৰ প্ৰতি গভীৰ শোক…
জুৰীয়াৰ শিঙাৰীত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান
জুৰীয়াৰ শিঙাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ শিঙাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি…
এন ই ফ’কাচৰ উদ্যোগত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত
স্বাস্থ্য সুস্থতা বাবে জীৱনশৈলীৰ লগতে মানসিক স্বাস্থ্য উন্নত মানৰ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যোগ বা ব্যায়ামে শৰীৰৰ সন্তুলন বৰ্তাই ৰখা যথেষ্ট সহায় কৰে। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডক্তৰ উবেদুল…
নিলম্বিত আপৰ কৰ্মীয়ে ৰাজ্যিক পৰিষদ গঠন কৰিব নোৱাৰে
অকৰ্তৃত্বশীল লোকে আপৰ প্ৰতীক ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আপে
আপৰ পৰা নিলম্বন ব্ৰজেন সন্দিকৈ, অনুৰূপা বড়ো, নাৰায়ণ দত্ত ভূঞাক
"অসমত আম আদমী পাৰ্টিৰ দলীয় ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে ৰাজ্যখনত দলৰ সকলো কমিটি…
উত্তৰ গুৱাহাটীৰ মথাউৰিৰ খহনীয়াই নমাইছে আতংক
ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে বান নিয়ন্ত্ৰণ তথা জলসম্পদ বিভাগ । বিভাগটোৰ কামৰ নমুনা দেখিলে তবধ মানিব আপুনি । ব্ৰহ্মপুত্ৰৰ বুকুত বালিৰ মথাউৰি সাজি বান প্ৰতিৰোধৰ চেষ্টা জল সম্পদ বিভাগৰ । ২১ কোটি টকা ব্যয়ৰে উত্তৰ গুৱাহাটী ৰংমহলত সাজি…
আম্বানীপুত্ৰৰ বিয়াত শ্বাহৰুখ-ৰণবীৰে লাভ কৰিলে ২কোটি টকীয়া ঘড়ী
ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি তথা বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে শুকুৰবাৰে (১২ জুলাই) বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমিকা ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয় অনন্ত আম্বানীয়ে। ভাৰতৰ আটাইতকৈ…
আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ
এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২২গৰাকী প্ৰাৰ্থীক অনুকম্পামুলক…
হত্যাৰ চেষ্টাৰ পিছতো স্তব্ধ হোৱা নাই ট্ৰাম্পৰ খোজ
গুলীটো সোঁ কাণত লগাত তেজ ওলাইছিল যদিও সোঁহাতৰ দৃঢ় মুঠিৰে মঞ্চত থিয় হৈ তেওঁ অনুৰাগীসকলক ক’লে, ‘ফাইট, ফাইট’। ৭৮ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে অলপো জিৰণি লোৱা নাছিল। গুলী লগাৰ ২৪ ঘন্টাৰ অন্তত দলীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উইচকনচিনত…