Daily Time Axom

সত্ৰীয়া সংস্কৃতিৰ সাধক,সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক

ভৱ গোঁসাই" ৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি :: কুসুম কুমাৰ মহন্ত মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰত বৈকুণ্ঠী…

শিৱসাগৰৰ ডিমৌত আপৰ সভা সন্দৰ্ভত অপপ্ৰচাৰ

অসমত আম আদমী পাৰ্টিৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে দলৰ সকলো কমিটি ভংগ কৰি দিয়া হৈছে। চলিত জুলাই মাহৰ ভিতৰতে নতুন কমিটি গঠনৰ বাবে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি দলৰ ৱৰ্কিং কমিটীয়ে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত…

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বানাক্ৰান্তৰ কাষত

আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধিং সমষ্টিৰ কেইবাখনো বন্যাৰ্ত অঞ্চল পৰিদৰ্শন কৰে। বানাক্ৰান্ত সকলৰ সমস্যাৰ বুজ ল'বলৈ প্ৰথমে ডুমডুমীয়া,শূইচগেট,যাৰমাৰি, জেঙণি আৰু ধিঙৰ বিভিন্ন প্লাৱিত অঞ্চলত উপস্থিত হৈ ৰাইজক…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক…

দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী…

বাৰিষা শাক-পাচলিয়ে বিপদৰ সৃষ্টি কৰিব পাৰে শৰীৰৰ

বাৰিষাৰ সময়ত প্ৰদূষণৰ আশংকা অতি বেছি। এই সময়ত বেক্টেৰিয়া আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ সংখ্যা বেছি হোৱাৰ বাবে শাক-পাচলি পৰিহাৰ কৰাটো ভাল। বাৰিষাৰ সময়ত বেঙেনাত কৃমি আৰু পোক-পৰুৱাৰ আক্ৰমণ হয়। আৰ্দ্ৰ পৰিৱেশত ইহঁতে অতি সোনকালে প্ৰজনন কৰে।…

বাৰিষাত সুস্থ হৈ থাকিবলৈ ডায়েট চাৰ্টৰ পৰা এই খাদ্যসমূহ পৰিহাৰ কৰক

বাৰিষাৰ সময়ত জ্বৰ, চৰ্দি, পেটৰ বিষ, বদহজম আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ এই কেইটামান কথা পাহৰি নাযাব। ১. জাংক ফুড: ৰেষ্টুৰেণ্ট আৰু পথৰ কাষৰ ষ্টলত খোৱা এৰক। কাৰণ বাৰিষাৰ সময়ত বীজাণু আৰু ভেঁকুৰৰ আক্ৰমণ বাঢ়ি…

‘আপৰ নেতাই কংগ্ৰেছত যোগদানৰ বাতৰি অস্বীকাৰ’

আপ, অসমৰ পুনৰগঠনৰ প্ৰক্ৰিয়া চলি আছে "সম্প্ৰতি অসমত আম আদমী পাৰ্টিৰ সাংগঠনিক পুনৰগঠনৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ৰাজ্যিক কমিটী, জিলা কমিটিৰ উপৰি দলৰ…

চৰাইদেউৰ কুঁৱৰীবাৰী চাহ বাগিছাত চাহ শ্ৰমিকৰ একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

১০ জুলাই তাৰিখে চৰাইদেউ জিলাৰ বিষ্ণুপুৰ চাহ বাগিছাৰ অধীনস্থ কুঁৱৰীবাৰী চাহ বাগিছাৰ কাৰ্য্যালয়ত অসম চাহ মজদুৰ সংঘ, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত কুঁৱৰীবাৰী চাহ বাগিছাৰ শ্ৰমিকসকলে শ্ৰমিকৰ প্ৰাপ্যৰ দাবীত একঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।…

বৰক্ষেত্ৰীত শোকৰ ছাঁ!বৰক্ষেত্ৰীত চেখ মোবাৰক হুছেইনক অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত শেষ বিদায়

বৰক্ষেত্ৰী সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী তথা বৰক্ষেত্ৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ "বৰক্ষেত্ৰী মহাবিদ্যালয়"ৰ প্ৰতিস্থাপক অধ্যক্ষ চেখ মোৱাৰক হুছেইন। ৰাতিপুৱা চেখ মোবাৰক হুছেইনৰ নশ্বৰ দেহ বৰক্ষেত্ৰী মহাবিদ্যালয়, বৰক্ষেত্ৰী কণিষ্ঠ…

ভুৱা চাৰ্টিফিকেট আৰু মার্কশ্বিটৰ বিৰুদ্ধে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসমৰ…

সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন অসম আৰু নতুন অসম ছাত্ৰ সন্মিলন (NASA) ভুৱা চাৰ্টিফিকেট আৰু মার্কশ্বিটৰ বিৰুদ্ধে এখন স্মাৰকপত্ৰ মৰিগাঁও জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ভুৱা চাৰ্টিফিকেট আৰু মার্কশ্বিট…