কংগ্ৰেছত যোগদান কাৰ্যসূচী,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক…
আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাত আম আদমী পাৰ্টীৰ (আপ) কেইবাজনো নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।আপৰ ডিব্ৰুগড় জিলা কমিটীৰ সাংগঠনিক সম্পাদক অমৃত কুমাৰ বৰুৱাৰ নেতৃত্বত কংগ্ৰেছ দলত যোগদান কৰা…
ঘৰতে ১৫ মিনিট এই ব্যায়ামবোৰ কৰক
ৰূপালী পৰ্দাৰ নায়িকাৰ দৰে তন্বী হ'ব বিচাৰে সকলোৱে। যুৱতীসকলে চৰ্বিহীন কঁকাল আৰু পেটৰ সপোন সদায় দেখে। ইফালে সপোন পূৰণ কৰাটোও কঠিন। ব্যস্ত অফিচতে, জিমলৈ যাবলৈ সময় নাই বহুতৰ? এতিয়া কোনো চিন্তা নাই, এই কেইটামান ব্যায়াম ঘৰতে ১৫ মিনিটৰ বাবে…
সুখী সম্পৰ্কৰ ৰহস্য কি জানেনে
প্ৰেমত পৰাটো সহজ। কিন্তু সম্পৰ্ক বজাই ৰখাটো নিঃসন্দেহে প্ৰত্যাহ্বানজনক হ’ব পাৰে। সুস্থ আৰু সুখী সম্পৰ্ক গঢ়ি তোলাৰ উপাই হৈছে প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি। আৰু এয়া যে এদিনীয়া কথা নহয়। ই এক যাত্ৰা। প্ৰতি দম্পতীয়ে এই ক্ষেত্ৰত…
ইডিয়ে পুনৰ ধন সৰবৰাহৰ গোচৰত জেকলিনক চমন, সুকেশ চন্দ্ৰশেখৰৰ গোচৰত নতুন টুইষ্ট
জটিল তথ্য পৰিছে ইডিৰ হাতত। সেই সূত্ৰৰ ভিত্তিত ইডিয়ে পুনৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ ফোন বাৰ্তা প্ৰেৰণ কৰিছে। ২০২৪ চনৰ ১০ জুলাইত দ্বিতীয়বাৰৰ বাবে সুকেশ চন্দ্ৰশেখৰ গোচৰৰ ইডিৰ চমন অভিনেত্ৰীগৰাকীৰ হাতত পৰে।
দৰাচলতে ‘ৰেচ ৩’ৰ…
ত্ৰিপুৰাত এইডছত আক্ৰান্ত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী
ত্ৰিপুৰাত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইচ আই ভি পজিটিভ। ড্ৰাগছৰ বেজী লৈ এইডছ ৰোগত আক্ৰান্ত স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী। ইয়াৰে কমেও ৪৭ জনে প্ৰাণ হেৰুৱাইছে। ত্ৰিপুৰাৰ ২২০খন বিদ্যালয় আৰু ৪৭খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সমগ্ৰ দেশতে এইচ আই…
চাৰি দশকৰ অন্তত অষ্ট্ৰিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী ভিয়েনাত গাৰ্ড অৱ অনাৰেৰে সন্মানিত
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে সংসদত বহি প্ৰথমবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰে। পুটিনৰ সৈতে সাক্ষাৎ-ৰাতিৰ আহাৰ-সভাৰ অন্তত প্ৰায় চাৰি দশকৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী অষ্ট্ৰিয়ালৈ যায়।
১৯৮৩ চনৰ কথা, ভাৰতৰ প্ৰাক্তন…
বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ
আছে নল নাই জল!
নলবাৰী জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, বেলশৰ সংমণ্ডলৰ অধীনস্থ পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ!
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবড়ীস্থিত পানী যোগান আঁচনি বেছিভাগ সময় বিকল হৈ থকাৰ ফলত জীয়াতু ভুগিছে স্থানীয়…
চাপৰ আৰক্ষীৰ পূৰ্ণ সহযোগিতাত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
ৰাজ্যত বান পৰিস্থিতিত সামান্য উন্নত হ'বলৈ ধৰিছে যদিও আজিও জলমগ্ন হৈ আছে চাপৰৰ বিভিন্ন অঞ্চল। বানত ককবকাই আছে বন্যাৰ্ত, দুখ দুৰ্দশা কমা নাই বন্যাৰ্তৰ। দিনেক দিনে বৃদ্ধি পাবলৈ ধৰিছে বানপীড়িত লোকৰ সমস্যা। এফালে বানপানীয়ে মৰাপাটৰ লগতে…
সৰভোগত আকাশ সাহাৰ সত্যৰ প্ৰকাশ নামৰ গ্ৰন্থৰ প্ৰচাৰৰ বাবে স্থানীয়ভাৱে পুনৰ উন্মোচন
বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানত সৰভোগৰ চকচকা বজাৰৰ যুৱক তথা নৱ-প্ৰজন্মৰ লিখক আকাশ সাহাৰ প্ৰথম প্ৰয়াস “সত্যৰ প্ৰকাশ” নামৰ গ্ৰন্থখন উন্মোচন কৰে,এই গ্ৰন্থখন অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ভৱানন্দ পাঠকে…
চামগুৰিৰ ননৈ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
নগাঁৱৰ ৰঙামাটিৰ ননৈ চাহবাগিছাত আজি পুৱাৰে পৰা এটা জৰাজীৰ্ণ আৰু কদৰ্যময় পথক কেন্দ্ৰ কৰি পাঁচশতাধিক চাহশ্ৰমিকে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতি ৷
ৰাজ্য চৰকাৰৰ অনিহাত দীৰ্ঘদিনৰে পৰা কঁঠালগুৰি আৰু পুৰণা শালনাহৈ আমনি সংযোগী প্ৰায় ৩০…