Daily Time Axom

শিৱসাগৰত বিদেশী পৰ্য্যটকৰ দল

⭕শিৱসাগৰ জিলা প্ৰশাসনৰ বিপুল আদৰণি ঐতিহাসিক জয়সাগৰ পুখুৰীৰপাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ পৰিদৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন | অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ প্ৰশংসাত পঞ্চমুগ্ধ হৈ পৰিল বিদেশী পৰ্য্যটক |

নলবাৰী জিলাৰ বামুণবড়ীস্থিত শ্বহীদ সোঁৱৰণী মহাবিদ্যালয় কৰ্তপক্ষৰ সংবাদমেল

শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক চাহজাহান আলীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন সন্দৰ্ভত স্পষ্টীকৰণ মহাবিদ্যালয় কৰ্তৃপক্ষৰ। ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুৰ ৰহমান, পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ফুকন আলী, মুখ্য

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচন

শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড.দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড. দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন

পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ, অধিবক্তাক হত্যা

ইস্কনৰ সন্ন্যাসী চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত অস্থিৰ হৈ পৰিছে বাংলাদেশ। মঙলবাৰে তেওঁক চট্টগ্ৰামৰ আদালতলৈ লৈ যোৱা হৈছিল। সেই সময়ত তেওঁৰ অনুৰাগীৰ সৈতে অধিবক্তাৰ সংঘৰ্ষ হৈছিল। যাৰ বাবে এজন অধিবক্তাক হত্যা কৰা হয়। বাংলাদেশৰএই অগ্নিময়

নামনি অসম তথা বিটিআৰ ৰ বিজনী বৰ কালীবাৰীত চি পি আই (এম )দলৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ…

নামনি অসম তথা বিটিআৰ ৰ চিৰাং জিলাৰ বিজনী মহুকুমাৰ বৰ কালিবাৰী ত দুইদিনীয়াকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চি পি আই (এম) ৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰাপ্ত বাতৰিৰ তথ্যমতে সাম্প্ৰতিক সমগ্ৰ দেশজুৰি

Sports-ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ

এখন নহয় একেলগে দুখনকৈ Academy ৰ কাম চলি আছে উত্তৰ গুৱাহাটীত ।উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুঙ ডেকাবাৰী গাৱত নিৰ্মাণ কৰি থকা হৈছে Academy দুখন ।Academy দুখনৰ এখন হ'ব ফুটবল Academy আৰু

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিদ্যালসমূহত ব্যাপক উৎসাহ

নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী পকোৱা এম ই স্কুল আৰু জনকল্যাণ জাতীয় বিদ্যালয়ত চলি আছে সহযোগিতামূলক চা -চিনাকি পৰ্ব আৰু দৈহিক উৎকৰ্ষ সাধন কৰিবপৰা খেল ধেমালিৰ। উল্লেখ্য যে বিদ্যালয় শিক্ষা বিভাগৰ পৰা অহা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ সেৱাৰ সৈতে জড়িত সকলোলৈকে শুভকামনা জনাইছে জনসংযোগ মন্ত্ৰী পীযুষ…

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে । ভাৰতত সংবাদ মাধ্যমৰ

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰেছ ক্লাব অসমৰ শুভেচ্ছা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই সন্ধিক্ষণত দেশ আৰু দহৰ বাবে বছৰটোৰ প্ৰতিটো দিনেই নিজৰ বিষয়ে কোনো ধৰনৰ চিন্তা নকৰি সমগ্ৰ জীৱনটো সৰ্বসাধাৰণৰ বাবে উৎসৰ্গিত কৰি জনতাৰ কণ্ঠ ৰূপে প্ৰতিটো ক্ষণতে অতন্দ্ৰ প্ৰহৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অসম তথা