প্ৰতিষ্ঠা দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ আছা’ৰ
জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি অবিহনে ক্ষান্ত নহয় আছা।
আদিবাসী সকলৰ ন্যায়ৰ বাবে অবিৰতভাৱে চলাই যাব সংগ্ৰাম, আন্দোলন।
আজি ২ জুলাই,সদৌ অসম আদিৱাসী ছাত্র সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ ২৮ সংখ্যাক প্রতিষ্ঠা…
কোকৰাডাঙা ঘাট এলেকাত ১৫টা গৰু উদ্ধাৰ
আজি ইংৰাজী ০২/০৭/২০২৪ তাৰিখে পুৱা প্ৰায় ০৩:৩০ বজাত কোকৰাডাঙা ঘাট এলেকাত গৰু সৰবৰাহ সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ ভিত্তিত আই চি খাৰুৱাবন্দা অ’ পি আৰু তেওঁৰ আৰক্ষীৰ দলটোৱে স্থানলৈ আগবাঢ়িল। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশলৈ গৰু সৰবৰাহ…
ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ…
ভাৰতৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কাশ্মীৰৰ কাৰাবন্দী সাংসদ শ্বেখ আব্দুল ৰছিদক লোকসভাত শপত গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে। এই কাশ্মীৰী নেতাগৰাকীয়ে ২০১৯ চনৰ পৰা ‘টেৰ’ৰ ফাণ্ডিং’ৰ অভিযোগত কাৰাগাৰত বন্দী হৈ আছে। শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা…
কঁকালৰ বিষ কমাবৰ বাবে নিয়মিত খোজ কাঢ়ক
মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে সপ্তাহত পাঁচবাৰ আধা ঘণ্টাকৈ খোজ কাঢ়িলে আৰু ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ অনুসৰি খোজ কাঢ়িলে কঁকালৰ বিষ ভাল হোৱাৰ সময় প্ৰায় দুগুণ বৃদ্ধি পায়।
অৰ্থাৎ নিয়মীয়া খোজ কঢ়া লোকসকলে…
সুনকক পুনৰ নিবিচাৰে নেকি ব্ৰিটেইনে
এতিয়া গৰম হৈ আছে ব্ৰিটেইন। নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিদিন। প্ৰধান প্ৰতিদ্বন্দ্বী দল দুটা লেবাৰ পাৰ্টি আৰু কনজাৰ্ভেটিভ পাৰ্টি (ট’ৰী)য়ে তীব্ৰ প্ৰচাৰ চলাইছে। কিন্তু মতামতৰ সমীক্ষাত দেখা গৈছে যে ৭২ শতাংশ ব্ৰিটিছে এতিয়া ঋষি সুনকক প্ৰধানমন্ত্ৰী…
প্ৰভাসৰ নামত দিশাৰ টেটু,ৰণবীৰক লৈ আপ্লুত প্ৰশিক্ষক শিৱম
দিশা পাটানি আৰু প্ৰভাসৰ সম্পৰ্কৰ চৰ্চা অব্যাহত আছে বলীউডৰ ভিতৰ চ'ৰাত । জল্পনা-কল্পনা চলি আছে বহুতৰ মনত । কিন্তু এই বিষয়ত এতিয়ালৈকে দুই তাৰকাৰ কোনো এজনেও মুখ মেলিব পৰা নাই। কিন্তু দিশাৰ টেটুৱে এই জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। পাপাৰাজীৰ…
জলপ্ৰপাতে উটুৱাই নিলে ৫ জন লোকক, পুনেত পৰ্যটকৰ বাবে গাইডলাইন জাৰি
ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতিত প্ৰশাসনৰ গা লৰচৰ হ'ল । পুনেৰ সমীপত জলপ্ৰপাতে উটুৱাই লৈ যায় এগৰাকী মহিলা আৰু ৪টা শিশু। লোনাভলাৰ ভূষী বান্ধত সংঘটিত হোৱা কৰুণ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই বাৰিষাত পৰ্যটকৰ বাবে ধাৰাবাহিক সতৰ্কবাণী জাৰি কৰিছে।…
সংসদৰ অভিলেখৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ বিতৰ্কিত হিন্দু মন্তব্য
সংসদৰ অভিলেখৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ বিতৰ্কিত হিন্দু মন্তব্য, বিৰোধী দলৰ নেতা হিচাপে প্ৰথম ভাষণত ৰাহুলে কয় যে বিজেপিয়ে হিন্দু নহয়, হিংসা আৰু ঘৃণা বিয়পাইছে। এই মন্তব্যক লৈ লোকসভা গৰম হৈ পৰে। মঙলবাৰে অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ…
নাজিৰাত দিখৌ নৈৰ কালৰূপ ধাৰণ
ভয়ংকৰ বাঢ়নি পানী | দিখৌৰ পানীয়ে ভাবুকি আনিছে শিৱসাগৰ জিলা নৈ-পৰিয়ালোকলৈ | সমগ্ৰ ৰাজ্যতে এতিয়া বানৰ তাণ্ডৱ অব্যাহত আছে | নাজিৰাতো দিখৌ নৈৰ কালৰূপ ধাৰণ | দ্ৰুত গতিত বাঢ়িছে দিখৌৰ জলপৃষ্ঠ | ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে শিৱসাগৰ |…
লিঞ্চিঙৰ শাস্তি ৭ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ডঃ অমিত শ্বাহ
এতিয়াৰ পৰা ৰাজহুৱা প্ৰহাৰৰ শাস্তি কঠোৰ হ'ব। সোমবাৰৰ পৰা কাৰ্যকৰী হ’ল ভাৰতৰ ৩খন নতুন আইন। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, ‘এতিয়াৰে পৰা লিঞ্চিঙৰ…