Daily Time Axom

আজ জাতীয় সংবাদ মাধ্যম দিবস: সাংবাদিক সংস্থার অনুষ্ঠান দুপুর ১ টায়

শনিবার ১৬ নভেম্বর দিনটি হচ্ছে জাতীয় সংবাদমাধ্যম দিবস।এই উপলক্ষ্যে একগুচ্ছ কার্যক্রম হাতে নিয়েছে জার্নালিস্টস ইউনিয়ন অব অসমের এফিলিয়েটেড বডি বরাক উপত্যকা সাংবাদিক সংস্থা। অনুষ্ঠান হবে শিলচর ইলোরা হেরিটেজের কনফারেন্স হলে। দুপুরে ১টা

পুনৰ পিতৃ হ’ল ৰোহিত , এইবাৰ ঘৰলৈ আহিল পুত্ৰ

টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা দ্বিতীয় বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে। শুকুৰবাৰে নিশা ৰোহিতৰ পত্নী ঋতিকা সচদেৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা নাই ৰোহিত বা তেওঁৰ পৰিয়ালৰ সদস্যই।

খেল মহাৰণত এইবাৰ টাইকোৱানডো

ৰাজ্যৰ টাইকোৱানডো খেলুৱৈ সকলৰ বাবে আনন্দৰ খবৰ ।অনাগত দিনত খেল মহাৰণত অন্তৰ্ভুক্ত হ'ব টাইকোৱানডো ।ইয়াৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যৰ ৩৫ খন জিলাৰ হাজাৰ হাজাৰ টাইকোৱানডো খেলুৱৈ ।এই কথা সদৰি কৰিছে সদৌ অসম টাইকোৱানডো সন্থাৰ কাৰ্যকৰী সভাপতি

‘বাজিগাৰ ২’ত নায়ক হিচাপে শ্বাহৰুখক বিচাৰে প্ৰযোজকে

বলীউডৰ শ্ৰেষ্ঠ পৰিচালক জুটি আব্বাছ-মস্তানে পৰিচালনা কৰা বাজিগাৰ হিন্দী চিনেমাৰ জগতৰ এক ইতিহাস। ১৯৯৩ চনত মুক্তি পোৱা ‘বাজিগৰ’ চিনেমাখন ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কেৰিয়াৰৰ মাইলৰ খুঁটি। জনপ্ৰিয় থ্ৰিলাৰ ছবিখনৰ ছিকুৱেলে পুনৰ পৰ্দাত আঘাত

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ)ত মুকলি অসম মণ্ডপ

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু এ আই ডি চি লিমিটেডৰ এম ডি ড০ পি উদয় প্ৰবীনে বৃহস্পতিবাৰে ইয়াৰ প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপমত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ) ২০২৪ত অসম পেভিলিয়ন

ৰাধিকাই নাম সলনি কৰিলে কিয়, চাওক সৰ্বিশেষ

অনন্ত-ৰাধিকাৰৰ যুটিটো মনোৰঞ্জন জগতত প্ৰায়ে চৰ্চিত হৈ পৰে। এতিয়া মুকেশ আম্বানীৰ বোৱাৰী ৰাধিকাই নাম সলনি কৰিছে। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নাম সলনি কৰিছে। ছ’চিয়েল মিডিয়াত ৰাধিকা মাৰ্চেণ্টৰ পৰা ৰাধিকা আম্বানীলৈ

৩০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত কি খাব নালাগে

পুৰুষ বা মহিলাই ৩০ বছৰ বয়সৰ পিছত সকলোৰে শৰীৰত বহু পৰিৱৰ্তন ঘটে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত পৰে। তেনে ক্ষেত্ৰত এই বয়সত সকলোৱে খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। কাৰণ বয়সৰ লগে লগে হৃদৰোগ, ডায়েবেটিছ, কেন্সাৰ,

ট্ৰাম্পৰ মন্ত্ৰীসভাই ‘যি বিচাৰে তাকে কৰিব’

নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়াও আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা নাই যদিও প্ৰস্তুতিৰ বাবে তেওঁৰ পৰৱৰ্তী প্ৰশাসনৰ সদস্যৰ নাম ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁৰ মন্ত্ৰীসভাৰ প্ৰস্তাৱিত সদস্যসকলৰ অৰ্হতা আৰু অতীতৰ ইতিহাসক লৈ

বিদেশৰ প্ৰজেক্টত কাম কৰি স্বাৱলম্বী হোৱাৰ দিশত দৰঙৰ বহু কৃষক

তুলিকা গগৈয়ে লৈ আহিছে কৃষকৰ বাবে উন্নয়নমূলক আঁচনি। হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছে দৰঙৰ বহু কৃষকে। দীৰ্ঘদিন ধৰি কৃষকৰ বন্ধু তুলিকা গগৈয়ে দৰঙত প্ৰৱেশ কৰিয়েই কৃষকৰ বাবে লৈ আহিছে উন্নয়নমূলক আঁচনি। বিশেষকৈ দৰং জিলাৰ দলগাওঁ

অধ্যয়নৰত উচ্চ শিক্ষিত যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘৰুৱাবাহাৰ উচ্চ শিক্ষিত যুৱক হৰেকৃষ্ণ নাথৰ স্বাৱলম্বিতাৰ নিদৰ্শন! মন কৰিলেই চন বাকৰি মাটিতো হয় ধন।অধ্যয়নৰ সমান্তৰালকৈ ১৮ বিঘাৰ দুটাকৈ পুখুৰীত মীন পালন,পশুপালন আৰু কৃষি কৰ্মেৰে স্বাৱলম্বী