Daily Time Axom

শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দৌলমুখ চাৰিআলিত জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

⭕জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে শিৱসাগৰৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা, কৰ্মীয়ে | ⭕এই কাৰ্য্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপস্থিত থাকে |

কোনো বেমাৰ নোহোৱাকৈ একমিনিটৰ ভিতৰতে স্বামী-স্ত্ৰীৰ চিনেমাৰ কায়দাত মৃত্যু

এক মিনিটৰ ভিতৰতে এহাল দম্পতীৰ মৃত্যু হৈছে। কোনো অসুখ, কোনো দুৰ্ঘটনা নোহোৱাকৈ স্বামীৰ মৃত্যুৰ একমিনিট পিছতে পত্নীৰ মৃত্যু হয়। আকস্মিক এই ঘটনাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ পৰিয়াল। গোটেই গাঁওখন এতিয়া শোকত ভাগি পৰিছে। সৰ্বভাৰতীয়

উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত ৰাস মহোৎসৱৰ আয়োজন

কাইলৈৰ পৰা উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত ৭ দিনীয়া ৰাস মহোৎসৱ ।বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱত এইবাৰৰ অন্যতম আকৰ্ষণ হ'ব ইয়াৰ তোৰণ খন ।ৰূদ্ৰেশ্বৰ দেৱালয়ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইবাৰৰ তোৰণ ।বাহ, কাঠ, থাৰ্মকল আৰু ৰঙেৰে নিৰ্মাণ

বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত “খেল মহাৰণ”ৰ মাজতেই শিশু দিৱস পালন

আজি ১৪ নৱেম্বৰ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ জন্মদিন অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰা হয়। সমান্তৰালভাৱে চলি আছে খেল মহাৰাণ। খেল মহাৰণক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বৰক্ষেত্ৰীত। উল্লেখ্য যে

পশ্চিম নলবাৰীৰ বাদেশিলাত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গো-পূজা মহোৎসৱ

পশ্চিম নলবাৰীৰ বাদেশিলাত চাৰি দিনীয়া বর্ণাঢ্য কার্যসূচীৰে ৭৮ সংখ্যক গো-পূজা মহোৎসৱৰ শনিবাৰে যথেষ্ট ভক্তৰ সমাগম হয় । নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তবৰ্তী কৃষি প্ৰধান গাঁও বাদেশিলা গোপাল থান প্ৰাঙ্গণত অনুষ্ঠিত ৭৮ সংখ্যক গো-পূজা মহোৎসৱৰ

নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত মঠিয়াছিগাত দুদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণ ৰাস…

⭕শিল্পী সকল ব্যস্ত ৰাসৰ আখৰাত সমাগত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ | ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ৰাসৰ প্ৰস্তুতি, সমান্তৰালকৈ নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু মঠিয়াছিগা, মেটেকা, বগীদ'ল, মেছাগড়, মাদুৰী,

৩০ বছৰৰ পাছত শনিৰ বিৰল ৰাজযোগ! ধন-সফলতাই ধৰা দিব ৪টা ৰাশিক

প্ৰতিটো গ্ৰহেই নিয়মীয়াকৈ স্থান সলনি কৰে। যাৰ প্ৰভাৱ কম বেছি পৰিমাণে ১২টা ৰাশিৰ ওপৰত পৰে। শনিক আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ বুলি গণ্য কৰা হয়। কৰ্মৰ দাতা শনি ডেৰ-দুবছৰ ৰাশিত থাকে। তাৰ পিছত সেই পৰিমাণলৈ ঘূৰি আহিবলৈ ৩০ বছৰ লাগে।

মৃত্যুৰ পিছত শৰীৰৰ কি হয়, আপুনিও জনা উচিত

মৃত্যুৰ পিছত কি হয় সেই বিষয়ে ৰহস্যৰে আবৃত এইখন পৃথিৱীত। এগৰাকী নাৰ্চে সেই গোপন কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে মৃত্যুৰ পিছত মানুহৰ শৰীৰত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন ঘটে। জানিব পৰা মতে নাৰ্ছগৰাকীয়ে আমেৰিকাৰ এখন চিকিৎসালয়ত কাম কৰে।

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপ

প্ৰতিবাদী শিল্পীক বিনাচৰ্তে মুক্তিৰ দাবী মনোজ ধানোৱাৰৰ 'ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্ত প্ৰকৃতিৰ ওপৰত আক্ৰমণ '- আপ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ।

১৫ নৱেম্বৰত চেৰী ব্লাছম উৎসৱত অংশগ্ৰহণ কৰিব উত্তৰ পূৰ্ব এলেকা উন্নয়ন ৰ কেন্দ্ৰীয় মন্ত্ৰী…

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণলৈ আহিব জোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্ব উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম চিণ্ডিয়াই অহা ১৫ নৱেম্বৰৰ সন্ধিয়া মেঘালয়ৰ ৰি-ভয় জিলাত অনুষ্ঠিত হৈ