Daily Time Axom

ৰাজস্থানত হিটষ্ট্ৰ’কত ১২ জন লোকৰ মৃত্যু

ৰাজস্থানত গৰমৰ ফলত ১২ জন লোকৰ মৃত্যু। অৱশ্যে আনুষ্ঠানিকভাৱে মানি লোৱা নই কোনেও। জালৌৰত ৪ জন লোকৰ মৃত্যু। বৃহস্পতিবাৰে তাপমাত্ৰা ৪৮ ডিগ্ৰী অতিক্ৰম কৰা বাৰ্মেৰত দুজনৰ মৃত্যু হয়। আলৱাৰ, ভিলৱাৰা, বালোতৰা আৰু জয়ছালমেৰৰ পৰাও মৃত্যুৰ খবৰ পোৱা…

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক জন্মোৎসৱ

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ। ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া…

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত তিনিজন। বিলাসীপাৰাৰ বান্ধব পাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে তীব্ৰ বেগী মটৰ চাইকেলে মহতিয়াই নিয়ে চাইকেল আৰহীক। বিলাসীপাৰাৰ বান্ধব পাৰাৰ ১ম খণ্ড গাঁৱৰ ৰাজ্যিক ঘাইপথত সংঘটিত…

প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অজগৰ উদ্ধাৰ

তীব্ৰ খাদ্য সংকট আৰু সুৰক্ষিত আশ্ৰয়স্থলৰ অভাৱত গ্ৰামাঞ্চলত সঘনে পৰিলক্ষিত হৈছে এটাৰ পিছত আনটো অজগৰ ৷ এই অজগৰসমূহে মানুহৰ বসতিস্থলত ভোকৰ তাড়নাত হাঁহ-মুৰ্গী খাবলৈ বাধ্য হয় আৰু একাংশ গঞা ৰাইজে নিৰ্বিচাৰে ইহঁতক বধ কৰে ৷ এনে এটা অজগৰ আজি আহাৰৰ…

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ৰ উদ্যোগত দিন জোৰা কাৰ্য্যসূচীৰে মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত বিশ্ব নাৰ্চ…

১৮২০ চনৰ আজিৰ দিনটোত আধুনিক নাৰ্চিঙৰ প্ৰতিষ্ঠাপক ফ্লৰেন্স নাইটিংগেলক উৎসৰ্গিত কৰি পালন কৰা হয় আন্তৰ্জাতিক নাৰ্চ দিৱসৰ। যিহেতু ফ্লৰেন্স নাইটিংগেলৰ জন্ম ১২ মে’ত হৈছিল, সেয়েহে এই দিনটোক নাৰ্চ দিৱস হিচাপে উদযাপন কৰা হয়। ফ্লৰেন্স নাইটিংগেলে…

সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱ

১৯৯৪ চনৰ ২৯ মে’ তাৰিখে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই সৰভোগৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিছিল,২৯ বছৰ ১১ মাহ ১৪ দিন হোৱা সৰভোগ সমূহীয়া চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক আৰু চিকিৎসা সামগ্ৰী নহোৱাৰ…

মৈৰাবাৰী মহাবিদ্যালয়ত Royal Global University’ৰ Regional Workshop অনুষ্ঠিত

▶️মৈৰাবাৰী মহাবিদ্যালয়ত আজি Student Support and Progression Cell মৈৰাবাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু Royal Global University, গুৱাহাটী আৰু মৈৰাবাৰী মহাবিদ্যালয় Alumni Association,ৰ সহযোগত এখনি Career সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন…

লেংৰিবড়ী প্ৰাথমিক বিদ্যালয়ৰ ৬৬ তম জয়ন্তী পালনৰ প্ৰস্তুতি

মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত লেংৰিবৰী প্ৰাথমিক বিদ্যালয়ত ৬৬ তম জয়ন্তী উদযাপনৰ প্ৰস্তুতি পূৰ্ন গতিত চলি আছে। উদযাপন সমিতিয়ে জানিব দিয়া মতে অহা মে মাহৰ ১৮ আৰু ১৯ তাৰিখে বিদ্যালয় খনৰ ৬৬ তম জয়ন্তী উদযাপন কৰা হব। বৰ্ণাঢ্য…

কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্রত চোৰৰ চাফাই অভিযান

কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্রত চোৰৰ চাফাই অভিযান । চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্রত। মছজিদৰ দানপাত্র ভাঙি চুৰে লুটি নিলে নগদ ধন। নগাঁৱৰ কচুৱাৰ জুৰিৰপাৰত সংঘঠিত হৈছে এই চুৰিকাণ্ড। গাঁওখনৰ দুখন মছজিদৰ দানপাত্র ভাঙি নিশা চুৰে চুৰি…

মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে সংবাদমেল

ভাৰত-ভূটান সীমান্তৰ নতুন বস্তি আঙাৰকাটাত মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰে স্থানীয় ৰাইজে। সংবাদমেলত জনোৱা মতে ২০২০ চনৰ পৰা অজিত বিশ্বাস নামৰ লোক গৰাকীয়ে বিদ্যালয়ৰ সন্মুখত মাদক দ্ৰব্যৰ ব্যৱসায়…